VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অতি শীঘ্ৰেই মুকলি কৰা হ’ব গুগলৰ কেইবাটাও নতুন সুবিধা

স্মাৰ্টফোনৰ সহায়ত চিকিৎসকৰ বেয়া হাতৰ আখৰো পঢ়িব পাৰিব গুগলে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 23, 2022
in অৰ্থনীতি
অতি শীঘ্ৰেই  মুকলি কৰা হ’ব গুগলৰ কেইবাটাও নতুন সুবিধা
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

গুগলে ভাৰতত অনুষ্ঠিত হোৱা গুগল ফৰ ইণ্ডিয়া ২০২২ৰ সৰ্ববৃহৎ অনুষ্ঠানত কেইবাটাও নতুন ফিচাৰ আৰু প্ৰডাক্টৰ বিষয়ে  ঘোষণা কৰে। গুগলে কয় যে কোম্পানীটোৱে অতি শীঘ্ৰেই  এটা নতুন ফিচাৰ মুকলি কৰিবলৈ ওলাইছে, যাৰ সহায়ত এইবাৰ স্মাৰ্টফোনৰ যোগেদি  চিকিৎসকৰ বেয়া হাতৰ আখৰো পঢ়িব পৰা যাব।

কোম্পানীটোৱে জনোৱা মতে, চিকিৎসকৰ হাতৰ আখৰ ডিকোড কৰিব পৰাকৈ নতুন প্ৰযুক্তিৰ কাম কৰি আছে আৰু ইয়াক অতি সোনকালেই মুকলি কৰা হ’ব।  আচলতে কোম্পানীটোৱে গুগল লেন্সৰ সহায়ত ডাক্তৰৰ বেয়া হাতৰ আখৰ ডিকোড কৰিবলৈ ওলাইছে। অৰ্থাৎ ডাক্তৰে লিখা প্ৰেছক্ৰিপচনৰ ফটো এখনহে স্মাৰ্টফোনৰ পৰা ল’ব লাগিব বা স্কেন কৰিব লাগিব যাক  গুগল লেন্সে  ব্যৱহাৰকাৰীৰ সন্মুখত স্পষ্টকৈ দেখুৱাব। কেৱল এয়াই নহয় সেয়া  শ্বেয়াৰ কৰিবও পাৰিব ব্যৱহাৰকাৰীসকলে। কিন্তু এতিয়ালৈকে কোম্পানীয়ে এই সুবিধা কেতিয়া মুকলি কৰা হ’ব তাৰ কোনো তথ্য দিয়া নাই। গুগলে লগতে কয় যে গুগল লেন্সৰ ব্যৱহাৰকাৰীৰ ভিতৰত ভাৰতীয় ব্যৱহাৰকাৰী সৰ্বাধিক।

উল্লেখযোগ্য যে গুগলৰ এই নতুন বৈশিষ্ট্যই কেৱল গুগল ট্ৰেন্সলেট ফিচাৰৰ অধীনত কাম কৰিব য’ত গুগল লেন্সৰ সহায়ত যিকোনো শব্দ স্কেন কৰি আন ভাষালৈ অনুবাদ কৰিব পৰা যাব। অৰ্থাৎ আপোনাৰ ফোনটোৰ কেমেৰাৰ সহায়তো শব্দ অনুদিত হ’ব। গুগলে ব্যৱহাৰকাৰীক লাইভ ট্ৰেন্সলেটৰ বিকল্পও প্ৰদান কৰিব। সহজ ভাষাত ক’বলৈ গ’লে ডাক্তৰৰ প্ৰেছক্ৰিপচন পঢ়িবলৈ হ’লে স্মাৰ্টফোনত গুগল লেন্স খুলিব লাগিব আৰু কেমেৰাৰ সহায়ত প্ৰেছক্ৰিপচন সহজে পঢ়িব পাৰিব। গুগলে কৃত্ৰিম বুদ্ধিমত্তা আৰু মেচিন লাৰ্নিঙৰ সহায়ত এ.আই/এম.এল ( AI/ML) মডেল নিৰ্মাণৰ পৰিকল্পনা কৰিছে। যাৰ বাবে কোম্পানীটোৱে ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ সৈতেও অংশীদাৰিত্ব কৰিছে। এই প্ৰকল্পটোৰ নাম দিয়া হৈছে ‘প্ৰকল্প বাণী’। এই প্ৰকল্পৰ অধীনত  ভাৰতৰ  বিভিন্ন আঞ্চলিক ভাষাসমূহ সংগ্ৰহ কৰি লিপিবদ্ধ কৰা হ’ব। ইয়াৰ বাবে কোম্পানীটোৱে ভাৰতৰ ৭৭৩খন জিলাৰ ভাষাৰ নমুনা সংৰক্ষণ কৰিব। এই ‘প্ৰকল্প বাণী’ৰ সহায়ত ভাৰতত গুগলৰ ভইচ কমাণ্ড উন্নত কৰাৰ লগতে ভাষা অনুবাদ কৰাও সহজ হৈ পৰিব ।

Previous Post

মোগল সাম্ৰাজ্যৰ বহু কেইগৰাকী মোগল সম্ৰাটৰ হোৱা নাছিল স্বাভাৱিক মৃত্যু

Next Post

নৱবৰ্ষৰ শুভেচ্ছা পত্ৰখন ক’ত হেৰাই গ’ল ?

Related Posts

২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত ভাৰতত বহুতো ডিভাইচ মুকলি কৰিবলৈ সাজু হৈছে  ‘ওৱানপ্লাছ ‘
অৰ্থনীতি

২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত ভাৰতত বহুতো ডিভাইচ মুকলি কৰিবলৈ সাজু হৈছে ‘ওৱানপ্লাছ ‘

January 27, 2023
ভাৰতত ফৰাচী ডিজাইনাৰ পোছাক উদ্যোগ ‘গ্ৰেলং’
অৰ্থনীতি

ভাৰতত ফৰাচী ডিজাইনাৰ পোছাক উদ্যোগ ‘গ্ৰেলং’

January 27, 2023
পুনৰ জমেট’ৱে দিব ৮০০পদত নিযুক্তি
অৰ্থনীতি

পুনৰ জমেট’ৱে দিব ৮০০পদত নিযুক্তি

January 25, 2023
কিয় নেটফ্লিক্সে বন্ধ কৰিছে পাছৱৰ্ড শ্বেয়াৰিং ব্যৱসায় ?
অৰ্থনীতি

কিয় নেটফ্লিক্সে বন্ধ কৰিছে পাছৱৰ্ড শ্বেয়াৰিং ব্যৱসায় ?

January 24, 2023
আই পি অ’ৰ বাবে খচৰা আবেদন পুনৰ দাখিল কৰিব অৰেভেল ষ্টেজ লিমিটেডে
অৰ্থনীতি

আই পি অ’ৰ বাবে খচৰা আবেদন পুনৰ দাখিল কৰিব অৰেভেল ষ্টেজ লিমিটেডে

January 18, 2023
এইবাৰ ১১ হাজাৰ কর্মচাৰী চাটাই কৰিব  বিল গেটছৰ কোম্পানী মাইক্ৰ’ছফ্টে
অৰ্থনীতি

এইবাৰ ১১ হাজাৰ কর্মচাৰী চাটাই কৰিব বিল গেটছৰ কোম্পানী মাইক্ৰ’ছফ্টে

January 18, 2023
Next Post
নৱবৰ্ষৰ শুভেচ্ছা পত্ৰখন ক’ত হেৰাই গ’ল ?

নৱবৰ্ষৰ শুভেচ্ছা পত্ৰখন ক'ত হেৰাই গ'ল ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 30, 2023
ভাল ফটোৰ উঠাৰ লগতে পৰ্যটনৰ উপযোগী এখন স্বাস্থ্যকৰ ঠাইলৈ যাব বিছাৰিছে নেকিঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য

শৰীৰত কেতিয়াবা ভিটামিনৰ পৰিমাণ বেছি হ’ব পাৰে। অধিক ভিটামিনৰ ফলত কি ৰোগ হ’ব পাৰে জাঁনো আহক

January 30, 2023
“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7