VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘মোক্ষ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ’লৈ অসমৰ চুটি ছবি ‘ সিহঁত দৌৰি গ’ল’

জনপ্ৰিয় লেখিকা মণিকা দেৱীৰ গল্পৰ আধাৰত নিৰ্মিত ছবি ‘সিহঁত দৌৰি গ’ল’

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 30, 2022
in সংস্কৃতি
‘মোক্ষ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ’লৈ অসমৰ চুটি ছবি ‘ সিহঁত দৌৰি গ’ল’
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

অসমৰ চলচিত্ৰ জগতলৈ এক সুখবৰ ৷এইবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে  ‘ সিহঁত দৌৰি গ’ল’ নামৰ  অসমীয়া চুটি ছবিখনে ৷ কামৰূপা ক্ৰিয়েছনৰ  বেনাৰত নিৰ্মিত  চুটি ছবিখনে  ‘মোক্ষ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ’ত (MOKKHO International film festival) শ্ৰেষ্ঠ চুটি ছবি ( Best Short Film Award) হিচাপে নিৰ্বাচিত হৈছে ৷ লগতে আন কেইবাটাও বিভাগত শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে  ছবিখনে ।

অসমৰ এগৰাকী জনপ্ৰিয় লেখিকা মণিকা দেৱীৰ গল্পৰ আধাৰত নিৰ্মাণ কৰা ছবিখনৰ  নিৰ্দেশনা সৃষ্টি শ্ৰেয়মৰ  ৷ আনহাতে চিনেমাট’গ্ৰাফী কৰিছে  নাহিদ আহমেদে ৷

Previous Post

মহিলা আৰু শিশুক যৌন উৎপীড়ন কৰাৰ বাবে আমেৰিকান পপ গায়ক কেলিক ৩০ বছৰৰ কাৰাদণ্ড

Next Post

মণিপুৰত বিধ্বংসী ভূমিস্খলনত নিহত দুই সেনা , অব্যাহত উদ্ধাৰ অভিযান

Related Posts

মহৰমৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ‘ভাতৃত্ববোধ’ৰ টুইট
সংস্কৃতি

মহৰমৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ‘ভাতৃত্ববোধ’ৰ টুইট

August 9, 2022
কমনৱেলথ গেমছত ভাৰতীয় খেলুৱৈসকলৰ  সংগীত হৈ পৰিল  নিলোৎপল বৰাৰ ‘চাবাশ’
সংস্কৃতি

কমনৱেলথ গেমছত ভাৰতীয় খেলুৱৈসকলৰ সংগীত হৈ পৰিল নিলোৎপল বৰাৰ ‘চাবাশ’

August 6, 2022
আজি  শংকৰদেৱ কলাক্ষেত্ৰৰ ‘মাধৱ দেৱ প্ৰেক্ষাগৃহ’ত গন্ধৰ্বৰ নৱতম নাটকৰ ৰূপত ‘মুলাই – The root’
সংস্কৃতি

আজি শংকৰদেৱ কলাক্ষেত্ৰৰ ‘মাধৱ দেৱ প্ৰেক্ষাগৃহ’ত গন্ধৰ্বৰ নৱতম নাটকৰ ৰূপত ‘মুলাই – The root’

August 6, 2022
লক্ষীমপুৰত একেলগে ৬৪০ যোৰা দৰা কইনাৰ সমূহীয়া বিয়া
সংস্কৃতি

লক্ষীমপুৰত একেলগে ৬৪০ যোৰা দৰা কইনাৰ সমূহীয়া বিয়া

August 3, 2022
এগৰাকী স্বনামধন্য নৃত্যশিল্পী আৰু নৃত্য পৰিচালক যতীন গোস্বামীৰ আজি ওপজাদিন
সংস্কৃতি

এগৰাকী স্বনামধন্য নৃত্যশিল্পী আৰু নৃত্য পৰিচালক যতীন গোস্বামীৰ আজি ওপজাদিন

August 2, 2022
ঐতিহাসিক চৰাইদেউ জিলাৰ সোণাৰিত বিশেষ নাট্যনুষ্ঠান
সংস্কৃতি

ঐতিহাসিক চৰাইদেউ জিলাৰ সোণাৰিত বিশেষ নাট্যনুষ্ঠান

August 1, 2022
Next Post
মণিপুৰত বিধ্বংসী  ভূমিস্খলনত নিহত দুই সেনা  , অব্যাহত উদ্ধাৰ অভিযান

মণিপুৰত বিধ্বংসী ভূমিস্খলনত নিহত দুই সেনা , অব্যাহত উদ্ধাৰ অভিযান

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
আপোনাৰ চকুযুৰিৰ কিদৰে যত্ন ল’ব জানো আহক

কম বয়সতে চকুত চানি পৰা ৰোগে দেখা দিছে নেকি ? প্ৰতিকাৰৰ আছে উপায় , জানো আহক

August 10, 2022
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7