VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আই বি এমত কৰ্মচাৰী নিযুক্তি বন্ধ, কৃত্ৰিম বুদ্ধিমত্তাৰে চলিব কাম –কাজঃ চাটাই হ’ব ৭,৮০০ কর্মচাৰী

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 2, 2023
in অৰ্থনীতি
আই বি এমত কৰ্মচাৰী নিযুক্তি বন্ধ,  কৃত্ৰিম বুদ্ধিমত্তাৰে চলিব কাম –কাজঃ চাটাই হ’ব ৭,৮০০ কর্মচাৰী
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

আগশাৰীৰ  বিভিন্ন তথ্য প্ৰযুক্তি কোম্পানীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে। ফলত শ্ৰমিকৰ ওপৰত ইয়াৰ ভয়ংকৰ প্ৰভাৱ পৰাটো নিশ্চিত হৈ পৰিছে ৷ বহু শ্ৰমিক নিবনুৱা হোৱাৰ দিশেৰে আগবাঢ়িছে ৷  তেনে এটা বিখ্যাত আই টি কোম্পানী আই বি এম এইবাৰ সেই পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত কৰিছিল।  নতুন কৰ্মচাৰী নিযুক্তি বন্ধ কৰাই নহয়, কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰি তাৰ  পৰিৱৰ্তে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰৰ ধাৰণা আৰম্ভ হৈছে। ব্লুমবাৰ্গৰ এক প্ৰতিবেদনত এই কথা উল্লেখ কৰিছে ৷

 

প্ৰতিবেদন অনুসৰি আই বি এমৰ এজন শীৰ্ষ কাৰ্যবাহী অৰবিন্দ কৃষ্ণই এক সাক্ষাৎকাৰত কয় যে কর্মচাৰীৰ নিযুক্তি বন্ধ কৰিবলৈ চিন্তা চর্চা কৰা হৈছে ৷  ৷  অনাগত দিনত কমেও ৭৮০০ কর্মচাৰীৰ সলনি কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰা হ’ব ৷  বিগত কেইবছৰমানৰ পৰা আন্তঃৰাষ্ট্ৰীয় আই টি কোম্পানীসমূহে লাখ লাখ শ্ৰমিকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। শেহতীয়াকৈ আমাজনেও কেইবাজনো কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। য’ত  কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ কথা ভাবিবলৈ আৰম্ভ কৰিছে। আই বি এমেও একে পথেই অনুসৰণকৰিব । চলিত বৰ্ষৰ আৰম্ভণিতে কোম্পানীটোৱে ঘোষণা কৰিছিল যে খৰচ কমাবলৈ অতি সোনকালে ৪ হাজাৰ কর্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব।

 

 

এক সাক্ষাৎকাৰত আই বি এমৰ চি ই অ’ অৰবিন্দ কৃষ্ণই কয়, ‘অহা পাঁচ বছৰৰ ভিতৰত কোম্পানীটোৰ ৩০ শতাংশ কাম কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত কৰা হ’ব। ২৬ হাজাৰ শ্ৰমিকে আই বি এমত কাম কৰে। তেনে ক্ষেত্ৰত ৭,৮০০ লোক স্থানচ্যুত হ’ব আৰু কৃত্ৰিম বুদ্ধিমত্তাই সেই ঠাই ল’ব!” কোম্পানীটোৰ নিজা ২৬,০০০ কৰ্মচাৰীৰ উপৰিও আই বি এম-এ চফট্ ৱেৰ ডেভেলপমেণ্ট আৰু গ্ৰাহক সেৱাৰ বাবে বহু কৰ্মচাৰী নিযুক্তি দিয়ে। চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দৰেই প্ৰথম তিনিমাহত ৭ হাজাৰ শ্ৰমিকক নিযুক্তি দিয়া হৈছে বুলি দাবী কৰিছে মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে।

 

Previous Post

ৰ’জভেলী গোচৰত পুনৰ জব্দ কোটিটকাৰ সম্পত্তি

Next Post

আবকাৰী দুৰ্নীতিৰ গোচৰত দ্বিতীয়খন অতিৰিক্ত অভিযোগনামাত আপ নেতা ৰাঘৱ চাদ্দাৰ নাম

Related Posts

কেন্দ্ৰই বিমানৰ টিকটৰ মূল্য ৬১ শতাংশ পৰ্যন্ত হ্ৰাস কৰিছে! মন্ত্ৰী জ্যোতিৰাদিত্যৰ দাবী
অৰ্থনীতি

কেন্দ্ৰই বিমানৰ টিকটৰ মূল্য ৬১ শতাংশ পৰ্যন্ত হ্ৰাস কৰিছে! মন্ত্ৰী জ্যোতিৰাদিত্যৰ দাবী

June 9, 2023
আৰ বি আইয়ে অপৰিৱৰ্তিত ৰাখিলে ৰেপো ৰেট, মধ্যবিত্ত শ্ৰেণীলৈ সকাহ
অৰ্থনীতি

আৰ বি আইয়ে অপৰিৱৰ্তিত ৰাখিলে ৰেপো ৰেট, মধ্যবিত্ত শ্ৰেণীলৈ সকাহ

June 8, 2023
৫ দুৱাৰযুক্ত জিমনি এছ ইউ ভি মুকলি মাৰুতিৰ, প্ৰাৰম্ভিক মূল্য কিমান হ’ব ?
অৰ্থনীতি

৫ দুৱাৰযুক্ত জিমনি এছ ইউ ভি মুকলি মাৰুতিৰ, প্ৰাৰম্ভিক মূল্য কিমান হ’ব ?

June 7, 2023
কিয় হঠাতে ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট বন্ধ কৰি দিলে? কি নীতি গ্ৰহণ কৰিছে ৰিজার্ভ বেংকে ?
অৰ্থনীতি

কিয় হঠাতে ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট বন্ধ কৰি দিলে? কি নীতি গ্ৰহণ কৰিছে ৰিজার্ভ বেংকে ?

May 26, 2023
আপোনাৰ লগতো আছে নেকি দুহাজাৰ টকীয়া নোট? কেতিয়া, ক’ত, কেনেকৈ জমা কৰিব?
অৰ্থনীতি

আপোনাৰ লগতো আছে নেকি দুহাজাৰ টকীয়া নোট? কেতিয়া, ক’ত, কেনেকৈ জমা কৰিব?

May 20, 2023
এবছৰতে শ্বেয়াৰ বজাৰত এল আই চিৰ মূলধন ৪০ শতাংশ হ্ৰাস, আদানিক আকৌ টাৰ্গেট কংগ্ৰেছৰ
অৰ্থনীতি

এবছৰতে শ্বেয়াৰ বজাৰত এল আই চিৰ মূলধন ৪০ শতাংশ হ্ৰাস, আদানিক আকৌ টাৰ্গেট কংগ্ৰেছৰ

May 18, 2023
Next Post
আবকাৰী দুৰ্নীতিৰ গোচৰত দ্বিতীয়খন অতিৰিক্ত অভিযোগনামাত আপ নেতা ৰাঘৱ চাদ্দাৰ নাম

আবকাৰী দুৰ্নীতিৰ গোচৰত দ্বিতীয়খন অতিৰিক্ত অভিযোগনামাত আপ নেতা ৰাঘৱ চাদ্দাৰ নাম

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7