VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ঐতিহাসিক চৰাইদেউ জিলাৰ সোণাৰিত বিশেষ নাট্যনুষ্ঠান

‘সমলয় গোষ্ঠী’ৰ উদ্যোগত এমাহজোৰা শিশু  নাট কৰ্মশালাৰ অন্তত শিশুসকলৰ দ্বাৰা মঞ্চস্থ দুখন আটকধুনীয়া নাট

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 1, 2022
in সংস্কৃতি
ঐতিহাসিক চৰাইদেউ জিলাৰ সোণাৰিত বিশেষ নাট্যনুষ্ঠান
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

ঐতিহাসিক চৰাইদেউ জিলাৰ সোণাৰিত গ্ৰীষ্ম বন্ধ উপলক্ষে জিলাখনৰ ভিতৰতে এক অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান ‘সোণাৰি সমলয় গোষ্ঠী’য়ে আয়োজন কৰা এমাহজোৰা শিশু  নাট কৰ্মশালাৰ সফল সমাপ্তিৰ পিছতেই সোণাৰি ৰাজহুৱা পেক্ষাগৃহত যোৱা ৩০জুলাই তাৰিখে সন্ধিয়া এক বিশেষ নাট্যনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷

উক্ত নাট্যনুষ্ঠানটিৰ বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে সোণাৰিৰ প্ৰবীণ তথা বিশিষ্ট মঞ্চাভিনেত্ৰী মঞ্জুলা দেৱী খাউণ্ডে ৷ আনহাতে নাট্যানুস্থানৰ মঞ্চ উদ্বোধন কৰি সাৰগৰ্ভ ভাষণ প্ৰদান কৰে  সোণাৰিৰ এগৰাকী বিশিষ্ট  সাংস্কৃতিক কৰ্মী  তথা প্ৰাক্তন শিক্ষক বিপিন শৰ্মাই ৷ অনুষ্ঠানটিত উপস্থিত থাকি তেওঁলোকৰ  সাৰুৱা বক্তব্য আগবঢ়োৱাৰ লগতে শিশুসকলক উদ্দেশ্যি উদঙনিমূলক বক্তব্য আগবঢ়াই সোণাৰিৰ কেইবাগৰাকীও স্বনামধন্য ব্যক্তিয়ে  ৷

অনু্‌ষ্ঠানটোত  কৰ্মশালাত প্ৰশিক্ষণপ্ৰাপ্ত শিশুসকলৰ দ্বাৰা দুখন নাট মঞ্চস্থ কৰা হয় ৷ নাট্যকাৰ তথা পৰিচালক এডিচন দেউৰীৰ ‘বানে ধোৱা গাওঁ’  আৰু  নাট্যকাৰ হবীব তনবীৰৰ মূল , ভগীৰথী বাঈ ইছলাম আৰু অনুপ হাজৰিকাৰ অনুবাদেৰে এডিচন দেউৰীৰ পৰিচালনাৰে আটকধুনীয়াকৈ মঞ্চস্থ কৰা হয় আন এখন নাট ‘চৰণ দাস চোৰ’ ৷

প্ৰশিক্ষণপ্ৰাপ্ত  শিশুসকলৰ  অভিনয়ে প্ৰেক্ষাগৃহত উপস্থিত প্ৰতিগৰাকী দৰ্শকক মুগ্ধ কৰে ৷ আনহাতে সমলয় গোষ্ঠীৰ এই প্ৰচেষ্টাৰো ভূয়সী প্ৰশংসা কৰে অঞ্চলটোৰ সংস্কৃতিপ্ৰেমী ৰাইজে ৷

উল্লেখযোগ্য যে সোণাৰি অঞ্চলৰ এটি আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান সমলয় গোষ্ঠীয়ে সময়ে সময়ে এনে বহু নাট্যনুষ্ঠানৰ লগতে অন্যান্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰি নৱ প্ৰজন্মক সঠিক পথেৰে আগুৱাই লৈ যোৱাৰ লগতে এখন সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰতো অহোপুৰুষাৰ্থ কৰি আহিছে ৷

সমলয় গোষ্ঠীৰ  সভাপতি  উৎপল গগৈ ,সাধাৰণ সম্পাদক পল্লৱ ফুকন আৰু সাংস্কৃতিক সম্পাদক বুবুল বৰাৰ নেতৃত্বত আৰু সংস্থাটোৰ অন্যান্য নাট্যকৰ্মী তথা স্থানীয় ৰাইজৰ সহযোগত এমাহ যোৰা কৰ্মশালাৰ অন্তত সুকলমে অনুষ্ঠিত হৈ যোৱা বিশেষ নাট্যানুষ্ঠানটিৰ বাবে  গোষ্ঠীটোৱে  সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷ এনেধৰণে ৰাইজৰ সহায়-সহযোগিতা পালে  ভৱিষ্যতেও এনে পদক্ষেপ লৈ আগুৱাই যাবলৈ তেওঁলোক সদা প্ৰস্তুত ৷

Previous Post

সন্তান জন্ম দিবলৈ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত অপৰাধীক ১৫ দিনৰ পেৰল উচ্চ ন্যায়ালয়ৰ, কি কাৰণত উচ্চতম ন্যায়লয়ত প্ৰত্যাহবান জনালে ৰাজস্থান চৰকাৰে

Next Post

মণিপুৰৰ চিআইডি কাৰ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড

Related Posts

মহৰমৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ‘ভাতৃত্ববোধ’ৰ টুইট
সংস্কৃতি

মহৰমৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ‘ভাতৃত্ববোধ’ৰ টুইট

August 9, 2022
কমনৱেলথ গেমছত ভাৰতীয় খেলুৱৈসকলৰ  সংগীত হৈ পৰিল  নিলোৎপল বৰাৰ ‘চাবাশ’
সংস্কৃতি

কমনৱেলথ গেমছত ভাৰতীয় খেলুৱৈসকলৰ সংগীত হৈ পৰিল নিলোৎপল বৰাৰ ‘চাবাশ’

August 6, 2022
আজি  শংকৰদেৱ কলাক্ষেত্ৰৰ ‘মাধৱ দেৱ প্ৰেক্ষাগৃহ’ত গন্ধৰ্বৰ নৱতম নাটকৰ ৰূপত ‘মুলাই – The root’
সংস্কৃতি

আজি শংকৰদেৱ কলাক্ষেত্ৰৰ ‘মাধৱ দেৱ প্ৰেক্ষাগৃহ’ত গন্ধৰ্বৰ নৱতম নাটকৰ ৰূপত ‘মুলাই – The root’

August 6, 2022
লক্ষীমপুৰত একেলগে ৬৪০ যোৰা দৰা কইনাৰ সমূহীয়া বিয়া
সংস্কৃতি

লক্ষীমপুৰত একেলগে ৬৪০ যোৰা দৰা কইনাৰ সমূহীয়া বিয়া

August 3, 2022
এগৰাকী স্বনামধন্য নৃত্যশিল্পী আৰু নৃত্য পৰিচালক যতীন গোস্বামীৰ আজি ওপজাদিন
সংস্কৃতি

এগৰাকী স্বনামধন্য নৃত্যশিল্পী আৰু নৃত্য পৰিচালক যতীন গোস্বামীৰ আজি ওপজাদিন

August 2, 2022
কেইবাখনো অসমীয়া চলচ্চিত্ৰ, সংগীত ভিডিঅ’ত নৃত্য প্ৰদৰ্শন কৰা  শিল্পী চন্দনা দেৱীৰ অকাল বিয়োগ
সংস্কৃতি

কেইবাখনো অসমীয়া চলচ্চিত্ৰ, সংগীত ভিডিঅ’ত নৃত্য প্ৰদৰ্শন কৰা শিল্পী চন্দনা দেৱীৰ অকাল বিয়োগ

July 27, 2022
Next Post
মণিপুৰৰ চিআইডি কাৰ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড

মণিপুৰৰ চিআইডি কাৰ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

August 10, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7