VOICE 24x7
Saturday, June 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অসম আৰু মেঘালয়ৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে

IMD Issues Red Alert for Assam & Meghalaya, Heavy Rainfall Predicted Till June 13

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 10, 2022
in বতৰ
অসম আৰু মেঘালয়ৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

পৰৱৰ্তী তিনি দিনৰ বাবে অসম আৰু মেঘালয়ৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে  ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) ৷ কিয়নো বিভাগটোৱে ভৱিষ্যতবাণী কৰিছে যে অহা তিনিদিনত  উক্ত দুইখন ৰাজ্যতে  হ’ব অত্যাধিক  বৰষুণ ৷  আগজাননি অনুসৰি ১৩ জুনলৈকে এই দুইখন ৰাজ্যত হ’ব  অত্যন্ত ধাৰাসাৰ বৃষ্টিপাত  ।আনহাতে বতৰ বিজ্ঞান বিভাগে অৰুণাচল প্ৰদেশত  শনিবাৰ অৰ্থাৎ ১১জুনৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে ।

বতৰ বিভাগে কৈছে যে ৯ জুনৰ পৰা ১৩ জুনলৈ সমগ্ৰ  উত্তৰ-পূবৰ ৰাজ্যসমূহত বজ্ৰপাত আৰু  প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে।ৰেড এলাৰ্ট জাৰি কৰাৰ সময়ত আইএমডিয়ে অসম আৰু মেঘালয়ৰ বেছিভাগ ঠাইত পাতলৰ পৰা মধ্যমীয়া বৰষুণৰ সতৰ্কবাণী দিছিল ৷ইফালে  শনিবাৰে অৰুণাচলত বৰষুণৰ তীব্ৰতাও একে হ’ব বুলি জনাইছে কেন্দ্ৰটোৱে।

আইএমডিৰ তথ্য অনুসৰি বৃহস্পতিবাৰে মেঘালয়ত ধাৰাসাৰ  বৰষুণ হৈছিল আৰু ই আছিল স্বাভাৱিক হাৰৰ  ১১০শতাংশতকৈও অধিক ৷  আনহাতে অসমত স্বাভাৱিক পৰিসৰত বৰষুণৰ অৰ আছিল ১০০শতাংশ ৷  নাগালেণ্ডতো  বৃহস্পতিবাৰে স্বাভাৱিকতকৈ ৫৪শতাংশ অধিক হাৰত  বৃষ্টিপাত হোৱা বুলি জনাইছিল বতৰ বিজ্ঞান বিভাগটোৱে । আনহাতে ইয়াৰ বিপৰীতে  দিনটোত মিজোৰাম আৰু ত্ৰিপুৰাত বৰষুণৰ যথেষ্ট অভাৱ আছিল।

 

Previous Post

ব্ৰিটনী স্পিয়েৰ্ছৰ গোপন বিবাহত কোনে লগালে অথন্তৰঃ কাৰ লগত বহিল বিয়াত !

Next Post

এম্বুলেন্স নাইঃপ্ৰথমে বাছত, তাৰ পাছত পিতৃয়ে কান্ধত লৈ আহিল কন্যাৰ মৃতদেহ

Related Posts

মৃদু ভূমিকম্পই জোকাৰি গ’ল অসমৰ দাতিকাষৰীয়া ৰাজ্যক
বতৰ

মৃদু ভূমিকম্পই জোকাৰি গ’ল অসমৰ দাতিকাষৰীয়া ৰাজ্যক

June 13, 2022
বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী
বতৰ

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী

June 6, 2022
উত্তৰ-পূবত দক্ষিণ পশ্চিম মৌচুমী বায়ু
বতৰ

উত্তৰ-পূবত দক্ষিণ পশ্চিম মৌচুমী বায়ু

June 4, 2022
আগন্তুক ২৪ ঘণ্টাত অসমত হ’ব ধাৰাসাৰ বৰষুণ
বতৰ

আগন্তুক ২৪ ঘণ্টাত অসমত হ’ব ধাৰাসাৰ বৰষুণ

June 2, 2022
ধাৰাষাৰ বৰষুণৰ পিছত  দেশৰ ৰাজধানী দিল্লীত  গুৰগাঁৱত কৃত্ৰিম বান
বতৰ

ধাৰাষাৰ বৰষুণৰ পিছত দেশৰ ৰাজধানী দিল্লীত গুৰগাঁৱত কৃত্ৰিম বান

May 23, 2022
বতৰ বিজ্ঞান বিভাগৰ আগজাননী
বতৰ

বতৰ বিজ্ঞান বিভাগৰ আগজাননী

May 17, 2022
Next Post
এম্বুলেন্স নাইঃপ্ৰথমে বাছত, তাৰ পাছত  পিতৃয়ে কান্ধত লৈ আহিল কন্যাৰ মৃতদেহ

এম্বুলেন্স নাইঃপ্ৰথমে বাছত, তাৰ পাছত পিতৃয়ে কান্ধত লৈ আহিল কন্যাৰ মৃতদেহ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7