VOICE 24x7
Wednesday, June 29, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অসমত বাদুংদুপ্পা কলা কেন্দ্ৰ প্ৰতিষ্ঠা কৰা শুক্ৰাচাৰ্য ৰাভাদেৱক আজি তেওঁৰ পুণ্যতিথিত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।

১৯৭৭ চনৰ ১০ এপ্ৰিলত আগিয়াৰ ৰামপুৰ গাঁৱত জন্ম হৈছিল শিল্পী শুক্ৰাচাৰ্য ৰাভাৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 8, 2022
in সংস্কৃতি
অসমত বাদুংদুপ্পা কলা কেন্দ্ৰ প্ৰতিষ্ঠা কৰা শুক্ৰাচাৰ্য ৰাভাদেৱক আজি তেওঁৰ পুণ্যতিথিত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

মুকলি মঞ্চ থিয়েটাৰ মহোৎসৱৰ বাবে দেশজুৰি স্বীকৃতি লাভ কৰা অসমৰ প্ৰখ্যাত থিয়েটাৰ শিল্পী শুক্ৰাচাৰ্য ৰাভাৰ জন্ম হৈছিল ১৯৭৭ চনৰ ১০ এপ্ৰিলত আগিয়াৰ ৰামপুৰ গাঁৱত ৷

১৯৯৮ চনত বাদুংদুপ্পা কলা কেন্দ্ৰ প্ৰতিষ্ঠা কৰা ৰাভাই ইয়াৰ মঞ্চ হিচাপে বন আৰু বাঁহৰ গছ ব্যৱহাৰ কৰিছিল যি আছিল সঁচাকৈয়ে এক আদৰণীয় পদক্ষেপ। ৰাভা আৰু ২৭ জনীয়া শিল্পীৰ এটা দলে ‘আণ্ডাৰ দ্য চাল ট্ৰি’ শীৰ্ষক এটা প্ৰকল্প আৰম্ভ কৰিছিল আৰু থিয়েটাৰ এক পৰীক্ষামূলক প্ৰদৰ্শনী আগবঢ়াই লৈ গৈছিল।

তেওঁ প্ৰথমতে গুৱাহাটীত থিয়েটাৰ পৰিচালনা আৰু ডিজাইনৰ কৰ্মশালাত থিয়েটাৰ কলা শিকিছিল। ৰাভাক মণিপুৰৰ  এইচ কানহাইলাল আৰু এইচ সাবিত্ৰীৰ অধীনত দুবছৰৰ বাবে ইম্ফলৰ কলাক্ষেত্ৰত প্ৰশিক্ষণ দিয়া হৈছিল। পিছত তেওঁ ২০০৫ চনত কৰ্মশালা প্ৰযোজনা আৰু প্ৰকল্প নেচাৰ-লোৰত কানহাইলালক সহায় কৰে।

ৰাভাই সংস্কৃতি আৰু ভাষাক মাধ্যম হিচাপে ব্যৱহাৰ কৰি ইয়াৰ মূলৰ সৈতে সংযোগ কৰাৰ লগতে পৰিৱেশ সজাগতা বৃদ্ধিৰ বাবেও কঠোৰ পৰিশ্ৰম কৰিছিল।

২০১৮ চনত আজিৰ দিনটোতে  পশ্চিম অসমৰ গোৱালপাৰা জিলাৰ আগিয়া অঞ্চলৰ ৰামপুৰ গাঁৱৰ তেওঁৰ বাসগৃহত ৪১ বছৰ বয়সত নিশা প্ৰায় ১০.৩০ বজাত এইগৰাকী মহান শিল্পীৰ মৃত্যু হয়।

ব্যতিক্ৰমী শৈলীৰে শালনীবাৰীত নাট প্ৰদৰ্শন কৰি আমাৰ কলা-সংস্কৃতিক এক অনন্য মাত্ৰা প্ৰদান কৰাৰ লগতে  আমাৰ সাংস্কৃতিক জগতক চহকী কৰি থৈ যোৱা শুক্ৰাচাৰ্য ৰাভাদেৱেক আজি তেওঁৰ পুণ্যতিথিত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।

Previous Post

১৬বছৰীয়া পুত্ৰই কিয় গুলীয়াই হত্যা কৰিলে জন্মদাতৃ মাতৃক ?

Next Post

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে ধেমালি কৰিছে আপোনালোকে – মেডিকেল কাউন্সেলিং কমিটীক কিয় ধমক দিলে উচ্চতম ন্যায়ালয়ে ?

Related Posts

অনুবাদ সাহিত্যৰ বাবে তিনি গৰাকী লেখকলৈ ২০২১ বৰ্ষৰ  সাহিত্য অকাডেমী বঁটা
সংস্কৃতি

অনুবাদ সাহিত্যৰ বাবে তিনি গৰাকী লেখকলৈ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা

June 25, 2022
ন-জোঁৱাইক গাওঁবাসীৰ সৈতে পৰিচয় কৰাই দিবৰ বাবেই  গোৱাত উদযাপন কৰা হয় চাও জোয়াও উৎসৱ
সংস্কৃতি

ন-জোঁৱাইক গাওঁবাসীৰ সৈতে পৰিচয় কৰাই দিবৰ বাবেই গোৱাত উদযাপন কৰা হয় চাও জোয়াও উৎসৱ

June 24, 2022
প্ৰাক্তন স্বামী জনি ডেপৰ সৈতে মানহানিৰ বিচাৰৰ পিছত চৰ্চালৈ অহা ‘একুৱামেন’ অভিনেত্ৰী ‘এম্বাৰ হাৰ্ড’  বিশ্বৰ  আটাইতকৈ ধুনীয়া মহিলা
সংস্কৃতি

প্ৰাক্তন স্বামী জনি ডেপৰ সৈতে মানহানিৰ বিচাৰৰ পিছত চৰ্চালৈ অহা ‘একুৱামেন’ অভিনেত্ৰী ‘এম্বাৰ হাৰ্ড’ বিশ্বৰ আটাইতকৈ ধুনীয়া মহিলা

June 22, 2022
অসমৰ বিশিষ্ট চিত্ৰশিল্পী ৰবীন বৰুৱাৰ দেহাৱসান
সংস্কৃতি

অসমৰ বিশিষ্ট চিত্ৰশিল্পী ৰবীন বৰুৱাৰ দেহাৱসান

June 21, 2022
মানসিক স্বাস্থ্যৰ প্ৰতি সমৰ্পিত প্ৰথম থিয়েটাৰ মহোৎসৱৰ সাক্ষী হ’বলৈ সাজু হৈছে মহাৰাষ্ট্ৰ
সংস্কৃতি

মানসিক স্বাস্থ্যৰ প্ৰতি সমৰ্পিত প্ৰথম থিয়েটাৰ মহোৎসৱৰ সাক্ষী হ’বলৈ সাজু হৈছে মহাৰাষ্ট্ৰ

June 17, 2022
আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ১২০ সংখ্যক জন্ম দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছো
সংস্কৃতি

আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ১২০ সংখ্যক জন্ম দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছো

June 17, 2022
Next Post
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ললিতা কুমাৰীৰ ৰায়ৰ ভিত্তিত এজাহাৰ পঞ্জীয়ন কৰিবলৈ নির্দেশ দিছে অসমআৰক্ষীক । এই ৰায়টোত কি নির্দেশনা দিছিল উচ্চতম ন্যায়ালয়ে?

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে ধেমালি কৰিছে আপোনালোকে - মেডিকেল কাউন্সেলিং কমিটীক কিয় ধমক দিলে উচ্চতম ন্যায়ালয়ে ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

June 29, 2022
আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

June 29, 2022
শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

June 29, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7