মুখ্য সংবাদ

কান্দি থকাৰ বাবেই পিতৃয়ে গচকি হত্যা কৰিলে ৪ বছৰীয়া পুত্ৰক, বৰপথাৰত নৃশংস ঘটনা

গোলাঘাটৰ বৰপথাৰত সোমবাৰে নিশা মানৱ সমাজক লজ্জিত কৰা এক ঘটনাই সমগ্ৰ অঞ্চলটো জোকাৰি গৈছে ৷পিতৃয়েই  ভৰিৰে গচকি অতি নৃশংসভাৱে  ৪...

Read more

মহানগৰীত গ্ৰেপ্তাৰ তিনি আলফা(স্বাঃ)ৰ সদস্য, উদ্ধাৰ অত্যাধুনিক মাৰণাস্ত্ৰ

গুৱাহাটীত গ্ৰেপ্তাৰ কৰা হৈছে তিনিজন আলফা(স্বাঃ) ৰ সদস্য ৷ মহানগৰীৰ পাণ্ডুৰ বিবিচি কলনীত আত্মগোপন কৰি থকা অৱস্থাত তিনিওকে গ্ৰেপ্তাৰ কৰা...

Read more

ৰাস অনুষ্ঠানৰ মাজতে পিতা-পুত্ৰক হানি খুচি হত্যা, গহপুৰত চাঞ্চল্য

সোমবাৰে নিশা গহপুৰত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয় । ৰাস অনুষ্ঠানৰ মাজতে পিতা-পুত্ৰক চোকা অস্ত্ৰৰে হানি -খুচি হত্যা কৰা হয়...

Read more

২৪ ডিচেম্বৰত গুৱাহাটী ৰাজহ চক্ৰত ৰাইজৰ ভূমি সম্পৰ্কীয় অভিযোগ গ্ৰহণ কৰিব জিলা আয়ুক্তই

ৰাইজৰ ভূমি সম্পৰ্কীয় আবেদন আৰু ওজৰ-আপত্তিৰ খৰতকীয়া মীমাংসাৰ বাবে তৎপৰ হোৱা কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানে পৰৱৰ্তী দেওবাৰ অৰ্থাৎ...

Read more

দুই কন্যা-ভতিজাকক স্কুললৈ নিয়াৰ সময়তে তামাৰহাটত গংগাধৰ নৈত নাওঁ বুৰি মৃত্যু এজনৰ

তামাৰহাটৰ পূৱ মৰাগদাধৰ গাঁৱত নাও দুৰ্ঘটনা সংঘটিত হৈছে । এই নাও দুৰ্ঘটনাত মালেক আলী মণ্ডল নামৰ লোকজন নৈৰ সোঁতত উটি...

Read more

দেশত এদিনত পাঁচজন লোকৰ ক’ভিডত মৃত্যু! আকৌ মূৰ তুলি উঠিব নেকি ক’ভিডে৷ কি সকীয়নি বিশ্ব স্বাস্থ্য সংস্থাৰ ?

  যোৱা ২৪ ঘন্টাত দেশত ৩৩৫জন নতুনকৈ ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। ইয়াৰে ৫জন লোকৰ মৃত্যু। বৰ্তমান সমগ্ৰ দেশতে কৰ’না ৰোগীৰ...

Read more

গুৱাহাটীত কেইবাকোটিটকীয়া ঘৰ, গোৱালপাৰাত ৭ মহলীয়া অট্টালিকা-চাৰিস্থানত মাটি, এইবাৰ ডিএফঅ’ আখতাৰৰ সাম্ৰাজ্যত আৰক্ষীৰ অভিযান

  দুর্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে চিএম ভিজিলেন্সে ৷ এইবাৰ চিএম ভিজিলেন্সৰ জালত পৰিছে এজন ডিএফঅ’ ৷ নাম আখতাৰ...

Read more

হিমাচল প্ৰদেশত নিজৰ বন্দুকৰ গুলী লাগি ৰহস্যজনক মৃত্যু বজালীৰ জোৱানৰ , দুমাহ পূর্বে আৱদ্ধ হৈছিল বিবাহ-পাশত

হিমাচল প্ৰদেশত সংঘটিত হৈছে এক শোকাবহ ঘটনা। অকালতে প্ৰাণ হেৰুৱালে অসমৰ এজন জোৱানে। নিজৰেই বন্দুকৰ গুলীত প্ৰাণ এৰুৱালে ধনজিৎ দাস...

Read more

জয়সাগৰৰ বিস্ফোৰণ, চাৰি যুৱকক গ্ৰেপ্তাৰ শিৱসাগৰৰ আৰক্ষীয়ে

জয়সাগৰৰ চিআৰপিএফৰ কেম্পৰ সন্মুখত সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ ঘটনা সন্দর্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ এই বিস্ফোৰণ সন্দর্ভত আৰক্ষীয়ে ৪ জন...

Read more

ধনশিৰিৰ হলৌখোৱাত থাৰ আৰু জিপচি বাহনৰ মুখামুখি সংঘৰ্ষত প্ৰাণ হেৰুৱালে ৪ জনে

সোমবাৰে পুৱাই ধনশিৰি মহকুমাৰ সমীপত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । কাৰ্বিআংলঙৰ মাজেৰে যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথত...

Read more
Page 80 of 543 1 79 80 81 543