VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ইস্তানবুল আন্তঃৰাষ্ট্ৰীয় চুটি চলচিত্ৰ প্ৰতিযোগিতাত অসমীয়া চুটি ছবি ‘অনীহা’ৰ বাবে যোৰহাটৰ পূৰৱ শৰ্মালৈ শ্ৰেষ্ঠ চিনেমাট’গ্ৰাফাৰৰ সন্মান

চুটি ছবি ‘অনীহা’ৰ বাবে পূৰৱে লাভ কৰে এই সন্মান

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 3, 2021
in সংস্কৃতি, মনোৰঞ্জন, মুখ্য সংবাদ
ইস্তানবুল আন্তঃৰাষ্ট্ৰীয় চুটি চলচিত্ৰ প্ৰতিযোগিতাত অসমীয়া চুটি ছবি ‘অনীহা’ৰ বাবে  যোৰহাটৰ পূৰৱ শৰ্মালৈ শ্ৰেষ্ঠ চিনেমাট’গ্ৰাফাৰৰ সন্মান
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

যোৰহাটৰ স্প্ৰিং ডেল হাই স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ  পূৰৱ৷ এন জে প্ৰডাকচনৰ বেনাৰত নয়নজ্যোতি শৰ্মাই প্ৰযোজনা কৰা চুটি চলচ্চিত্ৰ ‘অনীহা’ই ইতিমধ্যেই  ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাত কেইবাটাও পুৰষ্কাৰ বুটলিবলৈ সক্ষম হৈছে৷  নৱেম্বৰ মাহৰ ৬,৭ আৰু ৮ তাৰিখে  বেংগালুৰুত অনুষ্ঠিত হ’ব লগীয়া ৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱত ‘অনীহা’ই ইতিমধ্যে নটা শিতানত মনোনয়ন লাভ কৰিছে ৷ অহা ৭ নৱেম্বৰত অনুষ্ঠিত হ’ব লগীয়া  মূল বঁটা প্ৰদান অনুষ্ঠানলৈ প্ৰযোজকে বিশেষ নিমন্ত্ৰণ লাভ কৰিছে আৰু উক্ত অনুষ্ঠানত তেওঁ উপস্থিত  থাকিব বুলি  সংবাদ মাধ্যমক জানিবলৈ দিছে৷

২০২১ বৰ্ষৰ ৫জুনত বিশ্ব পৰিবেশ দিৱসৰ  দিনা মুক্তি পোৱা ছবিখনৰ কাহিনী আৰু পৰিচালনা  পূৰৱ শৰ্মা আৰু মৃগাংক মাইনাৰ৷ চিনেমাট’গ্ৰাফী আৰু ড্ৰ’ন পৰিচালনা পূৰৱৰ৷চিনেমাখনৰ সংগীত কৰিছে  মুম্বাইৰ  সপোন শইকীয়া আৰু সহযোগী পায়েল শৰ্মা৷

সাম্প্ৰতিক সময়ৰ স’তে খাপ খোৱা পৰিবেশ বিষয়ক বাস্তৱধৰ্মী ছবিখনত অভিনয় কৰিছে মানৱেন্দ্ৰ শৰ্মা,চন্দন ঠাকুৰ,বিনোদ গগৈ,পাৰ্থ প্ৰতীম শৰ্মা আৰু আশাতৰা শৰ্মাই৷

Previous Post

ধ্যান চাঁদ খেল ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া লাভলীনা বৰগোহাঁই

Next Post

কালি নিশা ৮ বজাত কামৰূপ আৰক্ষীৰ দ্বাৰা ছফিকুল ইছলাম নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী আটক

Related Posts

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন
মুখ্য সংবাদ

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু
মুখ্য সংবাদ

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
“ক্ৰিকেটাৰৰ সিতে  বিয়াত বহাত মোৰ কোনো  অসুবিধা নাই “! অৱশেষত ছাৰাই শুভমনৰ লগত প্ৰেম স্বীকাৰ কৰিলে নেকি?
মনোৰঞ্জন

“ক্ৰিকেটাৰৰ সিতে বিয়াত বহাত মোৰ কোনো অসুবিধা নাই “! অৱশেষত ছাৰাই শুভমনৰ লগত প্ৰেম স্বীকাৰ কৰিলে নেকি?

June 8, 2023
১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো
মুখ্য সংবাদ

১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো

June 8, 2023
নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
মুখ্য সংবাদ

নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

June 8, 2023
হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক
মুখ্য সংবাদ

হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক

June 8, 2023
Next Post
কালি  নিশা ৮ বজাত কামৰূপ আৰক্ষীৰ দ্বাৰা ছফিকুল ইছলাম নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী আটক

কালি নিশা ৮ বজাত কামৰূপ আৰক্ষীৰ দ্বাৰা ছফিকুল ইছলাম নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী আটক

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7