VOICE 24x7
Saturday, June 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাক্তন স্বামী জনি ডেপৰ সৈতে মানহানিৰ বিচাৰৰ পিছত চৰ্চালৈ অহা ‘একুৱামেন’ অভিনেত্ৰী ‘এম্বাৰ হাৰ্ড’ বিশ্বৰ আটাইতকৈ ধুনীয়া মহিলা

'দ্য বেটমেন'ৰ জনপ্ৰিয় অভিনেতা ৰবাৰ্ট পেটিনচন হৈছে 'বিশ্বৰ আটাইতকৈ সুন্দৰ পুৰুষ'

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 22, 2022
in সংস্কৃতি
প্ৰাক্তন স্বামী জনি ডেপৰ সৈতে মানহানিৰ বিচাৰৰ পিছত চৰ্চালৈ অহা ‘একুৱামেন’ অভিনেত্ৰী ‘এম্বাৰ হাৰ্ড’  বিশ্বৰ  আটাইতকৈ ধুনীয়া মহিলা
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

এক  বিশেষ পৰম্পৰাগত ফেচ মেপিং পদ্ধতি ব্যৱহাৰ কৰি এই কথা ঘোষণা কৰা হৈছে যে হলিউড অভিনেতা এম্বাৰ হাৰ্ড আৰু ৰবাৰ্ট পেটিনছন বিশ্বৰ ভিতৰতে আটাইতকৈ ধুনীয়া মুখাবয়বৰ অধিকাৰী ৷

উল্লেখযোগ্য যে লণ্ডনৰ ‘চেণ্টাৰ ফৰ এডভান্সড ফেচিয়েল কচমেটিক এণ্ড প্লাষ্টিক চাৰ্জাৰী’ৰ ডাঃ জুলিয়ান ডি চিলভাই ২০১৬চনত পৃথিৱীৰ আটাইতকৈ ধুনীয়া মুখখন কাৰ তাক আৱিষ্কাৰ কৰিবলৈ এক প্ৰাচীন ফেচ মেপিং কৌশল ‘পিএইচআই’ ব্যৱহাৰ কৰিছিল ৷ তেওঁৰ গৱেষণাৰ পিছত  এতিয়া কোৱা হৈছে যে অভিনেত্ৰী এম্বাৰ হাৰ্ড হৈছে ‘পৃথিৱীৰ আটাইতকৈ ধুনীয়া মহিলা’ আৰু ‘দ্য বেটমেন’ অভিনেতা ৰবাৰ্ট পেটিনচন হৈছে ‘বিশ্বৰ আটাইতকৈ সুন্দৰ পুৰুষ’।

‘ফি’ হৈছে এক গ্ৰীক ফেচ মেপিং কৌশল, যাক সৌন্দৰ্যৰ গ্ৰীক সোণালী অনুপাত ১.৬১৮ বুলিও কোৱা হয় ৷  যাক মুখখন কিমান নিখুঁত তাৰ গণনা কৰিবলৈ ব্যৱহাৰ কৰা হয় ৷

ডঃ চিলভাই এই কৌশলটো ব্যৱহাৰ কৰিছিল আৰু বিচাৰি পাইছিল, ‘একুৱামেন’ অভিনেত্ৰীগৰাকীৰ মুখখন গ্ৰীক সোণালী অনুপাতৰ সৈতে ৯১.৮৫ শতাংশ শুদ্ধ আছিল যাৰ ফলত তেওঁ বিশ্বৰ আটাইতকৈ ধুনীয়া মহিলা হৈ পৰিছিল ৷  তাৰ পিছত কিম কাৰ্দাচিয়ানে ৯১.৩৯ শতাংশ আৰু কেণ্ডেল জেনাৰ ৯০.১৮ শতাংশৰ সৈতে পঞ্চম স্থানত আছিল।

ইয়াৰ লগতে  ড০ চিলভাই একে পদ্ধতি ব্যৱহাৰ কৰাৰ পিছত ঘোষণা কৰিছিল যে ৰবাৰ্ট পেটিনচন হৈছে ৯২.১৫ শতাংশ শুদ্ধতাৰ সৈতে বিশ্বৰ আটাইতকৈ সুন্দৰ ব্যক্তি ৷  তেওঁৰ পিছত ৯১.৬৪ শতাংশ শুদ্ধতাৰ সৈতে আছে  ‘মেন অফ ষ্টীল’ অভিনেতা হেনৰী কেভিল আৰু তৃতীয় আৰু চতুৰ্থ স্থানত ৯০.৫৫ শতাংশ আৰু ৯০.৫১ শতাংশৰ সৈতে ব্ৰেডলী কুপাৰ আৰু ব্ৰেড পিট।

বাতৰিটো প্ৰকাশ হোৱাৰ লগে লগে  ই ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে আৰু অনুৰাগীসকলে এম্বাৰ আৰু ৰবাৰ্টক পৃথিৱীৰ আটাইতকৈ ধুনীয়া মহিলা আৰু পুৰুষ হিচাপে অভিনন্দন জনায়।

উল্লেখযোগ্য এম্বাৰ হাৰ্ডে অলপতে তেওঁৰ প্ৰাক্তন স্বামী জনি ডেপৰ সৈতে মানহানিৰ বিচাৰৰ পিছত চৰ্চালৈ আহিছিল, আৰু অভিনেত্ৰীগৰাকীক বিচাৰক জুৰীয়ে ১০ নিযুত ডলাৰ পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছিল।

আনহাতে কৰ্মক্ষেত্ৰত এম্বাৰ হাৰ্ডক পৰৱৰ্তী সময়ত ডিচি কমিক্স ‘দ্য একুৱামেন ২’ত দেখা যাব ৷ ৰবাৰ্ট পেটিনচনক অলপতে ডিচি কমিক্স ‘দ্য বেটমেন’ত দেখা গৈছিল যিয়ে অনুৰাগীসকলৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল।

Previous Post

অর্থনৈতিক সংকটৰ পৰা উদ্ধাৰৰ চেষ্টাঃ চীন, ভাৰত আৰু জাপানৰ পৰা সহায় বিচাৰিব শ্ৰীলংকাই

Next Post

চীনৰ খননে ভাবুকি মাতিছে কাবুলৰ প্ৰাচীন চহৰলৈ

Related Posts

ন-জোঁৱাইক গাওঁবাসীৰ সৈতে পৰিচয় কৰাই দিবৰ বাবেই  গোৱাত উদযাপন কৰা হয় চাও জোয়াও উৎসৱ
সংস্কৃতি

ন-জোঁৱাইক গাওঁবাসীৰ সৈতে পৰিচয় কৰাই দিবৰ বাবেই গোৱাত উদযাপন কৰা হয় চাও জোয়াও উৎসৱ

June 24, 2022
অসমৰ বিশিষ্ট চিত্ৰশিল্পী ৰবীন বৰুৱাৰ দেহাৱসান
সংস্কৃতি

অসমৰ বিশিষ্ট চিত্ৰশিল্পী ৰবীন বৰুৱাৰ দেহাৱসান

June 21, 2022
মানসিক স্বাস্থ্যৰ প্ৰতি সমৰ্পিত প্ৰথম থিয়েটাৰ মহোৎসৱৰ সাক্ষী হ’বলৈ সাজু হৈছে মহাৰাষ্ট্ৰ
সংস্কৃতি

মানসিক স্বাস্থ্যৰ প্ৰতি সমৰ্পিত প্ৰথম থিয়েটাৰ মহোৎসৱৰ সাক্ষী হ’বলৈ সাজু হৈছে মহাৰাষ্ট্ৰ

June 17, 2022
আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ১২০ সংখ্যক জন্ম দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছো
সংস্কৃতি

আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ১২০ সংখ্যক জন্ম দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছো

June 17, 2022
৯ ছেপ্টেম্বৰত মুক্তি লাভ কৰিব ৰণবীৰ  আৰু আলিয়া অভিনীত ‘ব্ৰহ্মাস্ত্ৰ’ই
সংস্কৃতি

৯ ছেপ্টেম্বৰত মুক্তি লাভ কৰিব ৰণবীৰ আৰু আলিয়া অভিনীত ‘ব্ৰহ্মাস্ত্ৰ’ই

June 15, 2022
সুশান্ত সিং ৰাজপুতৰ মৃত্যু বাৰ্ষিকীত কি ক’লে প্ৰিয় বান্ধৱী ৰিয়া চক্ৰৱৰ্তীয়ে ?
সংস্কৃতি

সুশান্ত সিং ৰাজপুতৰ মৃত্যু বাৰ্ষিকীত কি ক’লে প্ৰিয় বান্ধৱী ৰিয়া চক্ৰৱৰ্তীয়ে ?

June 14, 2022
Next Post
চীনৰ খননে ভাবুকি মাতিছে কাবুলৰ প্ৰাচীন চহৰলৈ

চীনৰ খননে ভাবুকি মাতিছে কাবুলৰ প্ৰাচীন চহৰলৈ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7