জীৱন

ৰাতি শোৱাৰ আগতে নে পুৱা শুই উঠি ফেচৱাশ্বেৰে মুখ ধুব ? দিনত কেইবাৰ ফেচৱাশ্বেৰে মুখ ধুব লাগে

বাহিৰলৈ ওলাই গ’লে  ছালত ধূলি জমা হয়। মুখৰ ওপৰত নিজাকৈ তেল বা চেবাম থাকে। যিসকলৰ ছাল তেলীয়া, এই সমস্যা বেছি।...

Read more

গৰম হ’লে ঘামচিৰ বাবে খজুৱাই ছাল ৰঙা হৈ পৰে নেকি ? ঘৰতে আছে প্ৰতিকাৰৰ উপায় ?

গৰমৰ দিনত দেখা দিয়ে ছালৰ সমস্যা। গৰমৰ দিনত বহুতৰে  ঘামচি ওলায় । যাৰ বাবে শৰীৰত খজুৱতি হয় ৷ খজুৱালে শৰীৰত...

Read more

মিক্সাৰ ব্লেডত আবদ্ধ হৈ থকা খাদ্য আঁতৰাব কেনেকৈ, ক্ষন্তেকতে চকচকীয়া হ’ব কিদৰে ?

প্ৰতিটো সাজ ৰন্ধাৰ পূর্বে মচলা খুন্দিবলৈ মিক্সিয়েই ভৰসা। সময় ৰাহি হয়, আৰু কষ্ট কমি যায়। অৱশ্যে যিকোনো সামগ্ৰী খুন্দাৰ পাছত...

Read more

তৰমুজ কেৱল খোৱাই নহয়, গৰমত মুখত সানিবও পাৰে , কম দিনতে উজ্জ্বল হৈ উঠিব আপোনাৰ ছাল

ঋতু সলনি হোৱাৰ লগে লগে সৌন্দৰ্য্যৰ ৰুটিনও সলনি হয়। শীতকালীন মেকআপ আৰু গ্ৰীষ্মকালীন মেকআপৰ মাজত পাৰ্থক্য আছে। কাৰণ দুয়োটা ছিজনৰ...

Read more

আপুনি আপোনাৰ খাদ্য আপোনাৰ পোহনীয়া কুকুৰটোক খাবলৈ দিছে নেকি? কি কি খাদ্য কেতিয়াও কুকৰক খাবলৈ দিয়া উচিত নহয় ?

পোহনীয়া কুকুৰটো বহুলোকৰ বাবে ঘৰৰ সদস্যৰ দৰে ৷  আপুনিও কুকৰটোৰ যত্নত কোনো ত্ৰুটি নাৰাখে ৷ কুকুৰটোৰ গা ধোৱাৰ পৰা আৰম্ভ...

Read more

প্ৰতিদিনে পুৱা বাদামৰ সলনি আখৰোট খায় নেকি ? কর্কটকে আৰম্ভ কৰি কি কি ৰোগৰ পৰা আপুনি মুক্তি লাভ কৰিব পাৰে ?

বহুতৰে ৰাতিপুৱা তিয়াই থোৱা আখৰোট খোৱাৰ অভ্যাস আছে। কেন্সাৰৰ পৰা হৃদৰোগলৈকে আখৰোটৰ বাবে সুস্থ হৈ থকাটো বহুত সহজ হৈ পৰে।...

Read more

প্ৰটিন অভাৱ পূৰণৰ কথা ভাবি প্ৰতিদিনে মচুৰ দাইল খাই নেকি ? কি কি বিপদ হ’ব পাৰে ?

প্ৰতি ঘৰ পৰিয়ালৰ ভাতসাজৰ লগত দাইল সচৰাচৰ অন্তভূর্ক্ত হৈ থাকে ৷ শৰীৰক পৰ্যাপ্ত পুষ্টি প্ৰদান কৰে মচুৰ দাইলে । সহজে...

Read more

কেৱল ওজন কমি যোৱাই নহয়, প্ৰতিদিনে ১ চামুচ মৌ খাই কমাঁওক ঔষধৰ খৰচ ?

  মৌৰ গুণগত মান সকলোৱে জানে। ৰাতিপুৱা গৰম পানীত নেমুৰ ৰসৰ সৈতে দুটোপাল মৌ খালে বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণ হয়। ইয়াৰ...

Read more

নিয়মিতভাৱে কোন ৩ প্ৰকাৰৰ ৰস খালে দূৰত থাকিব ৰক্তহীনতা, ডায়েবেটিছ বা ফ্লু !

ৰোগমুক্ত শৰীৰ বিচাৰি পোৱাটো কঠিন। জ্বৰ আৰু ডায়েবেটিছৰ সমস্যা এতিয়া সাধাৰণ সমস্যাত পৰিণত হৈছে ৷ মহিলাসকলৰ  ৰক্তহীনতাৰ সমস্যা যথেষ্ট বেছি...

Read more

বিচনাৰ চাদৰ কিমান সঘনাই সলনি কৰিব লাগে? যদি নকৰে,তেন্তে সমস্যাটো কি হ’ব পাৰে?

প্ৰায় সকলোৱে নিজৰ ঘৰখন সজাই ভাল পায়। কিন্তু ভিতৰৰ সজ্জা যিমানেই ভাল নহওক কিয়, পৰিষ্কাৰ-পৰিচ্ছন্ন নহ’লে সুন্দৰ সজ্জাৰ কোনো মূল্য...

Read more
Page 3 of 102 1 2 3 4 102