মুখ্য সংবাদ

ব্ৰহ্মপুত্ৰ নদীৰ তলেৰে গহপুৰ আৰু নুমলীগড়ৰ মাজত সুৰংগ নির্মাণ প্ৰকল্পৰ ডিপিআৰ প্ৰস্তুতৰ দায়িত্ব পুনৰ বিতর্কিত লুই বার্জাৰক অর্পণ, ঘোষণা নীতিন গাডকাৰিৰ

কেন্দ্ৰীয় চৰকাৰে অসমত কেতবোৰ অভিলাষী আঁচনি ঘোষণা কৰিছে ৷ বিশেষকৈ মঙলবাৰে গুৱাহাটীলৈ অহা কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰিয়ে কেইবাখনো...

Read more

পর্যটকলৈ সুখবৰঃ কাজিৰঙাত মুকলি হ’ল হাতী ছাফাৰি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৌন্দর্য্য উপভোগ কৰিব বিচৰা পর্যটকসকলৰ বাবে  সুখবৰ ৷ আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে  হাতী ছাফাৰি...

Read more

ইংলেণ্ডৰ সর্বোচ্চ অসামৰিক পৰীক্ষাত উত্তীর্ণ অসম কন্যা প্ৰিয়ম ডেকা, শৈক্ষিক উৎকর্ষতাত উল্লেখনীয় সাফল্য

শৈক্ষিক উৎকৰ্ষতাৰ এক উল্লেখযোগ্য কৃতিত্বৰে উজলি উঠিছে অসম কন্যা  প্ৰিয়ম ডেকা ৷ ইংলেণ্ডৰ সর্বোচ্চ প্ৰশাসনিক পৰীক্ষাত উত্তীর্ণ হৈছে পৰিয়ম ৷...

Read more

মঙলদৈত আৰক্ষী থানাৰ ৫০০ মিটাৰ আঁতৰত দিন ডকাইতি, চোকা অস্ত্ৰ দেখুৱাই লুটি নিলে মহিলাৰ চেইন-আঙুঠি-খাৰু

    আৰক্ষী-নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকাৰ পাছতো মঙলদৈ চহৰত নোহোৱা হৈছে সাধাৰণ ৰাইজৰ নিৰাপত্তা ৷ চহৰখনৰ  মাজমজিয়াত দিন দুপৰতে ডকাইতি কাণ্ড...

Read more

গুৱাহাটীৰ নিচামুক্তি কেন্দ্ৰত পুনৰ অঘটন, ৰহস্যজনকভাৱে মৃত্যু ধেমাজিৰ যুৱকৰ

  গুৱাহাটীৰ নিচামুক্তি কেন্দ্ৰত পুনৰ যুৱকৰ ৰহস্যজনক মৃত্যু হোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ মালিগাঁৱৰ চানভি ৱেলনেছ চেণ্টাৰত মিত্ৰ...

Read more

পুনৰ শৰাইঘাট দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ দিলে যুৱকে.,জীৱন্তে উদ্ধাৰ নদী আৰক্ষীৰ

পুনৰ শৰাইঘাটৰ নতুন দলঙত অঘটন সংঘটিত হৈছে । দলঙৰ ওপৰৰ পৰা ব্ৰহ্মপুত্ৰ নদীত জপিয়াই এজন যুৱকে আত্মহত্যা কৰিবলৈ সৃষ্টি কৰে...

Read more

ধুবুৰীত পুনৰ গৰজি উঠিল আৰক্ষীৰ আগ্নেয়াস্ত্ৰ, বিলাসীপাৰাত আৰক্ষীৰ গুলীত আহত ডকাইত ছফিকুল

ধুবুৰীৰ বিলাসীপাৰাত পুনৰ অভিযুক্তৰ বিৰুদ্ধে গৰজি উঠিল আৰক্ষীৰ আগ্নেয়াস্ত্ৰ ৷ পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা ৷ দুৰ্ধৰ্ষ ডকাইত ছফিকুল ইছলামক...

Read more

১২,৬০০ পদৰ বিজ্ঞাপন প্ৰকাশ, কেতিয়াৰ পৰা অনলাইনযোগে দাখিল কৰিব পাৰিব আৱেদন ?

  ৰাজ্যৰ নিবনুৱাসকললৈ সুখবৰ ৷ ৰাজ্য চৰকাৰে আজি প্ৰকাশ কৰিছে ১২,৬০০ টা খালী পদৰ বিজ্ঞাপন ৷ এই কথা সদৰী কৰিছে...

Read more

ভুৱা কলচেণ্টাৰেৰে কোটি কোটি টকাৰ প্ৰৱঞ্চনা, মুল অভিযক্ত তচদিকুৰ ৰহমানক গ্ৰেপ্তাৰ , ডেৰমাহে কৰি আছিল আত্মগোপন

ভুৱা কলচেণ্টাৰেৰে হাজাৰ হাজাৰ লোকক লুণ্ঠন কৰি কোটি কোটি টকাৰ প্ৰৱঞ্চনা কৰা গোচৰৰ মূল অভিযুক্ত তচদিকুৰ ৰহমানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে...

Read more
Page 111 of 543 1 110 111 112 543