VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ভাৰতৰ ভিতৰত আটাইতকৈ কম খৰছৰ চহৰ কলকাতা

মুম্বাই এতিয়াও দেশৰ ভিতৰতে আটাইতকৈ ব্যয়বহুল চহৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 2, 2022
in অৰ্থনীতি
ভাৰতৰ ভিতৰত আটাইতকৈ কম খৰছৰ  চহৰ কলকাতা
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

পশ্চিমবংগৰ ৰাজধানী  কলকাতা  ভাৰতৰ আটাইতকৈ সুলভ চহৰবোৰৰ ভিতৰত এখন হিচাপে পৰিগণিত হৈছে। সমান মাহিলী কিস্তি (ইএমআই)-উপাৰ্জন অনুপাতৰ সৈতে সম্পৰ্কিত, বৰ্তমান কলকাতাৰ গৃহ ক্ৰেতাসকলে পৰিয়ালৰ উপাৰ্জনৰ ২৭শতাংশ গৃহ ঋণত ব্যয় কৰিব লাগিব। যোৱা বছৰ, কলকাতা চেন্নাইৰ সৈতে ২৫ শতাংশ সামৰ্থ্য সূচকৰ সৈতে সমপৰ্যায়ত আছিল।ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ ৰেপো ৰেট (ভাৰতীয় কেন্দ্ৰীয় বেঙ্কৰ দ্বাৰা বাণিজ্যিক বেংকবোৰক ধন ধাৰ দিয়া হাৰ)  ৯০ বেছিছ পইণ্ট বৃদ্ধি হোৱা স্বত্বেও দেশৰ অন্যতম চহৰ আহমেদাবাদ , চেন্নাই আৰু পুনে এতিয়াও অধিক সুলভ।

অৱশ্যে শেহতীয়াকৈ  কলকাতাত নিৰ্মাণ ব্যয় বৃদ্ধি পাইছে। ইয়াৰ ফলত  চহৰখনৰ বিকাশকাৰী সকলে চহৰখনত কমেও ১০ শতাংশ মূল্য বৃদ্ধি কৰিছে। কিন্তু তথাপিও দেশৰ ভিতৰতে চহৰখন আটাইতকৈ সুলভ চহৰবোৰৰ ভিতৰত এখন হৈ আছে।

অৱশ্যে প্ৰতিটো পৰিয়ালৰ সামৰ্থ্য সূচক ইএমআই আৰু উপাৰ্জন অনুপাতৰ ক্ষেত্ৰত কলকাতাৰ বাবে অলপ ৰোলাৰ কোষ্টাৰ ৰাইড হৈছে –  কিয়নো ২০১০ চনত ই ৪৫ শতাংশ আছিল, ২০১৯ চনত ৩১ শতাংশলৈ হ্ৰাস পাইছিল। তাৰ পিছত ২০২০ চনত কোভিড-১৯ মহামাৰীৰ ফলত ৩০ শতাংশলৈ উন্নীত হয় আৰু ২০২১ চনত পুনৰ ২৫ শতাংশলৈ হ্ৰাস পায় ।

আনহাতে চলচ্চিত্ৰ নগৰী মুম্বাই এতিয়াও ৫৬ শতাংশ সামৰ্থ্য সূচকৰ সৈতে আটাইতকৈ ব্যয়বহুল চহৰ হোৱাৰ শিৰোনামত  আছে। এই চহৰৰ আৱাসিক বজাৰৰ গ্ৰাফলৈ লক্ষ্য কৰিলে, ২০১০ চনত মুম্বাইৰ বাবে গৃহ ক্ৰয় সামৰ্থ্য সূচক আছিল ৯৩ শতাংশ যি ২০১৯ চনত ৬৬ শতাংশলৈ উন্নীত হৈছিল। মহামাৰী আৰম্ভ হোৱাৰ লগে লগে, ই পুনৰ ২০২০ চনত ৬৬ শতাংশ আৰু ২০২১ চনত ৫৩ শতাংশ হয়।

৩১ শতাংশৰ সৈতে ইয়াৰ পিছত আছে হায়দৰাবাদৰ নিজাম চহৰ  । হায়দৰাবাদৰ ক্ষেত্ৰতো, ২০১০ চনত ৪৭ শতাংশৰ পৰা ২০১৯ চনত ৩৩ শতাংশলৈ আৰু শেষত এতিয়া ৩১ শতাংশলৈ উন্নীত হৈছে। সেয়েহে এই  চহৰখন ভাৰতৰ  দ্বিতীয়  ব্যয়বহুল স্থান।

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীও অৱশ্যে এই ক্ষেত্ৰত  বেছি পিছ পৰি থকা নাই ৷  ৩০ শতাংশৰ সৈতে তৃতীয় স্থানত আছে ৰাজধানী চহৰ দিল্লী।  ২০১০ চনত ৫৩ শতাংশ সামৰ্থ্য সূচকৰ পৰা ২০১৯ চনত ই ৩৪ শতাংশ হৈছিল। আনহাতে ভাৰতৰ চিলিকন ভেলী, বেংগালুৰু কেৱল সামান্য ব্যৱধানত পিছ পৰি আছে আৰু সামৰ্থ্য সূচকত ২৯ শতাংশৰ সৈতে চতুৰ্থ স্থানত আছে।

যদিও এইকেইখন আটাইতকৈ ব্যয়বহুল চহৰ তাৰ বিপৰীতে স্থিৰতা বজাই ৰাখি ২২ শতাংশ সামৰ্থ্য সূচকৰ সৈতে আহমেদাবাদ হৈছে আটাইতকৈ সুলভ চহৰ ৷

Previous Post

অসমৰ জনপ্ৰিয় যুৱ-অভিনেতা কিশোৰ দাসৰ দেহাৱসান

Next Post

শুভ জন্মদিন: ‘ভাৰতৰ চন্দ্ৰ পুৰুষ’ মাইলস্বামী আন্নাদুৰাই

Related Posts

একাউণ্ট হেকিং প্ৰতিহত কৰিবলৈ হোৱাটছএপৰ নতুন সুৰক্ষা ব্যৱস্থা
অৰ্থনীতি

একাউণ্ট হেকিং প্ৰতিহত কৰিবলৈ হোৱাটছএপৰ নতুন সুৰক্ষা ব্যৱস্থা

August 6, 2022
১৫ আগষ্টত ভাৰতত  উন্মোচন কৰা হ’ব ওলা ইলেক্ট্ৰিকৰ  প্ৰথমখন বৈদ্যুতিক চাৰিচকীয়া বাহন
অৰ্থনীতি

১৫ আগষ্টত ভাৰতত উন্মোচন কৰা হ’ব ওলা ইলেক্ট্ৰিকৰ প্ৰথমখন বৈদ্যুতিক চাৰিচকীয়া বাহন

August 5, 2022
পুনৰ বৃদ্ধি হ’ল ৰেপ’ৰেট , বাঢ়িব ঋণৰ ই এম আই
অৰ্থনীতি

পুনৰ বৃদ্ধি হ’ল ৰেপ’ৰেট , বাঢ়িব ঋণৰ ই এম আই

August 5, 2022
ইণ্ডিগ’ই যাত্ৰীসকলৰ দ্ৰুত অৱতৰণৰ বাবে আৰম্ভ কৰিছে নতুন প্ৰক্ৰিয়া
অৰ্থনীতি

ইণ্ডিগ’ই যাত্ৰীসকলৰ দ্ৰুত অৱতৰণৰ বাবে আৰম্ভ কৰিছে নতুন প্ৰক্ৰিয়া

August 4, 2022
ভাৰতত আজি পুনৰ বৃদ্ধি হৈছে  সোণৰ মূল্য
অৰ্থনীতি

ভাৰতত আজি পুনৰ বৃদ্ধি হৈছে সোণৰ মূল্য

August 3, 2022
এমাহৰো অধিক সময় ধৰি অপৰিৱৰ্তিত হৈ আছে পেট্ৰ’ল, ডিজেলৰ মূল্য
অৰ্থনীতি

এমাহৰো অধিক সময় ধৰি অপৰিৱৰ্তিত হৈ আছে পেট্ৰ’ল, ডিজেলৰ মূল্য

August 2, 2022
Next Post
শুভ জন্মদিন: ‘ভাৰতৰ চন্দ্ৰ পুৰুষ’ মাইলস্বামী আন্নাদুৰাই

শুভ জন্মদিন: ‘ভাৰতৰ চন্দ্ৰ পুৰুষ’ মাইলস্বামী আন্নাদুৰাই

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7