VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

” অসমীয়া সাহিত্য জগতৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কবি হীৰুদা”

তিনি দশকৰো অধিক সময় ধৰি অসমীয়া আলোচনী 'প্ৰান্তিক'ৰ কবিতাৰ সম্পাদক আছিল হীৰুদা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 4, 2022
in সংস্কৃতি
” অসমীয়া সাহিত্য জগতৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কবি হীৰুদা”
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

অসমৰ এগৰাকী জনপ্ৰিয় কবি হীৰেণ ভট্টাচাৰ্য যি সমগ্ৰ অসমতে  হীৰুদা নামেৰে জনাজাত ৷ হীৰুদাৰ জন্ম হৈছিল ১৯৩২ চনৰ ২৮ জুলাইত অসমৰ যোৰহাটত ৷  এগৰাকী  কবি আৰু গীতিকাৰ ৰূপে অসমীয়া সাহিত্যৰ ভড়াল সমৃদ্ধ কৰা  হীৰুদা  আছিল অসমীয়া সাহিত্য জগতৰ সৰ্বকালৰ এজন সৰ্বশ্ৰেষ্ঠ কবি,গীতিকাৰ ।

অসমীয়াত তেওঁৰ ভালে সংখ্যক কবিতা প্ৰকাশ পাইছিল আৰু  কবিতাৰ বাবে তেওঁ বহুতো সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।  ভট্টাচাৰ্যই প্ৰধানকৈ অসমীয়া কবিতাৰ ক্ষেত্ৰখনত কাম কৰিছিল। তেওঁ কেইবাখনো অসমীয়া আলোচনী আৰু বাতৰি কাকততো  সম্পাদক হিচাপে কাৰ্য্যনিৰ্বাহ  কৰিছিল। তিনি দশকৰো অধিক সময় ধৰি তেওঁ অসমীয়া আলোচনী প্ৰান্তিকৰ কবিতা বিভাগৰ  সম্পাদক আছিল।

ৰৌদ্ৰ কামনা,কবিতাৰ ৰ’দ,তোমাৰ বাঁহী,সুগন্ধি পখিলা,মোৰ দেশ আৰু প্ৰেমৰ কবিতা,বিভিন্ন দিনৰ কবিতা আদি তেওঁৰ কেইখনমান উল্লেখযোগ্য কাব্যসংকলন যি অসমৰ প্ৰতিটো প্ৰজন্মক প্ৰতি মূহুৰ্ততে পথ দেখুৱায় ৷

এইজনা মহান ব্যক্তিয়ে  হাঁওফাঁও আৰু প্ৰস্ৰাৱৰ সংক্ৰমণৰ বাবে অসমৰ গুৱাহাটীত  চিকিৎসা চলি থকাৰ প্ৰায় তিনি মাহৰ অন্তত ২০১২ চনৰ ৪ জুলাইত জীৱনযুঁজত হাৰ মানে ৷ কিন্তু অসমীয়া সাহিত্য জগতত সদায় জীয়াই আছে হীৰুদা ৷ আজিৰ এই বিশেষ দিনটোত তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছো ৷

Previous Post

কি নতুন অভিলেখৰ গৰাকী হ’ল যচপ্ৰীত বুমৰাহ ?

Next Post

ইজিপ্তৰ লোহিত সাগৰত শ্বার্কৰ সন্ত্ৰাসঃ সাঁতুৰি থকা অৱস্থাতে শ্বার্কৰ আক্ৰমণত প্ৰাণ হেৰুৱালে দুই মহিলাই

Related Posts

কমনৱেলথ গেমছত ভাৰতীয় খেলুৱৈসকলৰ  সংগীত হৈ পৰিল  নিলোৎপল বৰাৰ ‘চাবাশ’
সংস্কৃতি

কমনৱেলথ গেমছত ভাৰতীয় খেলুৱৈসকলৰ সংগীত হৈ পৰিল নিলোৎপল বৰাৰ ‘চাবাশ’

August 6, 2022
আজি  শংকৰদেৱ কলাক্ষেত্ৰৰ ‘মাধৱ দেৱ প্ৰেক্ষাগৃহ’ত গন্ধৰ্বৰ নৱতম নাটকৰ ৰূপত ‘মুলাই – The root’
সংস্কৃতি

আজি শংকৰদেৱ কলাক্ষেত্ৰৰ ‘মাধৱ দেৱ প্ৰেক্ষাগৃহ’ত গন্ধৰ্বৰ নৱতম নাটকৰ ৰূপত ‘মুলাই – The root’

August 6, 2022
লক্ষীমপুৰত একেলগে ৬৪০ যোৰা দৰা কইনাৰ সমূহীয়া বিয়া
সংস্কৃতি

লক্ষীমপুৰত একেলগে ৬৪০ যোৰা দৰা কইনাৰ সমূহীয়া বিয়া

August 3, 2022
এগৰাকী স্বনামধন্য নৃত্যশিল্পী আৰু নৃত্য পৰিচালক যতীন গোস্বামীৰ আজি ওপজাদিন
সংস্কৃতি

এগৰাকী স্বনামধন্য নৃত্যশিল্পী আৰু নৃত্য পৰিচালক যতীন গোস্বামীৰ আজি ওপজাদিন

August 2, 2022
ঐতিহাসিক চৰাইদেউ জিলাৰ সোণাৰিত বিশেষ নাট্যনুষ্ঠান
সংস্কৃতি

ঐতিহাসিক চৰাইদেউ জিলাৰ সোণাৰিত বিশেষ নাট্যনুষ্ঠান

August 1, 2022
কেইবাখনো অসমীয়া চলচ্চিত্ৰ, সংগীত ভিডিঅ’ত নৃত্য প্ৰদৰ্শন কৰা  শিল্পী চন্দনা দেৱীৰ অকাল বিয়োগ
সংস্কৃতি

কেইবাখনো অসমীয়া চলচ্চিত্ৰ, সংগীত ভিডিঅ’ত নৃত্য প্ৰদৰ্শন কৰা শিল্পী চন্দনা দেৱীৰ অকাল বিয়োগ

July 27, 2022
Next Post
ইজিপ্তৰ লোহিত সাগৰত শ্বার্কৰ সন্ত্ৰাসঃ সাঁতুৰি থকা অৱস্থাতে শ্বার্কৰ আক্ৰমণত প্ৰাণ হেৰুৱালে দুই মহিলাই

ইজিপ্তৰ লোহিত সাগৰত শ্বার্কৰ সন্ত্ৰাসঃ সাঁতুৰি থকা অৱস্থাতে শ্বার্কৰ আক্ৰমণত প্ৰাণ হেৰুৱালে দুই মহিলাই

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7