জীৱন

স্বাস্থ্যৰ বাবে অপকাৰী চালানী মাছঃ হ’ব পাৰে মৃত্যুৰ কাৰণ

ভাৰতৰ লগতে অসমতো বাঢ়িছে চালানী মাছৰ চাহিদা। চালানী মাছৰ গোন্ধই অশান্তি দিলেও কিন্তু বেছিভাগ মানুহে এই মাছেই কিনি খায়। কিন্তু...

Read more

অনলাইনৰ জৰিয়তে গৰ্ভৱতী হৈ জন্ম দিলে সুস্থ সন্তানঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য

কোনোদিনেই বিয়া হোৱাৰ ইচ্ছা নাছিল মহিলগৰাকীৰ , কিন্তু তাৰ মাজতে তেঁও  সন্তান জন্ম দি মাতৃ হোৱাৰ ইছা পুহি ৰাখিছিল। আচৰিত...

Read more

সুদীৰ্ঘ ৬২ দিনৰ পাছত জামিনত মুক্তি পালে শিল্পা চেট্টিৰ স্বামী ৰাজ কুন্দ্ৰাই

অৱশেষত সুদীৰ্ঘ দুমাহৰ পাছত সোমবাৰে জামিন পালে শিল্পা চেট্টিৰ স্বামী ৰাজ কুন্দ্ৰাই। উল্লেখযোগ্য যে মুম্বাই আদালতে সোমবাৰে ব্যৱসায়ী ৰাজ কুন্দ্ৰাৰ...

Read more

১১ বছৰত ১১ টা সন্তান জন্ম দিয়া মহিলাগৰাকীঃ সোনকালেই জন্ম হ’ব ১২ নম্বৰ সন্তানটিও

বৰ্তমান সময়ত বৃহৎ পৰিয়ালৰ ধাৰণা প্ৰায় লুপ্ত হৈছে। আজিকালি কোনো অভিভাৱকে খুব বেছি দুটা সন্তানেৰে নিজৰ এটা সুখী পৰিয়াল বিচাৰে।...

Read more

পাকিস্তানৰ মহিলাৰ প্ৰলোভনঃ উদ্দেশ্য ভাৰতীয় সেনাৰ গুৰুত্বপূৰ্ণ তথ্য পাকিস্তানক যোগান

পাকিস্তানক ভাৰতীয় সেনাৰ সংবেদনশীল তথ্য দি সহায় কৰা আৰু তথ্যবোৰ ভাগ-বতৰা কৰাৰ বাবে ৰাজস্থানৰ পৰা দুজন আই এছ আই গুপ্তচৰক...

Read more

কে পি এল টি (আৰ) আনুষ্ঠানিকভাৱে ভংগৰ ঘোষণাঃ সামৰিক পোছাক ৰাজহুৱা ভাৱে দাহ কৰি এই ঘোষণা

২০১১ চনত গঠন হোৱা কাৰ্বি পিপলছ লিবাৰেছন টাইগাৰ (আৰ) গোটে সুদীৰ্ঘ ১১ বছৰ কাল সহস্ৰ সংগ্ৰাম চলাই আহিছিল। মুঠ ৩৮০...

Read more

দিল্লীৰ দক্ষতা প্ৰদান বিশ্ববিদ্যালয়ত বি এম এছ কাৰ্যসূচীৰ বাবে উদ্যোগ চুক্তিৰ ঘোষণা

দিল্লী দক্ষতা আৰু উদ্যোগ বিশ্ববিদ্যালয়ে শিক্ষানবিচৰ অন্তৰ্গত পাঠ্যক্ৰমৰ বাবে এক উদ্যোগ চুক্তিৰ কথা ঘোষণা কৰিছে। আভ্যন্তৰীণ পৰিবহনৰ স্নাতক ব্যৱস্থাপনা অধ্যয়ন...

Read more

নেচনেল ডিফেন্স একাডেমীয়ে ২০২৩ চনত আদৰণি জনাব মহিলাৰ প্ৰথমটো শাখাঃ উচ্চতম ন্যায়ালয়ক কেন্দ্ৰীয় চৰকাৰে অৱগত কৰে এই কথা

নেচনেল ডিফেন্স একাডেমী বা চমুকৈ “NDA” সাজু হৈছে মহিলা কেডেটছৰ প্ৰথমটো “batch” আদৰণি জনাবৰ বাবে। উল্লেখ্য যে ২০২২ চনৰ  মে‘...

Read more

শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

সন্মুখত সমাগত প্ৰকৃতিৰ বুকুলৈ সৌন্দৰ্যৰ সম্ভাৰ কঢ়িয়াই অনা শৰৎ ঋতু। শৰৎ মানেই শুভ্ৰতা, স্নিগ্ধতা আৰু শেৱালিৰ মনোমোহা সুবাস।শেৱালিৰ অবিহনে শৰতৰ...

Read more
Page 70 of 102 1 69 70 71 102