VOICE 24x7
Wednesday, June 29, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙলৈ ‘পৰিবেশ সঞ্জীৱন’ বঁটা

বিশ্বনাথৰ ‘গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যনে’ আগবঢ়াইছে এই বিশেষ সন্মান

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 13, 2022
in সংস্কৃতি
অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙলৈ ‘পৰিবেশ সঞ্জীৱন’ বঁটা
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

অসমৰ প্ৰকৃতি প্ৰেমী সকলৰ বাবে এক সুখবৰ ৷ অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙলৈ বিশ্বনাথৰ ‘গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যনে’ আগবঢ়াইছে এক বিশেষ সন্মান ৷ বিশ্বনাথৰ মোনাবাৰীৰ  ‘গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যন’ৰ উদ্যোগত অনুষ্ঠিত পৰিবেশ সম্পৰ্কীয় সজাগতা সভাত এই সন্মান প্ৰদান কৰা হ’ল অৰণ্য মানৱ গৰাকীক ৷ উল্লেখযোগ্য যে বিশ্বনাথৰ জ্যেষ্ঠ অধিবক্তা ও প্ৰকৃতি প্ৰেমী কুমূদ বৰুৱাকো প্ৰদান কৰা হয় পৰিবেশ সচেতনতাৰ এক বিশেষ বঁটা ৷

আনহাতে বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি ‘গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যন’ৰ উদ্যোগত বিশ্বনাথৰ বিভিন্ন স্থানত গছপুলিও ৰোপন কৰা হয়  ৷

Previous Post

’অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ’ব বহু লোকৰ নাম ‘

Next Post

বিহাৰৰ ভাৰত-নেপাল সীমান্ত অবৈধ ভাৱে অতিক্ৰমৰ চেষ্টা কৰা দুই চীনা নাগৰিকক গ্ৰেপ্তাৰঃ অসমীয়া লোকৰ নামত খুলিছিল ভুৱা বেংক একাউণ্ট

Related Posts

অনুবাদ সাহিত্যৰ বাবে তিনি গৰাকী লেখকলৈ ২০২১ বৰ্ষৰ  সাহিত্য অকাডেমী বঁটা
সংস্কৃতি

অনুবাদ সাহিত্যৰ বাবে তিনি গৰাকী লেখকলৈ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা

June 25, 2022
ন-জোঁৱাইক গাওঁবাসীৰ সৈতে পৰিচয় কৰাই দিবৰ বাবেই  গোৱাত উদযাপন কৰা হয় চাও জোয়াও উৎসৱ
সংস্কৃতি

ন-জোঁৱাইক গাওঁবাসীৰ সৈতে পৰিচয় কৰাই দিবৰ বাবেই গোৱাত উদযাপন কৰা হয় চাও জোয়াও উৎসৱ

June 24, 2022
প্ৰাক্তন স্বামী জনি ডেপৰ সৈতে মানহানিৰ বিচাৰৰ পিছত চৰ্চালৈ অহা ‘একুৱামেন’ অভিনেত্ৰী ‘এম্বাৰ হাৰ্ড’  বিশ্বৰ  আটাইতকৈ ধুনীয়া মহিলা
সংস্কৃতি

প্ৰাক্তন স্বামী জনি ডেপৰ সৈতে মানহানিৰ বিচাৰৰ পিছত চৰ্চালৈ অহা ‘একুৱামেন’ অভিনেত্ৰী ‘এম্বাৰ হাৰ্ড’ বিশ্বৰ আটাইতকৈ ধুনীয়া মহিলা

June 22, 2022
অসমৰ বিশিষ্ট চিত্ৰশিল্পী ৰবীন বৰুৱাৰ দেহাৱসান
সংস্কৃতি

অসমৰ বিশিষ্ট চিত্ৰশিল্পী ৰবীন বৰুৱাৰ দেহাৱসান

June 21, 2022
মানসিক স্বাস্থ্যৰ প্ৰতি সমৰ্পিত প্ৰথম থিয়েটাৰ মহোৎসৱৰ সাক্ষী হ’বলৈ সাজু হৈছে মহাৰাষ্ট্ৰ
সংস্কৃতি

মানসিক স্বাস্থ্যৰ প্ৰতি সমৰ্পিত প্ৰথম থিয়েটাৰ মহোৎসৱৰ সাক্ষী হ’বলৈ সাজু হৈছে মহাৰাষ্ট্ৰ

June 17, 2022
আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ১২০ সংখ্যক জন্ম দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছো
সংস্কৃতি

আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ১২০ সংখ্যক জন্ম দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছো

June 17, 2022
Next Post
বিহাৰৰ ভাৰত-নেপাল সীমান্ত অবৈধ ভাৱে অতিক্ৰমৰ চেষ্টা কৰা দুই  চীনা নাগৰিকক গ্ৰেপ্তাৰঃ অসমীয়া লোকৰ নামত খুলিছিল ভুৱা বেংক একাউণ্ট

বিহাৰৰ ভাৰত-নেপাল সীমান্ত অবৈধ ভাৱে অতিক্ৰমৰ চেষ্টা কৰা দুই চীনা নাগৰিকক গ্ৰেপ্তাৰঃ অসমীয়া লোকৰ নামত খুলিছিল ভুৱা বেংক একাউণ্ট

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

June 29, 2022
আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

June 29, 2022
শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

June 29, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7