VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

একেটা মাহতে হোৱাটছএপৰ তৃতীয়টো বৃহৎ পৰিৱৰ্তন

এইবাৰ বাৰ্তা প্ৰেৰকক মচি পেলোৱা বাৰ্তাসমূহ ঘূৰাই পোৱাৰ বাবে  স্বাধীনতা প্ৰদান কৰিব হোৱাটছএপে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 21, 2022
in অৰ্থনীতি
একেটা  মাহতে  হোৱাটছএপৰ  তৃতীয়টো বৃহৎ পৰিৱৰ্তন
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান সময়ত এক জনপ্ৰিয় বাৰ্তাবাহক এপলিকেছন হোৱাটছেপ৷ কেৱল জনপ্ৰিয়ই নহয় ,এপটোৰ যোগেদি বহুক্ষেত্ৰত বহু কামেই এতিয়া সহজ হৈ পৰা পৰিলক্ষিত হৈছে ৷ অৱশ্যে প্ৰথম অৱস্থাত এই হোৱাটছএপ যোগে  হয়তো  ব্যৱহাৰকাৰীসকলে কিছুমান সীমিত বৈশিষ্ট্য আৰু সুবিধাহে লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু শেহতীয়াকৈ আজি কিছুদিন ধৰি হোৱাটছএপত বহু নতুন  নতুন বৈশিষ্ট্য সংযোগ  হ’বলৈ ধৰিছে। আজি কিছুদিনৰ পূৰ্বে হোৱাটছএপে ব্যৱহাৰকাৰী সকলে নিজে প্ৰেৰণ কৰা বাৰ্তাসমূহ ডিলিট কৰাৰ সুবিধাও সংযোজন কৰিছিল ৷ আনহাতে এতিয়া কোম্পানীটোৱে ইয়াক কিছু সলনি কৰি ডিলিট কৰা বাৰ্তাসমূহ পুনৰ ঘূৰাই পোৱাৰ সুবিধাও যোগ কৰিছে।

হোৱাটছএপ ব্যৱহাৰকাৰী সকলে আনজনলৈ প্ৰেৰণ কৰা বাৰ্তা   ডিলিট কৰাৰ সময়ত ভুলবশতঃ যদি নিজৰ বাবেও মেছেজটো ডিলিট হৈ যায়  তেন্তে  এই বৈশিষ্ট্যই বাৰ্তা প্ৰেৰক গৰাকীক মচি পেলোৱা বাৰ্তাসমূহ ঘূৰাই পোৱাৰ বাবে    স্বাধীনতা প্ৰদান কৰিব।

আনলৈ বাৰ্তা প্ৰেৰণ কৰাৰ পিছত নিজৰ বাবে মেছেজ ডিলিট কৰাৰ লগে লগেই স্মাৰ্টফোনৰ স্ক্ৰীণত আন-ডু(Undo )বুটাম থকা এটা ভাসমান স্নেকবাৰ নোটিফিকেচন দেখা পোৱা যাব। অৱশ্যে  এই অধিসূচনা এক সীমিত সময়সীমা অৰ্থাৎ মাত্ৰ ৫ ছেকেণ্ডৰ বাবেহে উপলব্ধ  হ’ব । বাৰ্তাটো পুনৰুদ্ধাৰ কৰিবলৈ বাৰ্তা প্ৰেৰক গৰাকীয়ে  বিকল্প নিৰ্ব্বাচন কৰিব লাগিব আৰু তাৰ পিছত সকলোৰে বাবে ইয়াক মচি পেলাব পাৰিব ।

অৱশ্যে  বৰ্তমানলৈকে  হোৱাটছএপে ব্যৱহাৰকাৰীসকলক বাৰ্তা বাকচত  আন-ডু ( undo) কৰিব পৰা এই সুবিধা প্ৰদান কৰা নাই।কিন্তু এপটোৱে  অতি সোনকালেই  এণ্ড্ৰয়ড, আই অ’ এছ আৰু ডেস্কটপ ব্যৱহাৰকাৰী সকলৰ বাবে এই বৈশিষ্ট্য প্ৰৱৰ্তন কৰিবলৈ ওলাইছে। হোৱাটছএপৰ  এই বৈশিষ্ট্য এই মাহত কৰা তৃতীয়টো বৃহৎ পৰিৱৰ্তন। ইয়াৰ পূৰ্বে হোৱাটছএপে নতুনকৈ অৱতাৰ ফিচাৰো সংযোজন কৰিছিল।

Previous Post

আফগানিস্তানত বিশ্ববিদ্যালয়ত প্ৰৱেশ নিষিদ্ধ মহিলাৰ, তালিবান চৰকাৰৰ আন এক কঠোৰ নির্দেশ

Next Post

মেছি নে ৰোণাল্ডো! সৰ্বকালৰ শ্ৰেষ্ঠ কোন? বিতৰ্কৰ অন্ত পেলাই ফিফাই ঘোষণা কৰিলে শ্ৰেষ্ঠ কোন ?

Related Posts

২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত ভাৰতত বহুতো ডিভাইচ মুকলি কৰিবলৈ সাজু হৈছে  ‘ওৱানপ্লাছ ‘
অৰ্থনীতি

২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত ভাৰতত বহুতো ডিভাইচ মুকলি কৰিবলৈ সাজু হৈছে ‘ওৱানপ্লাছ ‘

January 27, 2023
ভাৰতত ফৰাচী ডিজাইনাৰ পোছাক উদ্যোগ ‘গ্ৰেলং’
অৰ্থনীতি

ভাৰতত ফৰাচী ডিজাইনাৰ পোছাক উদ্যোগ ‘গ্ৰেলং’

January 27, 2023
পুনৰ জমেট’ৱে দিব ৮০০পদত নিযুক্তি
অৰ্থনীতি

পুনৰ জমেট’ৱে দিব ৮০০পদত নিযুক্তি

January 25, 2023
কিয় নেটফ্লিক্সে বন্ধ কৰিছে পাছৱৰ্ড শ্বেয়াৰিং ব্যৱসায় ?
অৰ্থনীতি

কিয় নেটফ্লিক্সে বন্ধ কৰিছে পাছৱৰ্ড শ্বেয়াৰিং ব্যৱসায় ?

January 24, 2023
আই পি অ’ৰ বাবে খচৰা আবেদন পুনৰ দাখিল কৰিব অৰেভেল ষ্টেজ লিমিটেডে
অৰ্থনীতি

আই পি অ’ৰ বাবে খচৰা আবেদন পুনৰ দাখিল কৰিব অৰেভেল ষ্টেজ লিমিটেডে

January 18, 2023
এইবাৰ ১১ হাজাৰ কর্মচাৰী চাটাই কৰিব  বিল গেটছৰ কোম্পানী মাইক্ৰ’ছফ্টে
অৰ্থনীতি

এইবাৰ ১১ হাজাৰ কর্মচাৰী চাটাই কৰিব বিল গেটছৰ কোম্পানী মাইক্ৰ’ছফ্টে

January 18, 2023
Next Post
মেছি নে ৰোণাল্ডো! সৰ্বকালৰ শ্ৰেষ্ঠ কোন? বিতৰ্কৰ অন্ত পেলাই  ফিফাই  ঘোষণা কৰিলে শ্ৰেষ্ঠ কোন ?

মেছি নে ৰোণাল্ডো! সৰ্বকালৰ শ্ৰেষ্ঠ কোন? বিতৰ্কৰ অন্ত পেলাই ফিফাই ঘোষণা কৰিলে শ্ৰেষ্ঠ কোন ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 30, 2023
ভাল ফটোৰ উঠাৰ লগতে পৰ্যটনৰ উপযোগী এখন স্বাস্থ্যকৰ ঠাইলৈ যাব বিছাৰিছে নেকিঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য

শৰীৰত কেতিয়াবা ভিটামিনৰ পৰিমাণ বেছি হ’ব পাৰে। অধিক ভিটামিনৰ ফলত কি ৰোগ হ’ব পাৰে জাঁনো আহক

January 30, 2023
“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7