VOICE 24x7
Sunday, October 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘ড০ভূপেন হাজৰিকা ফাউণ্ডেচন যোৰহাট’ৰ উদ্যোগত যোৰহাট জিলা পুথিভঁৰালত ‘ভূপেন্দ্ৰ জয়ন্তী’ উদযাপন

অনুষ্ঠানৰ আৰম্ভণিতে ১০০ গৰাকী  ছাত্ৰ-ছাত্ৰীয়ে পৰিবেশন কৰে সুধাকণ্ঠৰ প্ৰথম গীত 'কুসুম্বৰ পুত্ৰ'

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
September 9, 2022
in সংস্কৃতি
‘ড০ভূপেন হাজৰিকা ফাউণ্ডেচন যোৰহাট’ৰ উদ্যোগত যোৰহাট জিলা পুথিভঁৰালত ‘ভূপেন্দ্ৰ জয়ন্তী’ উদযাপন
0
SHARES
38
VIEWS
Share on FacebookShare on Twitter

৮ছেপ্টেম্বৰ, বৃহস্পতিবাৰে সমগ্ৰ অসমতে উদযাপন কৰা হয় সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মজয়ন্তী ৷ সেয়েহে “ ভূপেন্দ্ৰ জয়ন্তী” উপলক্ষে  ‘ড০ভূপেন হাজৰিকা ফাউণ্ডেচন যোৰহাট’ৰ উদ্যোগত যোৰহাট জিলা পুথিভঁৰালতো অনুষ্ঠিত কৰা হয় এক বৰ্ণাধ্য অনুষ্ঠানৰ৷

উক্ত  অনুষ্ঠান উদ্বোধন কৰে যোৰহাট জিলাৰ  উপায়ুক্ত অশোক কুমাৰ বৰ্মনে ৷ অনহাতে অনুষ্ঠানটিত  ভূপেন্দ্ৰ সংগীতৰ সাধক গুৱাহাটীৰ জ্যোতিৰ্ময় দেবনাথ আৰু নগাৱৰ নয়নজ্যোতি শইকীয়াক সম্বৰ্দ্ধনা জনোৱা হয়  ৷

অনুষ্ঠানৰ আৰম্ভণিতে  সুধাকণ্ঠৰ প্ৰথম গীত “ কুসুম্বৰ পুত্ৰ “ পৰিবেশন কৰে যোৰহাট চেমফৰ্ড বিদ্যালয় আৰু সুৰৰ দেউল সংগীত বিদ্যালয়ৰ ১০০ গৰাকী  ছাত্ৰ-ছাত্ৰীয়ে  ৷ উক্ত অনু্‌ষ্ঠানত জিতা বৰুৱা আৰু শান্তনু আচাৰ্যই গীতি কবিতা পাঠ কৰাৰ লগতে চেমফৰ্ড বিদ্যালয় , যোৰহাট এয়াৰ ফৰ্চ বিদ্যালয় , ক্ৰেচেন্ট একাডেমীৰ ছাত্ৰ-ছাত্ৰী সকলে  দলীয় নৃত্য পৰিবেশন কৰে ৷ অনুষ্ঠানটিত  শিশু শিল্পী ঋদ্ধিয়ে একক নৃত্য পৰিবেশন কৰে ৷

যোৰহাট চৰকাৰী বালিকা বিদ্যালয়, সুৰৰ দেউল সংগীত বিদ্যালয় আৰু সুৰ মালিতাৰ সদস্যসকলে সুধাকণ্ঠক শ্ৰদ্ধা জনাই  সমবেত কণ্ঠত ভূপেন্দ্ৰ সংগীত পৰিবেশন কৰে  ৷ ইফালে অৰিজিত শইকীয়াৰ ভায়’লিনবাদনৰ লগতে অনুষ্ঠানটিৰ মুখ্য আকৰ্ষণ আছিল  যোৰাহাট জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ ভূপেন্দ্ৰ সংগীত পৰিবেশন ৷

উক্ত অনুষ্ঠানতে অসম সাহিত্য সভাৰ প্ৰাক্তন মুখ্য সম্পাদক সাহিত্যিক ড০বসন্ত গোস্বামীয়ে ৰঞ্জন কুমাৰ দত্ত আৰু ড০বিভা দত্ত নেওগৰ সম্পাদনাৰ গ্ৰন্থ “ ড০দিলীপ কুমাৰ দত্তৰ জীৱন কৃতি আৰু দৃষ্টি’’ উন্মোচন কৰে  “ ৷

আনহাতে  অনুষ্ঠানৰ শেষত আমন্ত্ৰিত   অতিথিদ্বয়  ভূপেন্দ্ৰ সংগীতৰ সাধক জ্যোতিৰ্ময় দেৱনাথ আৰু নয়নজ্যোতি শইকীয়াই  গীত পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে  ৷

উল্লেখযোগ্য যে “ ভূপেন্দ্ৰ জয়ন্তী” উপলক্ষে  ‘ড০ভূপেন হাজৰিকা ফাউণ্ডেচন যোৰহাট’ৰ উদ্যোগত   অনুষ্ঠিত কৰা এই আটকধুনীয়া  অনুষ্ঠানটিৰ আঁত ধৰে দীপক নাথ আৰু সবিতা গোস্বামীয়ে ৷

Previous Post

ঘোচ লৈ পুনৰ গ্ৰেপ্তাৰ দুই চৰকাৰী কর্মচাৰী

Next Post

হাথ্ৰাছৰ দলৱদ্ধ ধর্ষণৰ বাতৰি কৰিবলৈ গৈ গ্ৰপ্তাৰ হোৱা কেৰেলাৰ সাংবাদিকৰ জামিন মঞ্জুৰঃ উচ্চতম ন্যায়ালয়ে ক’লে-সকলোৰে আছে মত প্ৰকাশৰ স্বাধীনতা

Related Posts

অসমৰ সংস্কৃতিলৈ নাগাৰা নামৰ অৱদান! বৰ্তমান কিয় বিতৰ্কিত হৈ পৰিছে নাগাৰা নাম
মুখ্য সংবাদ

অসমৰ সংস্কৃতিলৈ নাগাৰা নামৰ অৱদান! বৰ্তমান কিয় বিতৰ্কিত হৈ পৰিছে নাগাৰা নাম

October 1, 2023
ৰাজ্যজুৰি বিশ্বকর্মা পূজাৰ প্ৰস্তুতি, পূজাৰ সামগ্ৰীৰে ভৰিছে বজাৰ
সংস্কৃতি

ৰাজ্যজুৰি বিশ্বকর্মা পূজাৰ প্ৰস্তুতি, পূজাৰ সামগ্ৰীৰে ভৰিছে বজাৰ

September 17, 2023
৯৭ সংখ্যক ওপজা দিনত সুধাকণ্ঠৰ গীত-মাতেৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ
সংস্কৃতি

৯৭ সংখ্যক ওপজা দিনত সুধাকণ্ঠৰ গীত-মাতেৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ

September 8, 2023
“ভাওৰীয়া”ৰ ১৫ দিনীয়া বাটৰ নাট আৰু  নাট কৰ্মশালাৰ শুভাৰম্ভণি
সংস্কৃতি

“ভাওৰীয়া”ৰ ১৫ দিনীয়া বাটৰ নাট আৰু নাট কৰ্মশালাৰ শুভাৰম্ভণি

September 7, 2023
তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব “প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ”
সংস্কৃতি

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব “প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ”

September 2, 2023
জংকি শর্মালৈ চলিত বৰ্ষৰ লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা
সংস্কৃতি

জংকি শর্মালৈ চলিত বৰ্ষৰ লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা

August 28, 2023
Next Post
হাথ্ৰাছৰ দলৱদ্ধ ধর্ষণৰ বাতৰি কৰিবলৈ গৈ গ্ৰপ্তাৰ হোৱা কেৰেলাৰ সাংবাদিকৰ জামিন মঞ্জুৰঃ উচ্চতম ন্যায়ালয়ে ক’লে-সকলোৰে আছে মত প্ৰকাশৰ স্বাধীনতা

হাথ্ৰাছৰ দলৱদ্ধ ধর্ষণৰ বাতৰি কৰিবলৈ গৈ গ্ৰপ্তাৰ হোৱা কেৰেলাৰ সাংবাদিকৰ জামিন মঞ্জুৰঃ উচ্চতম ন্যায়ালয়ে ক’লে-সকলোৰে আছে মত প্ৰকাশৰ স্বাধীনতা

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7