VOICE 24x7
Saturday, June 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বতৰ বিজ্ঞান বিভাগৰ আগজাননী

গুৱাহাটীত হ’ব অত্যাধিক বৰষুণ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 17, 2022
in বতৰ
বতৰ বিজ্ঞান বিভাগৰ আগজাননী
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

বৰষুণ আৰু কৃত্ৰিম বানত ইতিমধ্যেই জীয়াতু ভোগা  গুৱাহাটী মহানগৰীত অনাগত দিনকেইটাতো হ’ব অত্যাধিক বৰষুণ ৷ নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ কৃত্ৰিম বানত ডুব যাব ৰাজ্যখনৰ একমাত্ৰ মহানগৰখন ৷ বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়া মতে  প্ৰতি ঘণ্টাত দুইৰ পৰা তিনি ছেণ্টিমিটাৰলৈ বৰষুণ হোৱাৰ সম্ভাৱনা স্পষ্ট হৈ উঠিছে গুৱাহাটীত ৷  কৃত্ৰিম বানে পুনৰ জলা-কলা খুৱাব গুৱাহাটীবাসীক ৷ ইফালে ভূমিস্খলনৰো আশংকা কৰা হৈছে মহানগৰীখনত ৷

আনহাতে গুৱাহাটীত আজিৰ তাপমাত্ৰা হ’ব ২৬° চেলছিয়াচ।  দিনটোৰ সৰ্বাধিক তাপমাত্ৰা হ’ব ২৭° চেলছিয়াচ , আনহাতে নিম্নতম তাপমাত্ৰা ২৪° চেলছিয়াচ হ’ব বুলি অনুমান কৰা হৈছে।

 

Previous Post

বান-ভূমি স্খলনৰ বাবে বাতিল ৰে’ল যাত্ৰা

Next Post

পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য ?

Related Posts

মৃদু ভূমিকম্পই জোকাৰি গ’ল অসমৰ দাতিকাষৰীয়া ৰাজ্যক
বতৰ

মৃদু ভূমিকম্পই জোকাৰি গ’ল অসমৰ দাতিকাষৰীয়া ৰাজ্যক

June 13, 2022
অসম আৰু মেঘালয়ৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে
বতৰ

অসম আৰু মেঘালয়ৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে

June 10, 2022
বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী
বতৰ

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী

June 6, 2022
উত্তৰ-পূবত দক্ষিণ পশ্চিম মৌচুমী বায়ু
বতৰ

উত্তৰ-পূবত দক্ষিণ পশ্চিম মৌচুমী বায়ু

June 4, 2022
আগন্তুক ২৪ ঘণ্টাত অসমত হ’ব ধাৰাসাৰ বৰষুণ
বতৰ

আগন্তুক ২৪ ঘণ্টাত অসমত হ’ব ধাৰাসাৰ বৰষুণ

June 2, 2022
ধাৰাষাৰ বৰষুণৰ পিছত  দেশৰ ৰাজধানী দিল্লীত  গুৰগাঁৱত কৃত্ৰিম বান
বতৰ

ধাৰাষাৰ বৰষুণৰ পিছত দেশৰ ৰাজধানী দিল্লীত গুৰগাঁৱত কৃত্ৰিম বান

May 23, 2022
Next Post
পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য ?

পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7