আইন

বাৰাণসীৰ মছজিদ চৌহদত থকা মন্দিৰত পূজা- অর্চনাৰ অনুমতি বিচাৰি আৱেদন, জৰীপৰ নির্দেশ আদালতৰ

বাৰাণসীৰ প্ৰতিষ্ঠিত কাশী বিশ্বনাথ মন্দিৰৰ সমীপত অৱস্থিত জ্ঞানৱাপী মছজিদৰ  জৰীপ অব্যাহত ৰাখিবলৈ নির্দেশ দিছে স্থানীয় এখন আদালতে ৷ পাঁচগৰাকী হিন্দু...

Read more

দেশদ্ৰোহ আইন স্থগিত ৰাখিবলৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক নির্দেশ

দেশদ্ৰোহৰ অভিযোগত বিভিন্ন সময়ত গ্ৰেপ্তাৰ হোৱা লোকসকলৰ বাবে আছে সুখবৰ ৷ দেশদ্ৰোহ আইনৰ বিৰুদ্ধে আজি এক ঐতিহাসিক নির্দেশ প্ৰদান কৰিছে...

Read more

১৪ মে’ত ৰঙিয়াৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় লোক আদালত

কামৰূপ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত অহা ১৪ মে’ত জিলাখনৰ অন্যান্য তিনিটা স্থানৰ লগতে ৰঙিয়াৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদতো...

Read more

ক’ভিড ভেকচিন ল’বলৈ কাকো বাধ্য কৰাব নোৱাৰে- কিয় ক’লে উচ্চতম ন্যায়ালয়ে ?

ক’ভিডৰ সংক্ৰমণ ৰোধ কৰিবলৈ সকলোকে ভেকচিন গ্ৰহণ কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে আহ্বান জনাই আহিছে ৷ বিভিন্ন ক্ষেত্ৰত সুবিধা লাভ...

Read more

৩৭০ অনুচ্ছেদ বাতিলঃ প্ৰত্যাহ্বান জনাই তৰা গোচৰৰ শুনানি গ্ৰীষ্মকালীন বন্ধৰ পাছতে ল’ব উচ্চতম ন্যায়ালয়ে

জম্মু-কাশ্মীৰৰ বিশেষ ক্ষমতা প্ৰদান কৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰি প্ৰণয়ন কৰা আইনক প্ৰত্যাহ্বান জনাই  তৰা কেইবাটাও গোচৰৰ শুনানি গ্ৰহন...

Read more

‘আৰক্ষী বিষয়াই যধে মধে ৰাখিব নোৱাৰিব পি এছ অ’

আৰক্ষী বিষয়াসকলক ব্যক্তিগত কামৰ বাবে পিএছঅ' ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্তৰ হিমন্ত বিশ্ব  শৰ্মাই ৷ বৰ্তমান সময়ত  মূল্যবৃদ্ধিয়ে...

Read more

ভাৰতৰ এখন ৰাজ্যত সুৰাপান কৰিলে ভৰিব লাগিব জৰিমনা অন্যথা এমাহৰ কাৰাদণ্ড

২০১৬চনত নীতিশ কুমাৰ শাসনলৈ অহাৰ পিছতে বিহাৰত সুৰাৰ ওপৰত জাৰি কৰা হৈছিল নিষেধাজ্ঞা ৷ তেতিয়াৰ পৰাই ৰাজ্যখনত দেশী, বিদেশী সকলোধৰণৰ...

Read more

উচ্চতম ন্যায়ালয়ত জামিনৰ বিৰোধিতা কৰি চি বি আইয়ে ক’লে- ইন্দ্ৰাণী মুখার্জী র্বিশ্বাসযোগ্য নহয়, জামিন নিদিব

হাই প্ৰফাইল শ্বীনা বৰা হত্যাকাণ্ডৰ মুল অভিযুক্ত ইন্দ্ৰাণী মুখার্জী  কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ শীঘ্ৰে প্ৰশস্ত হোৱাৰ...

Read more

হিজাব বিতর্কৰ জৰুৰী শুনানি গ্ৰহণ কৰিবলৈ অমান্তি প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ে ক’লে -চাঞ্চল্যৰ সৃষ্টি নকৰিব

কর্ণাটকৰ শিক্ষানুষ্ঠানসমূহত হিজাব পৰিধানত নিষেধাজ্ঞা আৰোপ কৰি ৰাজ্য চৰকাৰে জাৰি কৰা জাননী বাহাল ৰাখি উচ্চ ন্যায়ালয়ে দিয়া নির্দেশনাক প্ৰত্যাহ্বান জনাই...

Read more

ৰাছিয়াই  ইউক্ৰেইনত চলাই থকা সামৰিক অভিযান শীঘ্ৰেই বন্ধ কৰা উচিত

ৰাছিয়াই ইউক্ৰেইনত চলাই থকা সামৰিক অভিযান বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে আন্তঃৰাষ্ট্ৰীয় ন্যায় আদালতে ৷ ন্যায় আদালতে এটা ৰায়ত কৈছে...

Read more
Page 12 of 16 1 11 12 13 16