VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ পৰা ক্ৰমাৎ নিজৰ স্থান হেৰুৱাইছে ইলন মাস্কে

১৫৯ বিলিয়ন ডলাৰৰ সম্পত্তিৰে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি বাৰ্নাৰ্ড আৰ্নল্ট

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 24, 2022
in অৰ্থনীতি
বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ পৰা ক্ৰমাৎ  নিজৰ স্থান হেৰুৱাইছে  ইলন মাস্কে
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ পৰা ক্ৰমাৎ  নিজৰ স্থান হেৰুৱাইছে টেছলাৰ চিইঅ’ তথা টুইটাৰৰ নতুন মালিক ইলন মাস্কে ।এই কাৰণতে শেহতীয়াকৈ মাস্ক বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ পৰিৱৰ্তে দ্বিতীয় ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে। ব্লুমবাৰ্গ বিলিয়নাৰ সূচকাংক অনুসৰি ২০২২ চনৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে ইলন মাস্কৰ সম্পত্তি প্ৰায় আধালৈ হ্ৰাস পাই ১৩৯ বিলিয়ন ডলাৰ হৈছেগৈ আৰু এই বছৰ তেওঁৰ মুঠ ১৩২ বিলিয়ন ডলাৰ লোকচানৰ সন্মূখীন হৈছে।

একে সময়তে বিশ্বৰ দ্বিতীয় ধনী ব্যক্তিৰ স্থানৰ বাবে হয়তো ইলন মাস্ক আৰু ভাৰতৰ ধনী ব্যৱসায়ী গৌতম আদানীৰ মাজত প্ৰতিযোগিতা আৰম্ভ হ’ব পাৰে। বিলাসী সামগ্ৰী নিৰ্মাতা কোম্পানী এল. এম. ভি. এইচৰ স্বত্বাধিকাৰী বাৰ্নাৰ্ড আৰ্নল্ট ব্লুমবাৰ্গ বিলিয়নাৰ সূচকাংকত ১৫৯ বিলিয়ন ডলাৰৰ সম্পত্তিৰে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হৈ আছে। ইয়াৰ পিছতেই আছে  টেছলাৰ চিইঅ’  ইলন মাস্কৰ নাম যাৰ বৰ্তমান  সম্পত্তিৰ পৰিমাণ ১৩৯ বিলিয়ন ডলাৰ। এই সময়ছোৱাত গৌতম আদানীৰ সম্পত্তিৰ পৰিমাণ ১১০ বিলিয়ন ডলাৰ।

কিছুদিনৰ আগলৈকে  আদানি আৰু মাস্কৰ মাজত ৬০ বিলিয়ন ডলাৰতকৈও অধিক সম্পত্তিৰ এক পাৰ্থক্য আছিল । কিন্তু  এতিয়া এই পাৰ্থক্য ২৯ বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছে। ইলন মাস্কৰ সম্পদৰ এটা ডাঙৰ অংশ তেওঁৰ কোম্পানী টেছলাৰ শ্বেয়াৰৰ পৰাই আহে। কিন্তু চলিত বছৰৰ আৰম্ভণিৰ পৰাই টেছলাৰ শ্বেয়াৰ প্ৰায় ৭০ শতাংশ হ্ৰাস পাইছে। একে সময়তে কেইমাহমানৰ আগতে মাস্কে ছ’চিয়েল মিডিয়া কোম্পানী টুইটাৰ ৪৪ বিলিয়ন ডলাৰত ক্ৰয় কৰে, যাৰ বাবে মাস্কে টেছলাৰ বৃহৎ সংখ্যক শ্বেয়াৰ বিক্ৰী কৰে আৰু  তাৰ পিছত টেছলাৰ ষ্টকৰ ওপৰত অহৰহ হেঁচা চলি আহিছে। টুইটাৰ চুক্তিৰ বাবে মাস্কেও বহু বেংকৰ পৰা ঋণ লৈছে।

উল্লেখনীয় যে  ৮৫.৫ বিলিয়ন ডলাৰৰ সম্পত্তিৰে ধনী ব্যক্তিৰ তালিকাৰ নৱম স্থানত আছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী। জানিব পৰা মতে  এই বছৰ তেওঁৰ সম্পত্তি ৪.৫৫ বিলিয়ন ডলাৰ হ্ৰাস পাইছে।

Previous Post

চীনক ৰুধিবলৈ ভাৰতৰ কৌশল !এইবাৰ অৰুণাচল প্ৰদেশৰ সীমান্তত নির্মিত পথৰ সুৰংগত হ’ব অস্ত্ৰভাণ্ডাৰ!

Next Post

শিশুসকলক এনে উপহাৰ দিয়াহে উচিত যি তেওঁলোকৰ মানসিক আৰু শাৰিৰীক উৎকৰ্ষ সাধন কৰে

Related Posts

২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত ভাৰতত বহুতো ডিভাইচ মুকলি কৰিবলৈ সাজু হৈছে  ‘ওৱানপ্লাছ ‘
অৰ্থনীতি

২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত ভাৰতত বহুতো ডিভাইচ মুকলি কৰিবলৈ সাজু হৈছে ‘ওৱানপ্লাছ ‘

January 27, 2023
ভাৰতত ফৰাচী ডিজাইনাৰ পোছাক উদ্যোগ ‘গ্ৰেলং’
অৰ্থনীতি

ভাৰতত ফৰাচী ডিজাইনাৰ পোছাক উদ্যোগ ‘গ্ৰেলং’

January 27, 2023
পুনৰ জমেট’ৱে দিব ৮০০পদত নিযুক্তি
অৰ্থনীতি

পুনৰ জমেট’ৱে দিব ৮০০পদত নিযুক্তি

January 25, 2023
কিয় নেটফ্লিক্সে বন্ধ কৰিছে পাছৱৰ্ড শ্বেয়াৰিং ব্যৱসায় ?
অৰ্থনীতি

কিয় নেটফ্লিক্সে বন্ধ কৰিছে পাছৱৰ্ড শ্বেয়াৰিং ব্যৱসায় ?

January 24, 2023
আই পি অ’ৰ বাবে খচৰা আবেদন পুনৰ দাখিল কৰিব অৰেভেল ষ্টেজ লিমিটেডে
অৰ্থনীতি

আই পি অ’ৰ বাবে খচৰা আবেদন পুনৰ দাখিল কৰিব অৰেভেল ষ্টেজ লিমিটেডে

January 18, 2023
এইবাৰ ১১ হাজাৰ কর্মচাৰী চাটাই কৰিব  বিল গেটছৰ কোম্পানী মাইক্ৰ’ছফ্টে
অৰ্থনীতি

এইবাৰ ১১ হাজাৰ কর্মচাৰী চাটাই কৰিব বিল গেটছৰ কোম্পানী মাইক্ৰ’ছফ্টে

January 18, 2023
Next Post
শিশুসকলক এনে উপহাৰ দিয়াহে উচিত যি তেওঁলোকৰ মানসিক আৰু শাৰিৰীক উৎকৰ্ষ সাধন কৰে

শিশুসকলক এনে উপহাৰ দিয়াহে উচিত যি তেওঁলোকৰ মানসিক আৰু শাৰিৰীক উৎকৰ্ষ সাধন কৰে

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 30, 2023
ভাল ফটোৰ উঠাৰ লগতে পৰ্যটনৰ উপযোগী এখন স্বাস্থ্যকৰ ঠাইলৈ যাব বিছাৰিছে নেকিঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য

শৰীৰত কেতিয়াবা ভিটামিনৰ পৰিমাণ বেছি হ’ব পাৰে। অধিক ভিটামিনৰ ফলত কি ৰোগ হ’ব পাৰে জাঁনো আহক

January 30, 2023
“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7