VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

১৫ আগষ্টত ভাৰতত উন্মোচন কৰা হ’ব ওলা ইলেক্ট্ৰিকৰ প্ৰথমখন বৈদ্যুতিক চাৰিচকীয়া বাহন

'এতিয়ালৈকে আটাইতকৈ স্পোৰ্টিষ্ট কাৰ' ওলাৰ প্ৰথম বৈদ্যুতিক চাৰিচকীয়া বাহনখন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 5, 2022
in অৰ্থনীতি
১৫ আগষ্টত ভাৰতত  উন্মোচন কৰা হ’ব ওলা ইলেক্ট্ৰিকৰ  প্ৰথমখন বৈদ্যুতিক চাৰিচকীয়া বাহন
0
SHARES
4
VIEWS
Share on FacebookShare on Twitter

ওলা ইলেক্ট্ৰিকে অহা ১৫ আগষ্টত ভাৰতত ইয়াৰ প্ৰথম বৈদ্যুতিক চাৰিচকীয়া বাহনখন মুকলি কৰিব বুলি আশা কৰা হৈছে  । প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া ভৱিষ আগৰৱালে টুইটাৰৰ জৰিয়তে দেশৰ ৭৫ তম স্বাধীনতা দিৱসত  এক নতুন সামগ্ৰী মুকলি কৰা হ’ব বুলি জনাইছিল । যদিও তেওঁ সামগ্ৰীবিধৰ নাম প্ৰকাশ কৰা নাছিল তথাপি  কোম্পানীটোৱে ১৫ আগষ্টত দেশত ইয়াৰ প্ৰথমখন বৈদ্যুতিক গাড়ী উন্মোচন কৰিব বুলি ইতিমধ্যে জানিব পৰা গৈছে। কিয়নো আজি কিছুদিন ধৰি ওলা ইলেক্ট্ৰিকে  ইয়াৰ চাৰিচকীয়া বৈদ্যুতিক বাহনখনৰ প্ৰচাৰ চলাই আহিছে ।

উন্মোচনী অনুষ্ঠানটোত, কোম্পানীটোৱে ইয়াৰ এক বৃহৎ ভৱিষ্যৎ পৰিকল্পনাৰ কথাও ঘোষণা কৰিব।   সামাজিক মাধ্যম টুইটাৰত এটা  টুইটযোগে ভৱিষ আগৰৱালে কয় যে  অনুষ্ঠানটো অনলাইনত লাইভষ্ট্ৰীম কৰা হ’ব আৰু  সম্প্ৰচাৰ চাবলৈ সময় আৰু লিংক সোনকালেই ৰাইজলৈ আগবঢ়োৱা হ’ব।

ওলাৰ এই  প্ৰথম বৈদ্যুতিক গাড়ীখন ‘এতিয়ালৈকে আটাইতকৈ স্পোৰ্টিষ্ট কাৰ’  আৰু   দীঘল বেটাৰী ছেটৰ সৈতে চাৰিখন -দুৱাৰৰ চেডান বুলি যথেষ্ট প্ৰচাৰ লাভ কৰিছে।

খবৰ অনুসৰি ওলা ইলেক্ট্ৰিকে ইয়াৰ ইভি চাৰিচকীয়া কাৰখনৰ বাবে ১,০০০একৰ ভূমি অধিগ্ৰহণ কৰিব বিচাৰিছে। এইটো ইয়াৰ বৰ্তমানৰ ফিউচাৰ ফেক্টৰীৰ প্ৰায় দুগুণ য’ত ই এছ ১ প্ৰ’ বৈদ্যুতিক স্কুটাৰ নিৰ্মাণ কৰে। কোম্পানীটোৱে বৰ্তমান ভাৰতত দুইধৰণৰ বৈদ্যুতিক স্কুটাৰ  বিক্ৰী কৰিছে   ৷ সেইকেইখন হ’ল  ওলা এছ১  আৰু ওলা এছ১ প্ৰো।

 

Previous Post

পাষাণ মাতৃঃ বধিৰ আৰু বোবা হোৱাৰ বাবেই ৪ৰ্থ মহলাৰ পৰা পেলাই দিলে ৪ বছৰীয়া সন্তান

Next Post

“যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে”

Related Posts

একাউণ্ট হেকিং প্ৰতিহত কৰিবলৈ হোৱাটছএপৰ নতুন সুৰক্ষা ব্যৱস্থা
অৰ্থনীতি

একাউণ্ট হেকিং প্ৰতিহত কৰিবলৈ হোৱাটছএপৰ নতুন সুৰক্ষা ব্যৱস্থা

August 6, 2022
পুনৰ বৃদ্ধি হ’ল ৰেপ’ৰেট , বাঢ়িব ঋণৰ ই এম আই
অৰ্থনীতি

পুনৰ বৃদ্ধি হ’ল ৰেপ’ৰেট , বাঢ়িব ঋণৰ ই এম আই

August 5, 2022
ইণ্ডিগ’ই যাত্ৰীসকলৰ দ্ৰুত অৱতৰণৰ বাবে আৰম্ভ কৰিছে নতুন প্ৰক্ৰিয়া
অৰ্থনীতি

ইণ্ডিগ’ই যাত্ৰীসকলৰ দ্ৰুত অৱতৰণৰ বাবে আৰম্ভ কৰিছে নতুন প্ৰক্ৰিয়া

August 4, 2022
ভাৰতত আজি পুনৰ বৃদ্ধি হৈছে  সোণৰ মূল্য
অৰ্থনীতি

ভাৰতত আজি পুনৰ বৃদ্ধি হৈছে সোণৰ মূল্য

August 3, 2022
এমাহৰো অধিক সময় ধৰি অপৰিৱৰ্তিত হৈ আছে পেট্ৰ’ল, ডিজেলৰ মূল্য
অৰ্থনীতি

এমাহৰো অধিক সময় ধৰি অপৰিৱৰ্তিত হৈ আছে পেট্ৰ’ল, ডিজেলৰ মূল্য

August 2, 2022
কিমান টকা  হ্ৰাস পালে ১৯ কিলোগ্ৰাম ওজনৰ  বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ?
অৰ্থনীতি

কিমান টকা হ্ৰাস পালে ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ?

August 1, 2022
Next Post
“যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে”

"যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে"

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7