ৰঙিয়াৰ পৰা বিপুল কলিতা

ৰঙিয়াৰ পৰা বিপুল কলিতা

অন্তঃ পৰিল শাৰদীয় দুৰ্গোৎসৱৰ : ৰঙিয়াত ১০ খনকৈ পূজাৰ মূৰ্তি বিসৰ্জন

অন্তঃ পৰিল শাৰদীয় দুৰ্গোৎসৱৰ : ৰঙিয়াত ১০ খনকৈ পূজাৰ মূৰ্তি বিসৰ্জন

শাৰদীয় দুৰ্গোৎসৱৰ প্ৰতিমা বিসৰ্জনক লৈ উদুলি মুদুলি ৰঙিয়া ৷ হাজাৰ হাজাৰ ভক্তপ্ৰাণ লোকে নৃত্য গীতেৰে ভক্তি বন্দনাৰ মাজেৰে বিসৰ্জন দিলে...

ৰঙিয়াত দুৰ্গাপুজা উপলক্ষে মুছলিম পৰিয়ালৰ প্ৰসংশনীয় পদক্ষেপ

ৰঙিয়াত দুৰ্গাপুজা উপলক্ষে মুছলিম পৰিয়ালৰ প্ৰসংশনীয় পদক্ষেপ

শংকৰ আজানৰ দেশত বাস কৰা ৰঙিয়াৰ খান পৰিয়ালটোৱে দেখুৱালে মিলাপ্ৰীতিৰ এনাজৰি। পৰিয়ালটোৰ সন্মুখৰে কেইবাখনো পুজা দৰ্শন কৰে ভক্তপ্ৰাণ ৰাইজে। পুজা...

কেইবাখনো ৰেল ৰঙিয়া জংচনত ৰখাৰ দাবীত ৰঙিয়া ছাত্ৰ সন্থাৰ স্মাৰক পত্ৰ প্ৰদান

কেইবাখনো ৰেল ৰঙিয়া জংচনত ৰখাৰ দাবীত ৰঙিয়া ছাত্ৰ সন্থাৰ স্মাৰক পত্ৰ প্ৰদান

অসম ছাত্ৰ সন্থাৰ সেৱাত ৰঙিয়াৰ ছাত্ৰ-ছাত্ৰী আৰু জনসাধাৰণৰ পৰা যথাযথ সন্মানেৰে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ এটা আঞ্চলিক শাখাই ৰঙিয়াৰ সংমণ্ডল...

ৰঙিয়াত বৰ্ণিল কাৰ্যসূচীৰে ৭৫সংখ্যক স্বাধীনতা দিৱস উদযাপন

ৰঙিয়াত বৰ্ণিল কাৰ্যসূচীৰে ৭৫সংখ্যক স্বাধীনতা দিৱস উদযাপন

সমগ্ৰ দেশৰ লগতে ৰঙিয়া মহকুমাতো আজি দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱস বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয়। পুৱা ৬ বজাত জনসংযোগ বিভাগৰ...

ৰঙিয়াত বৰ্ণিল কাৰ্যসূচীৰে ৭৬সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি

ৰঙিয়াত বৰ্ণিল কাৰ্যসূচীৰে ৭৬সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি

সমগ্ৰ দেশৰ লগতে ৰঙিয়া মহকুমাতো দেশৰ ৭৬সংখ্যক স্বাধীনতা দিৱস বৰ্ণিল কাৰ্যসূচীৰে উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে । এই উপলক্ষে ৰঙিয়াৰ মহকুমাধিপতিৰ...

ৰঙিয়াত নতুন ভোটাৰ প্ৰ-পত্ৰ তথা ভোটাৰৰ আধাৰ তথ্যৰ সংলগ্নকৰণৰ প্ৰ-পত্ৰ আনুষ্ঠানিকভাৱে মুকলি

ৰঙিয়াত নতুন ভোটাৰ প্ৰ-পত্ৰ তথা ভোটাৰৰ আধাৰ তথ্যৰ সংলগ্নকৰণৰ প্ৰ-পত্ৰ আনুষ্ঠানিকভাৱে মুকলি

ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি অন্যান্য ঠাইৰ লগতে ৰঙিয়াতো নতুন ভোটাৰ প্ৰ-পত্ৰ তথা ভোটাৰৰ আধাৰ তথ্যৰ সংলগ্নকৰণৰ প্ৰ-পত্ৰ আনুষ্ঠানিকভাৱে মুকলি...

ৰঙিয়াত দিনজোৰা কাৰ্যসূচীৰে দেশভক্তি দিৱস উদযাপন

ৰঙিয়াত দিনজোৰা কাৰ্যসূচীৰে দেশভক্তি দিৱস উদযাপন

ৰাজ্যৰ অন্যান্য জিলা আৰু মহকুমা সদৰৰ লগতে ৰঙিয়াতো আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে দেশভক্তি দিৱসৰ আয়োজন কৰা হয়। মহকুমা তথ্য আৰু জনসংযোগ...

উৰণীয়া সেঁতু নিৰ্মাণ আৰু অন্যান্য বিষয় সন্দৰ্ভত ৰে’লৱেৰ বিষয়ববীয়াৰ সৈতে ৰঙিয়া প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

উৰণীয়া সেঁতু নিৰ্মাণ আৰু অন্যান্য বিষয় সন্দৰ্ভত ৰে’লৱেৰ বিষয়ববীয়াৰ সৈতে ৰঙিয়া প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

ৰঙিয়া চহৰৰ দুটা ব্যস্ততম পথত দুখন ৰে'লৱে অভাৰব্ৰীজ নিৰ্মাণ আৰু অন্যান্য কেতবোৰ বিষয় সন্দৰ্ভত ৰঙিয়াৰ মহকুমাধিপতিৰ কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ বৈঠক...

Page 2 of 3 1 2 3