VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ ‘ৰিটেইল ইউনিট’ৰ অধ্যক্ষ হিচাপে মনোনীত হ’ব ঈশা আম্বানী

মুকেশ আম্বানী এইবাৰ আগবাঢ়িছে  এছিয়াৰ ভিতৰতে অন্যতম ধনী পৰিয়ালৰ উত্তৰাধিকাৰীৰ বাবে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 29, 2022
in অৰ্থনীতি
ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ ‘ৰিটেইল ইউনিট’ৰ অধ্যক্ষ হিচাপে মনোনীত হ’ব  ঈশা আম্বানী
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

দেশৰ ভিতৰতে এজন আগশাৰীৰ উদ্যোগপতি মুকেশ আম্বানীৰ কন্যা ঈশা আম্বানীক ৰিলায়েন্স গোটৰ ‘ৰিটেইল ইউনিটৰ অধ্যক্ষ’ হিচাপে মনোনীত কৰা হ’ব বুলি জানিব পৰা গৈছে ৷ ইয়াৰ পৰা এই কথা অনুধাৱন কৰিব পাৰি যে  ভাৰতৰ এগৰাকী কোটিপতি উদ্যোগপতি আৰু  ঈশাৰ  পিতৃ  মুকেশ আম্বানী এইবাৰ আগবাঢ়িছে  এছিয়াৰ অন্যতম ধনী পৰিয়ালৰ উত্তৰাধিকাৰীৰ বাবে।

বহু বিজ্ঞলোকৰ মতে  ঈশা আম্বানীৰ উন্নীতকৰণৰ ঘোষণা অতিশীঘ্ৰেই  ঘোষণা কৰা হ’ব । ঈশা বৰ্তমান ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰছ লিমিটেডৰ সঞ্চালক।ঈশাৰ  যমজ ভাতৃ আকাশ আম্বানীক মঙলবাৰে টেলিকম গোটৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ পিছতে  ঈশা আম্বানীৰ পদোন্নতিৰ কথা চিন্তা কৰিছে পিতৃ মুকেশ আম্বানীয়ে ৷ ঈশা আৰু আকাশ দুয়ো ‘ৰিলায়েন্স জিঅ’ ইনফোকম লিমিটেডৰ অংশ আছিল  আৰু  গোটটোত মেটা প্লেটফৰ্মচ ইনক.-ৰ বিনিয়োগৰ বিষয়ে আলোচনা কৰিছিল।

৩০ বছৰীয়া ঈশা ‘য়েল বিশ্ববিদ্যালয়ৰ’ প্ৰাক্তন ছাত্ৰী। ঈশা আৰু আকাশ দুয়ো যমজ ভাতৃ-ভগ্নীৰ বাহিৰেও তেওঁলোকৰ  এজন ২৭ বছৰীয়া ভায়েক আছে ৷ তেওঁৰ নাম  অনন্ত আম্বানী ।

ৰিলায়েন্স ৰিটেইল আৰু ৰিলায়েন্স জিঅ’ হৈছে পৰিয়ালটোৰ তেলৰ পৰা টেলিকম গোটৰ সহায়ক, যাৰ ভিতৰত ২১৭ বিলিয়ন ডলাৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড হৈছে ফ্লেগশ্বিপ ফাৰ্ম। মুকেশ আম্বানী হৈছে এই ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক।

 

Previous Post

জোনমণি ৰাভাৰ পিছত এইবাৰ গ্ৰেপ্তাৰ হ’ল কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইন

Next Post

কিয় ‘কমেণ্টেটৰ’ৰ ভূমিকাৰ পৰা অব্যাহতি ল’ব লগা হ’ল ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভনে ?

Related Posts

দেশৰ ৮ টা বেংকক জৰিমনা আৰোপ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে
অৰ্থনীতি

দেশৰ ৮ টা বেংকক জৰিমনা আৰোপ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে

August 9, 2022
ৰাজহুৱা বিতৰ্কৰ বাবে কোনে প্ৰত্যাহ্বান জনালে টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালক ?
অৰ্থনীতি

ৰাজহুৱা বিতৰ্কৰ বাবে কোনে প্ৰত্যাহ্বান জনালে টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালক ?

August 8, 2022
একাউণ্ট হেকিং প্ৰতিহত কৰিবলৈ হোৱাটছএপৰ নতুন সুৰক্ষা ব্যৱস্থা
অৰ্থনীতি

একাউণ্ট হেকিং প্ৰতিহত কৰিবলৈ হোৱাটছএপৰ নতুন সুৰক্ষা ব্যৱস্থা

August 6, 2022
১৫ আগষ্টত ভাৰতত  উন্মোচন কৰা হ’ব ওলা ইলেক্ট্ৰিকৰ  প্ৰথমখন বৈদ্যুতিক চাৰিচকীয়া বাহন
অৰ্থনীতি

১৫ আগষ্টত ভাৰতত উন্মোচন কৰা হ’ব ওলা ইলেক্ট্ৰিকৰ প্ৰথমখন বৈদ্যুতিক চাৰিচকীয়া বাহন

August 5, 2022
পুনৰ বৃদ্ধি হ’ল ৰেপ’ৰেট , বাঢ়িব ঋণৰ ই এম আই
অৰ্থনীতি

পুনৰ বৃদ্ধি হ’ল ৰেপ’ৰেট , বাঢ়িব ঋণৰ ই এম আই

August 5, 2022
ইণ্ডিগ’ই যাত্ৰীসকলৰ দ্ৰুত অৱতৰণৰ বাবে আৰম্ভ কৰিছে নতুন প্ৰক্ৰিয়া
অৰ্থনীতি

ইণ্ডিগ’ই যাত্ৰীসকলৰ দ্ৰুত অৱতৰণৰ বাবে আৰম্ভ কৰিছে নতুন প্ৰক্ৰিয়া

August 4, 2022
Next Post
কিয় ‘কমেণ্টেটৰ’ৰ ভূমিকাৰ পৰা অব্যাহতি ল’ব লগা হ’ল ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভনে ?

কিয় ‘কমেণ্টেটৰ’ৰ ভূমিকাৰ পৰা অব্যাহতি ল’ব লগা হ’ল ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভনে ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
আপোনাৰ চকুযুৰিৰ কিদৰে যত্ন ল’ব জানো আহক

কম বয়সতে চকুত চানি পৰা ৰোগে দেখা দিছে নেকি ? প্ৰতিকাৰৰ আছে উপায় , জানো আহক

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7