VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মাত্ৰ ১ মাহতে ১০০০ কোটি টকা উপাৰ্জন কৰিলে ২০ বছৰীয়া এজন যুৱকে

শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ কৰি  যিকোনো সময়তে ভাগ্য সলনি হ’ব পাৰে আপোনাৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
September 9, 2022
in অৰ্থনীতি
মাত্ৰ ১ মাহতে ১০০০ কোটি টকা উপাৰ্জন কৰিলে  ২০ বছৰীয়া এজন যুৱকে
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

২০ বছৰীয়া এজন ছাত্ৰই ‘বেড বাথ এণ্ড বিয়ণ্ড’ সংস্থাৰ শ্বেয়াৰত ২ কোটি টকা বিনিয়োগ কৰি মাত্ৰ ১ মাহৰ ভিতৰত লাভ কৰিলে প্ৰায়  ১০০০ কোটি টকা ।

শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ কৰি  যিকোনো সময়তে ভাগ্য সলনি হ’ব পাৰে মানুহৰ৷ যিদৰে  মাৰ্কিন সংস্থা ‘বেড বাথ এণ্ড বিয়ণ্ড’ৰ শ্বেয়াৰত ধন বিনিয়োগ কৰি একে ৰাতিতে ধনী হ’ল এজন মাৰ্কিন যুৱক।

২০ বছৰীয়া জেক ফ্ৰিমেন নামৰ এজন ছাত্ৰই ‘বেড বাথ এণ্ড বিয়ণ্ড’ সংস্থাৰ শ্বেয়াৰত ২ কোটি টকা বিনিয়োগ কৰিছিল আৰু মাত্ৰ ১ মাহৰ ভিতৰত ছাত্ৰজনে প্ৰায় ১০০০ কোটি টকা  পালে যি কথা  টুইটাৰ যোগে জানিবলৈ দিছে  যুৱকজনে।উল্লেখ্য যে  নিত্য প্ৰয়োজনীয় সামগ্ৰী প্ৰস্তুত কৰে ‘বেড বাথ এণ্ড বিয়ণ্ড’ সংস্থাই ।

ফ্ৰিমেনে টুইটাৰত এই কথা  সদৰি কৰিছে যে ১২ বছৰ বয়সৰ পৰাই ফাইনেন্স আৰু ইনভেষ্টমেণ্টৰ বিষয়ত তেওঁ অত্যন্ত আগ্ৰহী আছিল। ফাইনেন্স ইণ্ডাষ্ট্ৰীত ফ্ৰিমেনে ১২ বছৰ বয়সৰ পৰা কাম কৰা আৰম্ভ কৰিছিল। অৱশ্যে ২০ বছৰীয়া জেক ফ্ৰিমেন এতিয়া আমেৰিকাৰ ইউনিভাৰ্ছিটী অব ছাউডাৰ্ন কেলিফৰ্ণিয়াৰ অংক আৰু অৰ্থনীতি বিষয়ত অধ্যয়নৰত। পঢ়া–শুনা কৰাৰ লগতে ধন উপাৰ্জন কৰাৰ উদ্দেশ্যে এই সংস্থাৰ শ্বেয়াৰত টকা বিনিয়োগ কৰিছিল যুৱকজনে। অৱশ্যে বিনিয়োগ কৰিবলৈ ২ কোটি টকা ক’ৰ পৰা পালে     সেই বিষয়ে কোনো তথ্য সদৰি কৰা নাই ফ্ৰিমেনে।

Previous Post

অসমত নহয় দক্ষিণ ভাৰতৰ অন্ধ্ৰ প্ৰদেশত ভাদ মহীয়া নাম কীৰ্তন আয়োজন কৰিলে এদল অসমীয়া ডেকাই

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ
অৰ্থনীতি

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
বাজাজ অটোৱে  গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?
অৰ্থনীতি

বাজাজ অটোৱে গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?

September 27, 2023
চৰম আর্থিক সংকটত  পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!
অৰ্থনীতি

চৰম আর্থিক সংকটত পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!

September 25, 2023
গুৱাহাটীৰ ৰাজগড় পথত উত্তৰ-পূর্বাঞ্চলৰ প্ৰথমখন ফ্ৰেঞ্চাইজি বিপণী মুকলি নেৰামেকৰ
অৰ্থনীতি

গুৱাহাটীৰ ৰাজগড় পথত উত্তৰ-পূর্বাঞ্চলৰ প্ৰথমখন ফ্ৰেঞ্চাইজি বিপণী মুকলি নেৰামেকৰ

August 21, 2023
শাক-পাচলিৰ মূল্য বৃদ্ধিৰ বাবে  বাঢ়িব মুদ্ৰাস্ফীতিৰ হাৰ, পৰিৱর্তন নহ’ল ৰেপোৰেটৰ
অৰ্থনীতি

শাক-পাচলিৰ মূল্য বৃদ্ধিৰ বাবে বাঢ়িব মুদ্ৰাস্ফীতিৰ হাৰ, পৰিৱর্তন নহ’ল ৰেপোৰেটৰ

August 10, 2023
লেপটপ, কম্পিউটাৰ আমদানি কৰাত বাধা আৰোপ কেন্দ্ৰৰ
অৰ্থনীতি

লেপটপ, কম্পিউটাৰ আমদানি কৰাত বাধা আৰোপ কেন্দ্ৰৰ

August 3, 2023
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7