VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

লোকচান পুৰাবলৈ অষ্ট্ৰেলিয়াৰ কয়লা খনি বন্ধকত ৰাখি ঋণ লোৱাৰ চেষ্টা আদানীৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 27, 2023
in অৰ্থনীতি
লোকচান পুৰাবলৈ অষ্ট্ৰেলিয়াৰ কয়লা খনি বন্ধকত ৰাখি ঋণ লোৱাৰ চেষ্টা আদানীৰ
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

 

উদ্যোগপতি গৌতম আদানীৰ মালিকানাধীন আদানী গোটে বজাৰত ঋণ পৰিশোধ কৰিবলৈ প্ৰায় ৩ হাজাৰ ৩১৫ কোটি টকা ঋণ ল’ব বিচাৰিছে। আৰু সেই ধন সংগ্ৰহ কৰিবলৈ আদানীয়ে অষ্ট্ৰেলিয়াত থকা তেওঁলোকৰ কয়লাৰ খনিটো বন্ধকত দিবলৈ চিন্তা চর্চা কৰিছে ৷  আগশাৰীৰ সংবাদপত্ৰ ইকনমিক টাইমছৰ বাতৰিত  এই তথ্য প্ৰকাশ পাইছে ৷

 

প্ৰতিবেদন অনুসৰি অষ্ট্ৰেলিয়াৰ কয়লা খনিৰ মূল সম্পত্তিৰ ভিত্তিত সেই বিপুল পৰিমাণৰ ঋণ সংগ্ৰহ কৰি বজাৰত ঋণ পৰিশোধ কৰিবলৈ চেষ্টা কৰিছে আদানী গোটে। অৰ্থাৎ বজাৰৰ ঋণ পৰিশোধ কৰিবলৈ আদানীয়ে অধিক ঋণ ল’ব বিচাৰে বুলি প্ৰতিবেদনত দাবী কৰা হৈছে।

 

প্ৰতিবেদন অনুসৰি, আদানী বিশ্বৰ কেইবাটাও খ্যাতনামা বিনিয়োগ সংস্থাৰ সৈতে সংস্পৰ্শত আছে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে আদানি গ্ৰুপ ট্ৰাষ্টৰ দ্বাৰা নিয়ন্ত্ৰিত নৰ্থ কুইন্সলেণ্ড এক্সপ’ৰ্ট টাৰ্মিনেল (এনকিউএক্সটি)ক এই ধন সংগ্ৰহৰ দায়িত্ব দিয়া হ’ব।

 

ইতিমধ্যে আদানীয়ে সম্ভাৱ্য ঋণদাতাৰ পৰা অনুকূল বাৰ্তা লাভ কৰিছে। অৱশ্যে ঋণ দিয়াৰ পূৰ্বে বিনিয়োগকাৰীয়ে আদানীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ বিবেচনা কৰিব বিচাৰে বুলি সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰিছে। কয়লা খনিৰ উপৰিও আদানীৰ অষ্ট্ৰেলিয়াত আন কেইবাটাও সম্পত্তি আছে।

 

জানুৱাৰী মাহৰ শেষৰ ফালে এক প্ৰতিবেদন প্ৰকাশ কৰি আমেৰিকাৰ সংস্থা হিণ্ডেনবাৰ্গ ৰিচাৰ্চে দাবী কৰিছে যে বিগত দশক ধৰি আদানীয়ে নিজৰ শ্বেয়াৰৰ মূল্যত হেতালি খেলি আহিছে। কোম্পানীটোৱে আদানী গোটটোক আৰ্থিক জালিয়াতিৰ অভিযোগো উত্থাপন কৰিছে। তেতিয়াৰ পৰাই আদানী গোটৰ মালিকানাধীন বিভিন্ন কোম্পানীৰ পতন ঘটিছে। ইতিমধ্যে আদানীয়ে মুঠ সম্পত্তিৰ আধা হেৰুৱাইছে। ইফালে তেওঁলোকৰ বিশ্বাসযোগ্যতা প্ৰমাণ কৰিবলৈ বজাৰত কেইবাটাও ঋণ পৰিশোধ কৰাৰ পিছত আদানীৰ বিভিন্ন কোম্পানীৰ শ্বেয়াৰ কিছু পৰিমানে ভাল দিশলৈ ঘূৰি আহিছে ৷বাকী ধন শীঘ্ৰে ঘূৰাই দিয়া হ’ব বুলি গ্ৰুপটোৱে ঘোষণা কৰে। সেয়েহে বিশেষজ্ঞসকলৰ মতে আদানীয়ে বজাৰৰ নিজৰ স্থান পুনৰ ঘূৰাই আনিব বিচাৰে। আৰু সেইবাবেই আদানি গ্ৰুপে অষ্ট্ৰেলিয়াৰ খনি বন্ধকত ৰাখি ধন ঋণ লোৱাৰ সিদ্ধান্ত লৈছিল।

 

Previous Post

দ্বিতীয় সন্তান কোলালৈ অহাৰ পূর্বেই প্ৰেমিকৰ সৈতে বিয়াত বহিব পপ তাৰকা ৰিহানা

Next Post

কংগ্ৰেছে পাহৰিলে আবুল কালাম আজাদক, বিজ্ঞাপনত নিদিলে আজাদক স্থানঃ দেশজুৰি প্ৰতিক্ৰিয়াত বিচাৰিলে ক্ষমা

Related Posts

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই
অৰ্থনীতি

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
পেঞ্চন নাথাকিলে অৱসৰৰ পিছত ধন ক’ত বিনিয়োগ কৰি লাভৱান হ’ব ?
অৰ্থনীতি

পেঞ্চন নাথাকিলে অৱসৰৰ পিছত ধন ক’ত বিনিয়োগ কৰি লাভৱান হ’ব ?

March 17, 2023
কর্মচাৰী চাটাইয়ে নহয়, কার্যালয়লৈ কর্মচাৰী অহাৰ নিয়মো সলনি কৰিছে গুগলে,ব্যয় সংকোচনৰ বাবে সৰু কৰিছে কার্যালয়
অৰ্থনীতি

কর্মচাৰী চাটাইয়ে নহয়, কার্যালয়লৈ কর্মচাৰী অহাৰ নিয়মো সলনি কৰিছে গুগলে,ব্যয় সংকোচনৰ বাবে সৰু কৰিছে কার্যালয়

February 24, 2023
নেটৱর্কৰ সমস্যাৰ বাবে নকৰিলে ব্যৱহাৰ , ১৬ বছৰৰ পাছত প্ৰথম প্ৰজন্মৰ আইফোন বিক্ৰী হ’ল  ৫২ লাখ টকাত
অৰ্থনীতি

নেটৱর্কৰ সমস্যাৰ বাবে নকৰিলে ব্যৱহাৰ , ১৬ বছৰৰ পাছত প্ৰথম প্ৰজন্মৰ আইফোন বিক্ৰী হ’ল ৫২ লাখ টকাত

February 21, 2023
নগদবিহীন লেনদেনত শীৰ্ষত ভাৰত, দাবী  বৈদেশিক মন্ত্ৰী জয়শংকৰৰ
অৰ্থনীতি

নগদবিহীন লেনদেনত শীৰ্ষত ভাৰত, দাবী বৈদেশিক মন্ত্ৰী জয়শংকৰৰ

February 18, 2023
দিল্লী, মুম্বাইৰ কাৰ্যালয় বন্ধ কৰাৰ দিশে টুইটাৰ! ঘৰৰ পৰাই কাম কৰিবলৈ নির্দেশ কর্মচাৰীক
অৰ্থনীতি

দিল্লী, মুম্বাইৰ কাৰ্যালয় বন্ধ কৰাৰ দিশে টুইটাৰ! ঘৰৰ পৰাই কাম কৰিবলৈ নির্দেশ কর্মচাৰীক

February 17, 2023
Next Post
কংগ্ৰেছে পাহৰিলে আবুল কালাম আজাদক, বিজ্ঞাপনত নিদিলে আজাদক স্থানঃ দেশজুৰি প্ৰতিক্ৰিয়াত বিচাৰিলে ক্ষমা

কংগ্ৰেছে পাহৰিলে আবুল কালাম আজাদক, বিজ্ঞাপনত নিদিলে আজাদক স্থানঃ দেশজুৰি প্ৰতিক্ৰিয়াত বিচাৰিলে ক্ষমা

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7