নগাঁৱৰ কলিয়াবৰৰ “মঞ্চ”ৰ উদ্যোগত হাটবৰৰ কেন্দ্ৰীয় নাট্য সমাজত ৯ডিচেম্বৰত ভূপেন্দ্ৰ সংগীত আৰু পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত প্ৰতিযোগিতা
ঋতু পৰ্ণ শৰ্মা,নগাঁও,৮ডিচেম্বৰ:--সুধাকণ্ঠ তথা বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাই পিতৃ-মাতৃৰ নামত উৎসৰ্গিত বঁটাৰে নগাঁও জিলাৰ কলিয়াবৰত “মঞ্চ“ৰ উদ্যোগত শনিবাৰে...