মুখ্য সংবাদ

১২ ডিচেম্বৰৰ পৰা টিউটৰৰ তিনিদিনীয়া ধর্মঘট , শিক্ষকৰ মর্যাদা প্ৰদানৰ দাবী

  বিভিন্ন দাবীৰ সমর্থনত সদৌ অসম প্রাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্রাথমিক শিক্ষক(টিউটৰ) সংস্থাই  তিনিদিনীয়া অৱস্থান ধৰ্মঘট আন্দোলন কাৰ্য্যসূচী ৰূপায়ণ...

Read more

ধনৰ বিনিময়ত নিযুক্তি কেলেংকাৰি ,এপিএছচিৰ প্ৰাক্তন প্ৰধান পৰীক্ষা নিয়ন্ত্ৰক নন্দবাবু সিঙক গ্ৰেপ্তাৰ

  অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত নিযুক্তি কেলেংকাৰীত  আৰক্ষীৰ জালত পৰিছে প্ৰাক্তন প্ৰধান পৰীক্ষা নিয়ন্ত্ৰক নন্দবাবু সিঙ ৷ আজি জেৰাৰ...

Read more

১৭৬ বেগ টকাঃ ৫০ জন বিষয়াই ৪০ টা মেচিনেৰে গণিও শেষ কৰিব পৰা নাই টকা , কংগ্ৰেছ সাংসদৰ ঘৰত বর্তমানলৈ উদ্ধাৰ ৩৫৩ কোটি টকা

ওড়িশা আৰু ঝাৰখণ্ডত আয়কৰ অভিযানত উদ্ধাৰ হোৱা ধনৰ পৰিমাণ বৃদ্ধি পাইছে। আয়কৰ বিভাগৰ সূত্ৰ অনুসৰি ৰাজ্য দুখনত আয়কৰ অভিযানত দেওবাৰলৈকে...

Read more

পুনৰ এনকাউন্টাৰ! দেৰগাঁৱত আৰক্ষীৰ গুলীত নিহত গভাইত চোৰ লাগান চাহানী

ৰাজ্যত সংঘটিত হৈ আহিছে এনকাউণ্টাৰৰ ঘটনা ৷  অপৰাধৰ লগত জড়িত বিভিন্ন লোকক ভিন্ন কাৰণত আৰক্ষীয়ে এনকাউণ্টাৰ কৰি আহিছে ৷  এইবাৰ...

Read more

অসম গ্ৰন্থমেলা, শিলচৰৰ সফল সামৰণি

এলানি গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ, সাহিত্য-সাংস্কৃতিৰ বৰ্ণিল কাৰ্যসূচী ৰূপায়ণৰ লগতে শীতৰ ঋতুত গ্ৰন্থৰ উমাল সুবাস বিয়পাই আজি সফল সামৰণি পৰিল অসম...

Read more

কামৰূপ মহানগৰ জিলাত সাংস্কৃতিক মহাসংগ্ৰামৰ সমষ্টিভিত্তিক প্ৰতিযোগিতা অব্যাহত

অসম সাংস্কৃতিক মহাসংগ্ৰাম, ২০২৩-২৪ৰ কামৰূপ মহানগৰ জিলাৰ দিছপুৰ বিধানসভা সমষ্টিভিত্তিক প্ৰতিযোগিতাসমূহ আজি গুৱাহাটীৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়৷...

Read more

ৰাজ্যজুৰি অগপৰ শ্বহীদ দিৱস পালন

ঐতিহাসিক অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ লগতে জাতীয় শ্বহীদসকলৰ পবিত্ৰ স্মৃতিত আজি ৰাজ্যজুৰি অসম গণ পৰিষদ দলে শ্বহীদ দিৱস...

Read more

নগাঁৱত গীতিকাৰ সূৰ্য কুমাৰ ৰাজাক “মুকুতাৰ মালা” বঁটা প্ৰদান

ঋতু পৰ্ণ শৰ্মা,নগাঁও,১০ডিচেম্বৰ:--সুৰসূৰ্য উপাধিৰে বিভূষিত গীতিকাৰ সূৰ্য কুমাৰ ৰাজাক শনিবাৰে প্ৰদান কৰা হয় "মুকুতাৰ মালা" বঁটা। বৰ্ষীয়ান নগঞা গীতিকাৰগৰাকীক এই...

Read more

সুৰনন্দন ভাৰতীৰ সপ্তম বৰ্ষৰ শেষান্ত পৰীক্ষাত নগাঁৱৰ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ শিক্ষাৰ্থীৰ কৃতিত্ব, অধ্যক্ষলৈ “নন্দন সৰস্বতী” সন্মান

ঋতু পৰ্ণ শৰ্মা,নগাঁও,১০ডিচেম্বৰ:--নগাঁৱৰ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ শিক্ষাৰ্থীয়ে ৰাষ্টীয় পৰ্যায়ত কৃতিত্ব লাভ কৰিছে ৷ সুৰনন্দন ভাৰতীৰ কলকতা ব'ৰ্ডৰ সপ্তম বৰ্ষৰ...

Read more

১০০ টকাত কোনে পালে ৭৬ লাখ টকীয়া গাড়ী? হাউলী ৰাসৰ উপহাৰ কুপন খেলৰ ফলাফল ঘোষণা

ঘোষণা হ'ল বহু প্ৰতিক্ষীত হাউলী ৰাসোৎসৱৰ উপহাৰ কুপন খেলৰ ফলাফল। ৯৬ সংখ্যক হাউলী ৰাস উদযাপন সমিতিয়ে 'বহুমুখী সাংস্কৃতিক প্ৰকল্প, '...

Read more
Page 86 of 543 1 85 86 87 543