VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কেইবাখনো অসমীয়া চলচ্চিত্ৰ, সংগীত ভিডিঅ’ত নৃত্য প্ৰদৰ্শন কৰা শিল্পী চন্দনা দেৱীৰ অকাল বিয়োগ

কি ৰোগত আক্ৰান্ত আছিল চন্দনা ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 27, 2022
in সংস্কৃতি
কেইবাখনো অসমীয়া চলচ্চিত্ৰ, সংগীত ভিডিঅ’ত নৃত্য প্ৰদৰ্শন কৰা  শিল্পী চন্দনা দেৱীৰ অকাল বিয়োগ
0
SHARES
54
VIEWS
Share on FacebookShare on Twitter

কেইবাখনো অসমীয়া চলচ্চিত্ৰ আৰু সংগীত ভিডিঅ’ত নৃত্য প্ৰদৰ্শন কৰা অসমীয়া শিল্পী চন্দনা দেৱীয়ে মঙলবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে। সূত্ৰ অনুসৰি  বৃক্কৰ ৰোগত আক্ৰান্ত আছিল চন্দনা  যাৰ ফলত  অকাল মৃত্যুক আঁকোৱালি ল’ব লগীয়া হ’ল শিল্পী গৰাকীয়ে ।

চন্দনাৰ দৰে এগৰাকী উদীয়মান শিল্পীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ অসমবাসী ৷ আনহাতে বিজেপিৰ প্ৰাক্তন বিধায়িকা আঙ্গুৰলতা ডেকাই এক টুইটযোগে শোকসন্তপ্ত পৰিয়ালক  সমবেদনা জ্ঞাপন কৰিছে।

“অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ প্ৰখ্যাত নৃত্যশিল্পী শ্ৰীমতী চন্দনা দেৱীৰ মৃত্যুৰ কথা শুনি দুখ লাগিছে। শিল্পীগৰাকীৰ পৰিয়ালৰ প্ৰতি মোৰ গভীৰ সমবেদনা, বিদেহী আত্মাই চিৰশান্তিত লাভ কৰক। ওম শান্তি,” ।

It's heartwrenching to hear about the demise of Smt.Chandana Devi, well known dancer of Assamese Film Industry. My deepest condolence to the beavered family, may the departed soul rest in eternal peace. Om Shanti 🙏🏻 pic.twitter.com/mF4ENIVWnQ

— Angoorlata Deka (@DekaAngoorlata) July 27, 2022

Previous Post

তিনিদিনত ১২ ঘণ্টা জেৰা, সুধিলে ১০০ টা প্ৰশ্নঃ ইডিৰ সন্মুখত কি পৰিস্থিতিৰ সন্মুখীন হ’ল কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধী !!

Next Post

চেষ্টাৰ অসাধ্য একো নাইঃ ৩৯ বাৰ আৱেদন নাকচ হোৱা পাছত গুগলত চাকৰি লাভ কৰি ইণ্টাৰনেটত সমাদৃত এইজন লোক

Related Posts

মহৰমৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ‘ভাতৃত্ববোধ’ৰ টুইট
সংস্কৃতি

মহৰমৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ‘ভাতৃত্ববোধ’ৰ টুইট

August 9, 2022
কমনৱেলথ গেমছত ভাৰতীয় খেলুৱৈসকলৰ  সংগীত হৈ পৰিল  নিলোৎপল বৰাৰ ‘চাবাশ’
সংস্কৃতি

কমনৱেলথ গেমছত ভাৰতীয় খেলুৱৈসকলৰ সংগীত হৈ পৰিল নিলোৎপল বৰাৰ ‘চাবাশ’

August 6, 2022
আজি  শংকৰদেৱ কলাক্ষেত্ৰৰ ‘মাধৱ দেৱ প্ৰেক্ষাগৃহ’ত গন্ধৰ্বৰ নৱতম নাটকৰ ৰূপত ‘মুলাই – The root’
সংস্কৃতি

আজি শংকৰদেৱ কলাক্ষেত্ৰৰ ‘মাধৱ দেৱ প্ৰেক্ষাগৃহ’ত গন্ধৰ্বৰ নৱতম নাটকৰ ৰূপত ‘মুলাই – The root’

August 6, 2022
লক্ষীমপুৰত একেলগে ৬৪০ যোৰা দৰা কইনাৰ সমূহীয়া বিয়া
সংস্কৃতি

লক্ষীমপুৰত একেলগে ৬৪০ যোৰা দৰা কইনাৰ সমূহীয়া বিয়া

August 3, 2022
এগৰাকী স্বনামধন্য নৃত্যশিল্পী আৰু নৃত্য পৰিচালক যতীন গোস্বামীৰ আজি ওপজাদিন
সংস্কৃতি

এগৰাকী স্বনামধন্য নৃত্যশিল্পী আৰু নৃত্য পৰিচালক যতীন গোস্বামীৰ আজি ওপজাদিন

August 2, 2022
ঐতিহাসিক চৰাইদেউ জিলাৰ সোণাৰিত বিশেষ নাট্যনুষ্ঠান
সংস্কৃতি

ঐতিহাসিক চৰাইদেউ জিলাৰ সোণাৰিত বিশেষ নাট্যনুষ্ঠান

August 1, 2022
Next Post
চেষ্টাৰ অসাধ্য একো নাইঃ ৩৯ বাৰ আৱেদন নাকচ হোৱা পাছত  গুগলত চাকৰি লাভ কৰি ইণ্টাৰনেটত সমাদৃত এইজন লোক

চেষ্টাৰ অসাধ্য একো নাইঃ ৩৯ বাৰ আৱেদন নাকচ হোৱা পাছত গুগলত চাকৰি লাভ কৰি ইণ্টাৰনেটত সমাদৃত এইজন লোক

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
আপোনাৰ চকুযুৰিৰ কিদৰে যত্ন ল’ব জানো আহক

কম বয়সতে চকুত চানি পৰা ৰোগে দেখা দিছে নেকি ? প্ৰতিকাৰৰ আছে উপায় , জানো আহক

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7