VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চিকিৎসালয়ৰ পৰা ঘৰলৈ আহিল যুৱপ্ৰজন্মৰ হাৰ্ট থ্ৰ’ব জুবিন গাৰ্গ

ঘৰতে জিৰণি ল’বলৈ নিৰ্দেশ চিকিৎসকৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 23, 2022
in সংস্কৃতি
চিকিৎসালয়ৰ পৰা ঘৰলৈ আহিল যুৱপ্ৰজন্মৰ হাৰ্ট থ্ৰ’ব জুবিন গাৰ্গ
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

আজি গুৱাহাটীৰ অয়ুসূন্দ্ৰা হাস্পতালৰ পৰা ঘৰলৈ উভতিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ ৷ ঘৰতে কিছুদিন জিৰণি ল’বলৈ চিকিৎসক সকলে পৰামৰ্শ দিছে শিল্পীগৰাকীক ৷ আয়ুৰসুন্দ্ৰা হাস্পতালৰ জনসম্পৰ্কৰক্ষী বিষয়া মনোজ ডেকাই জানিবলৈ দিয়া মতে মূৰত আঘাতপ্ৰাপ্ত শিল্পী গৰাকী তিনি দিনৰ পিছত মূৰৰ চিলাই খুলিবৰ বাবে পুনৰ যাব লাগিব অয়ুসুন্দ্ৰা হাস্পতাললৈ ৷

অৱশ্যে তেওঁলোকে জনোৱা মতে ঘৰলৈ যোৱাৰ সময়ত সম্পূৰ্ণ ৰূপে সুস্থ জুবিন গাৰ্গ ৷ কিন্তু চিকিৎসকসকলৰ মতে শিল্পী গৰাকীক এতিয়া প্ৰয়োজন হ’ব জিৰণিৰ ৷ প্ৰতিদিনেই ব্যস্ত হৈ থকা আৰু বৰ্তমান অৱশ হৈ পৰা নৱপ্ৰজন্মৰ হাৰ্ট থ্ৰ’ব গৰাকীক এতিয়া টোপনী  তথা  জিৰণিৰ যথেষ্ট প্ৰয়োজন ৷

Previous Post

২৯ জুলাইত চিত্ৰগৃহলৈ নতুন অসমীয়া চলচ্চিত্ৰ “উপসৰ্গ”

Next Post

অৰুণাচল সীমান্তত নিখোজ শ্ৰমিকক উদ্ধাৰৰ আৰ্জিৰে প্ৰধানমন্ত্ৰী- প্ৰতিৰক্ষা মন্ত্ৰীলৈ স্মৰকপত্ৰ নেমছুৰ

Related Posts

কমনৱেলথ গেমছত ভাৰতীয় খেলুৱৈসকলৰ  সংগীত হৈ পৰিল  নিলোৎপল বৰাৰ ‘চাবাশ’
সংস্কৃতি

কমনৱেলথ গেমছত ভাৰতীয় খেলুৱৈসকলৰ সংগীত হৈ পৰিল নিলোৎপল বৰাৰ ‘চাবাশ’

August 6, 2022
আজি  শংকৰদেৱ কলাক্ষেত্ৰৰ ‘মাধৱ দেৱ প্ৰেক্ষাগৃহ’ত গন্ধৰ্বৰ নৱতম নাটকৰ ৰূপত ‘মুলাই – The root’
সংস্কৃতি

আজি শংকৰদেৱ কলাক্ষেত্ৰৰ ‘মাধৱ দেৱ প্ৰেক্ষাগৃহ’ত গন্ধৰ্বৰ নৱতম নাটকৰ ৰূপত ‘মুলাই – The root’

August 6, 2022
লক্ষীমপুৰত একেলগে ৬৪০ যোৰা দৰা কইনাৰ সমূহীয়া বিয়া
সংস্কৃতি

লক্ষীমপুৰত একেলগে ৬৪০ যোৰা দৰা কইনাৰ সমূহীয়া বিয়া

August 3, 2022
এগৰাকী স্বনামধন্য নৃত্যশিল্পী আৰু নৃত্য পৰিচালক যতীন গোস্বামীৰ আজি ওপজাদিন
সংস্কৃতি

এগৰাকী স্বনামধন্য নৃত্যশিল্পী আৰু নৃত্য পৰিচালক যতীন গোস্বামীৰ আজি ওপজাদিন

August 2, 2022
ঐতিহাসিক চৰাইদেউ জিলাৰ সোণাৰিত বিশেষ নাট্যনুষ্ঠান
সংস্কৃতি

ঐতিহাসিক চৰাইদেউ জিলাৰ সোণাৰিত বিশেষ নাট্যনুষ্ঠান

August 1, 2022
কেইবাখনো অসমীয়া চলচ্চিত্ৰ, সংগীত ভিডিঅ’ত নৃত্য প্ৰদৰ্শন কৰা  শিল্পী চন্দনা দেৱীৰ অকাল বিয়োগ
সংস্কৃতি

কেইবাখনো অসমীয়া চলচ্চিত্ৰ, সংগীত ভিডিঅ’ত নৃত্য প্ৰদৰ্শন কৰা শিল্পী চন্দনা দেৱীৰ অকাল বিয়োগ

July 27, 2022
Next Post
মণিপুৰৰ ভূমিস্খলনত নিহত চাৰি শ্ৰমিকৰ মৃতদেহ স্ব-গৃহত উপস্থিত,স্ব-গৃহত শোকাকুল পৰিৱেশ

অৰুণাচল সীমান্তত নিখোজ শ্ৰমিকক উদ্ধাৰৰ আৰ্জিৰে প্ৰধানমন্ত্ৰী- প্ৰতিৰক্ষা মন্ত্ৰীলৈ স্মৰকপত্ৰ নেমছুৰ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7