VOICE 24x7
Wednesday, June 29, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অসমৰ বিশিষ্ট চিত্ৰশিল্পী ৰবীন বৰুৱাৰ দেহাৱসান

সোমবাৰে নিশা ডাউন টাউন হাস্পতালত শেষ নিশ্বাস ত্যাগ চিত্ৰশিল্পী গৰাকীৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 21, 2022
in সংস্কৃতি
অসমৰ বিশিষ্ট চিত্ৰশিল্পী ৰবীন বৰুৱাৰ দেহাৱসান
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

অসমৰ সাংস্কৃতিক জগতলৈ এক দুঃখবৰ ৷ সোমবাৰে নিশা দেহাৱসান ঘটে অসমৰ এগৰাকী বিশিষ্ট চিত্ৰশিল্পী ৰবীন বৰুৱাৰ ৷ সোমবাৰে নিশা গুৱাহাটীৰ ডাউন টাউন হাস্পতালত  শেষ নিশ্বাস ত্যাগ কৰে চিত্ৰশিল্পী গৰাকীয়ে ৷

উল্লেখযোগ্য যে অসমৰ একন আগশাৰীৰ আলোচনী ‘প্ৰান্তিক’ৰ সৈতে বহুবছৰ জড়িত হৈ আছিল ৰবীন বৰুৱা ৷ আনহাতে  বিভিন্ন সময়ত তেওঁৰ বিভিন্ন চিত্ৰ কৰ্মৰ লগতে নৱ প্ৰজন্মক চিত্ৰশিল্পৰ প্ৰশিক্ষণ দি পোহৰৰ সন্ধান দিছিল তেওঁ ৷ প্ৰচাৰ বিমূখ ,অতি শান্ত প্ৰকৃতিৰ আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী ৰবীন বৰুৱা শিক্ষক হিচাপেও সদায়েই বৰ প্ৰিয় আছিল শিশু সকলৰ ৷ তেওঁৰ মৃত্যুত সমগ্ৰ অসমে হেৰুৱালে  এজন প্ৰকৃত শিল্পীক  ৷

Previous Post

আজি অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

Next Post

১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব ‘টিডিএছ’ৰ নতুন নিয়ম

Related Posts

অনুবাদ সাহিত্যৰ বাবে তিনি গৰাকী লেখকলৈ ২০২১ বৰ্ষৰ  সাহিত্য অকাডেমী বঁটা
সংস্কৃতি

অনুবাদ সাহিত্যৰ বাবে তিনি গৰাকী লেখকলৈ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা

June 25, 2022
ন-জোঁৱাইক গাওঁবাসীৰ সৈতে পৰিচয় কৰাই দিবৰ বাবেই  গোৱাত উদযাপন কৰা হয় চাও জোয়াও উৎসৱ
সংস্কৃতি

ন-জোঁৱাইক গাওঁবাসীৰ সৈতে পৰিচয় কৰাই দিবৰ বাবেই গোৱাত উদযাপন কৰা হয় চাও জোয়াও উৎসৱ

June 24, 2022
প্ৰাক্তন স্বামী জনি ডেপৰ সৈতে মানহানিৰ বিচাৰৰ পিছত চৰ্চালৈ অহা ‘একুৱামেন’ অভিনেত্ৰী ‘এম্বাৰ হাৰ্ড’  বিশ্বৰ  আটাইতকৈ ধুনীয়া মহিলা
সংস্কৃতি

প্ৰাক্তন স্বামী জনি ডেপৰ সৈতে মানহানিৰ বিচাৰৰ পিছত চৰ্চালৈ অহা ‘একুৱামেন’ অভিনেত্ৰী ‘এম্বাৰ হাৰ্ড’ বিশ্বৰ আটাইতকৈ ধুনীয়া মহিলা

June 22, 2022
মানসিক স্বাস্থ্যৰ প্ৰতি সমৰ্পিত প্ৰথম থিয়েটাৰ মহোৎসৱৰ সাক্ষী হ’বলৈ সাজু হৈছে মহাৰাষ্ট্ৰ
সংস্কৃতি

মানসিক স্বাস্থ্যৰ প্ৰতি সমৰ্পিত প্ৰথম থিয়েটাৰ মহোৎসৱৰ সাক্ষী হ’বলৈ সাজু হৈছে মহাৰাষ্ট্ৰ

June 17, 2022
আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ১২০ সংখ্যক জন্ম দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছো
সংস্কৃতি

আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ১২০ সংখ্যক জন্ম দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছো

June 17, 2022
৯ ছেপ্টেম্বৰত মুক্তি লাভ কৰিব ৰণবীৰ  আৰু আলিয়া অভিনীত ‘ব্ৰহ্মাস্ত্ৰ’ই
সংস্কৃতি

৯ ছেপ্টেম্বৰত মুক্তি লাভ কৰিব ৰণবীৰ আৰু আলিয়া অভিনীত ‘ব্ৰহ্মাস্ত্ৰ’ই

June 15, 2022
Next Post
১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব ‘টিডিএছ’ৰ নতুন  নিয়ম

১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব ‘টিডিএছ’ৰ নতুন নিয়ম

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

June 29, 2022
আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

June 29, 2022
শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

June 29, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7