VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বৃদ্ধি পাইছে নেকি সোণৰ মূল্য ?

যোৱা ২৪ ঘণ্টাত ভাৰতৰ বিভিন্ন মেট্ৰ' চহৰত সোণৰ মূল্যৰ তাৰতম্য

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 16, 2022
in অৰ্থনীতি
বৃদ্ধি পাইছে নেকি সোণৰ মূল্য ?
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

আজি  ভাৰতত   কিছু হ্ৰাস পাইছে  সোণৰ মূল্য। মাল্টি কমোডিটি এক্সচেঞ্জত সোণৰ অক্টোবৰৰ ভৱিষ্যত মূল্য ১.০৭ শতাংশ বা ৫৬২ টকা হ্ৰাস হৈ প্ৰতি ১০ গ্ৰামত পূৰ্বৰ ৫২,৫৮৫ টকাৰ বিপৰীতে ৫২,০২৩ টকা হৈছেগৈ । আনহাতে ৰূপৰ  ছেপ্টেম্বৰৰ ভৱিষ্যত মূল্য প্ৰতি কিলোগ্ৰামত ১,২৬৬ টকা বা ২.১৪ শতাংশ হ্ৰাস হৈ হৈছেগৈ ৫৮,০১০ টকা ।

আনহাতে এক সংকেত অনুসৰি বিশ্বব্যাপী  সোণৰ মূল্য কিছু হ্ৰাস পাইছে।  আমেৰিকা যুক্তৰাষ্ট্ৰৰ সোণৰ ভৱিষ্যত মূল্য ০.২% হ্ৰাস হৈ প্ৰতি আউন্সত ১,৭৯৩.৯০ ডলাৰ হৈছে।আনহাতে বিশ্বৰ সোণৰ শীৰ্ষ উপভোক্তা চীনত ঔদ্যোগিক উৎপাদন যোৱা এবছৰৰ পৰা জুলাইত ৩.৮% হাৰত সম্প্ৰসাৰিত হৈছে।

ভাৰতত যোৱা ২৪ ঘণ্টাত  বিভিন্ন মেট্ৰ’ চহৰত সোণৰ মূল্যৰ কিছু তাৰতম্য দেখা গৈছে।

  • চেন্নাইত আজি ২৪ কেৰেট (১০ গ্ৰাম)ত সোণৰ মূল্য ৫২,৬১০ টকা আৰু ২২ কেৰেটৰ (১০ গ্ৰাম) মূল্য ৪৯,১৪০ টকা।
  • আনহাতে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত, ২৪ কেৰেট (১০ গ্ৰাম)ৰ সোণৰ হাৰ ৫২,৬৯০ টকা আৰু ২২ কেৰেট (১০ গ্ৰাম)ৰ মূল্য  হৈছে ৪৮,৩০০ টকা।
  • কলকাতাত ২৪ কেৰেট (১০ গ্ৰাম)ৰ  সোণৰ দাম ৫২,৫৩০ টকা আৰু ২২ কেৰেট (১০ গ্ৰাম)ৰ মূল্য  ৪৮,১৫০ টকা।
  • মুম্বাইত ২৪ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য ৫২,৫৩০ টকা আৰু ২২ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য ৪৮,১৫০ টকা।
Previous Post

বিজেপিৰে মিত্ৰতা ত্যাগৰ পাছতে বিহাৰত নতুন মন্ত্ৰীসভা, ৩১ জনে ল’লে শপত

Next Post

অনন্তনাগত নিৰাপত্তাৰক্ষী কঢ়িয়াই নিয়া বাছ দুৰ্ঘটনাগ্ৰস্ত

Related Posts

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ
অৰ্থনীতি

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
বাজাজ অটোৱে  গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?
অৰ্থনীতি

বাজাজ অটোৱে গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?

September 27, 2023
চৰম আর্থিক সংকটত  পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!
অৰ্থনীতি

চৰম আর্থিক সংকটত পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!

September 25, 2023
গুৱাহাটীৰ ৰাজগড় পথত উত্তৰ-পূর্বাঞ্চলৰ প্ৰথমখন ফ্ৰেঞ্চাইজি বিপণী মুকলি নেৰামেকৰ
অৰ্থনীতি

গুৱাহাটীৰ ৰাজগড় পথত উত্তৰ-পূর্বাঞ্চলৰ প্ৰথমখন ফ্ৰেঞ্চাইজি বিপণী মুকলি নেৰামেকৰ

August 21, 2023
শাক-পাচলিৰ মূল্য বৃদ্ধিৰ বাবে  বাঢ়িব মুদ্ৰাস্ফীতিৰ হাৰ, পৰিৱর্তন নহ’ল ৰেপোৰেটৰ
অৰ্থনীতি

শাক-পাচলিৰ মূল্য বৃদ্ধিৰ বাবে বাঢ়িব মুদ্ৰাস্ফীতিৰ হাৰ, পৰিৱর্তন নহ’ল ৰেপোৰেটৰ

August 10, 2023
লেপটপ, কম্পিউটাৰ আমদানি কৰাত বাধা আৰোপ কেন্দ্ৰৰ
অৰ্থনীতি

লেপটপ, কম্পিউটাৰ আমদানি কৰাত বাধা আৰোপ কেন্দ্ৰৰ

August 3, 2023
Next Post
অনন্তনাগত নিৰাপত্তাৰক্ষী কঢ়িয়াই নিয়া বাছ  দুৰ্ঘটনাগ্ৰস্ত

অনন্তনাগত নিৰাপত্তাৰক্ষী কঢ়িয়াই নিয়া বাছ দুৰ্ঘটনাগ্ৰস্ত

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7