VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এগৰাকী স্বনামধন্য নৃত্যশিল্পী আৰু নৃত্য পৰিচালক যতীন গোস্বামীৰ আজি ওপজাদিন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 2, 2022
in সংস্কৃতি
এগৰাকী স্বনামধন্য নৃত্যশিল্পী আৰু নৃত্য পৰিচালক যতীন গোস্বামীৰ আজি ওপজাদিন
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ ভাৰতৰ এগৰাকী স্বনামধন্য নৃত্যশিল্পী আৰু নৃত্য পৰিচালক অসমৰ সত্ৰীয়া নৃত্যৰ  জ্যেষ্ঠ শিল্পী শ্ৰী যতীন গোস্বামী  ৷  অসমৰ সত্ৰীয়া শাস্ত্ৰীয় নৃত্যৰ গুৰিধৰোঁতা  যতীন গোস্বামী  সত্ৰীয়া অকাডেমী, গুৱাহাটীৰ প্ৰতিষ্ঠাপক সঞ্চালক ,পৰামৰ্শদাতা আৰু সংগীত নাটক একাডেমীৰ সাধাৰণ পৰিষদৰ প্ৰাক্তন সদস্য। আনহাতে তেওঁ নৃত্য একাডেমী আলোক শিল্পী সংঘৰ প্ৰতিষ্ঠাপক আৰু সাংস্কৃতিক সংগঠন প্ৰাগজ্যোতি কলা পৰিষদৰ প্ৰতিষ্ঠাপক  ৷  ২০০৪ চনৰ সংগীত নাটক অকাডেমি বঁটা লাভ কৰিছিল তেওঁ । সত্ৰীয়া নৃত্যত আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ২০০৮ চনত পদ্মশ্ৰীৰ  সন্মান প্ৰদান কৰে।

১৯৩৩ চনৰ ২ আগষ্টত  অসমৰ গোলাঘাট জিলাৰ দেৰগাঁৱৰ  আধাৰ সত্ৰত  তেওঁৰ  জন্ম হয়। দেউতাক ধৰণীধৰ গোস্বামীৰ ওচৰত  সত্ৰীয়াৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ লোৱাৰ   পিছত, তেওঁ গোপীৰাম বায়ন আৰু বাবুলা বায়নৰ  লগতে বিষ্ণুপ্ৰসাদ ৰভা, দত্ত মুক্তিয়াৰ আৰু ৰেশ্বৰ নাৰায়ণ বৰবায়ানৰ অধীনত বিভিন্ন সময়ত  নৃত্যৰ প্ৰশিক্ষণ লৈছিল।  ১৯৫৩ চনত তেওঁ নিজৰ জন্মস্থানত নিজৰ নৃত্য একাডেমী ‘আলোক শিলপী সংঘ’ স্থাপন কৰ  যদিও  নৃত্যৰ প্ৰশিক্ষণ অব্যাহত ৰাখে ৷ তেওঁ  গণেশ হীৰালালৰ পৰা কথক আৰু আতোম্বা সিঙৰ পৰা মণিপুৰী নৃত্যৰ প্ৰশিক্ষণো গ্ৰহণ কৰে ৷

সত্ৰীয়াৰ ফালে মনোনিবেশ কৰি তেওঁ ১৯৬২ চনত কলাগুৰু বিষ্ণু প্ৰসাদ ৰভা আৰু ৰক্সেশ্বৰ নাৰায়ণ বৰবায়ানৰ সৈতে নৃত্যৰ প্ৰচাৰৰ বাবে এক সাংস্কৃতিক সংগঠন প্ৰাগজ্যোতি কলা পৰিষদ প্ৰতিষ্ঠা কৰে।  গোস্বামী দেশৰ বিভিন্ন প্ৰান্তত কৰ্মশালা আৰু প্ৰদৰ্শন পৰিচালনাত নিয়োজিত একমাত্ৰ সত্ৰীয়া প্ৰদৰ্শক হিচাপে পৰিচিত।

১৯৯৪ চনত তেওঁ সংগীত নাটক একাডেমীৰ সাধাৰণ পৰিষদৰ সদস্য হিচাপে মনোনীত হয় আৰু ২০০০ চনত একাডেমীয়ে সত্ৰীয়াক শাস্ত্ৰীয় নৃত্য ৰূপ হিচাপে ঘোষণা কৰাৰ প্ৰচেষ্টাত তেওঁ অৰিহণা যোগায়।  ভাৰত আৰু বিদেশৰ বহু ঠাইত নৃত্য প্ৰদৰ্শন কৰা শিল্পী গৰাকীয়ে   সত্ৰীয়া  নৃত্য বিষয়ক  পাঁচখন কিতাপ প্ৰকাশ কৰে।

অসমৰ সত্ৰীয়া নৃত্যক এক সুকীয়া মাত্ৰা প্ৰদান কৰাৰ ক্ষেত্ৰত জীৱন অহোপুৰুষাৰ্থ কৰা সত্ৰীয়া নৃত্যৰ গুৰু যতীন গোস্বামীদেৱৰ জন্মদিনত তেওঁলৈ যাঁচিলো আন্তৰিক শুভকামনা

Previous Post

কমনৱেলথ গেমছৰ পঞ্চমটো দিনত ভাৰোত্তোলণত ভাৰতৰ পুনম

Next Post

সত্ৰীয়া সংস্কৃতিৰ সাধক তথা অধ্যক্ষ লক্ষ্মীকান্ত দেৱ গোস্বামীৰ পৰলোক

Related Posts

কমনৱেলথ গেমছত ভাৰতীয় খেলুৱৈসকলৰ  সংগীত হৈ পৰিল  নিলোৎপল বৰাৰ ‘চাবাশ’
সংস্কৃতি

কমনৱেলথ গেমছত ভাৰতীয় খেলুৱৈসকলৰ সংগীত হৈ পৰিল নিলোৎপল বৰাৰ ‘চাবাশ’

August 6, 2022
আজি  শংকৰদেৱ কলাক্ষেত্ৰৰ ‘মাধৱ দেৱ প্ৰেক্ষাগৃহ’ত গন্ধৰ্বৰ নৱতম নাটকৰ ৰূপত ‘মুলাই – The root’
সংস্কৃতি

আজি শংকৰদেৱ কলাক্ষেত্ৰৰ ‘মাধৱ দেৱ প্ৰেক্ষাগৃহ’ত গন্ধৰ্বৰ নৱতম নাটকৰ ৰূপত ‘মুলাই – The root’

August 6, 2022
লক্ষীমপুৰত একেলগে ৬৪০ যোৰা দৰা কইনাৰ সমূহীয়া বিয়া
সংস্কৃতি

লক্ষীমপুৰত একেলগে ৬৪০ যোৰা দৰা কইনাৰ সমূহীয়া বিয়া

August 3, 2022
ঐতিহাসিক চৰাইদেউ জিলাৰ সোণাৰিত বিশেষ নাট্যনুষ্ঠান
সংস্কৃতি

ঐতিহাসিক চৰাইদেউ জিলাৰ সোণাৰিত বিশেষ নাট্যনুষ্ঠান

August 1, 2022
কেইবাখনো অসমীয়া চলচ্চিত্ৰ, সংগীত ভিডিঅ’ত নৃত্য প্ৰদৰ্শন কৰা  শিল্পী চন্দনা দেৱীৰ অকাল বিয়োগ
সংস্কৃতি

কেইবাখনো অসমীয়া চলচ্চিত্ৰ, সংগীত ভিডিঅ’ত নৃত্য প্ৰদৰ্শন কৰা শিল্পী চন্দনা দেৱীৰ অকাল বিয়োগ

July 27, 2022
২৪জুলাই ৰবিবাৰে ‘লেখিকা সংস্থা, অসম’ৰ অন্যতম ‘দক্ষিণ গুৱাহাটী শাখা লেখিকা সংস্থা’ৰ বিশেষ সভা
সংস্কৃতি

২৪জুলাই ৰবিবাৰে ‘লেখিকা সংস্থা, অসম’ৰ অন্যতম ‘দক্ষিণ গুৱাহাটী শাখা লেখিকা সংস্থা’ৰ বিশেষ সভা

July 25, 2022
Next Post
সত্ৰীয়া সংস্কৃতিৰ সাধক তথা অধ্যক্ষ লক্ষ্মীকান্ত দেৱ গোস্বামীৰ পৰলোক

সত্ৰীয়া সংস্কৃতিৰ সাধক তথা অধ্যক্ষ লক্ষ্মীকান্ত দেৱ গোস্বামীৰ পৰলোক

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7