VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এইবাৰ ১১ হাজাৰ কর্মচাৰী চাটাই কৰিব বিল গেটছৰ কোম্পানী মাইক্ৰ’ছফ্টে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
January 18, 2023
in অৰ্থনীতি
এইবাৰ ১১ হাজাৰ কর্মচাৰী চাটাই কৰিব  বিল গেটছৰ কোম্পানী মাইক্ৰ’ছফ্টে
0
SHARES
5
VIEWS
Share on FacebookShare on Twitter

গুগল, টুইটাৰ, আমাজন, ফেচবুকৰ পিছত এইবাৰ কর্মচাৰী চাটাই অভিযান চলাব মাইক্ৰ’ছফ্ট প্ৰতিষ্ঠানে ! নতুন বছৰৰ আৰম্ভণিতে বহুজাতিক কোম্পানী মাইক্ৰ’ছফটে প্ৰায় ১১ হাজাৰ কর্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। যদিও কোটিপতি বিল গেটছে প্ৰতিষ্ঠা কৰা কোম্পানীটোৱে এই বিষয়ে এতিয়াও মুকলিকৈ এই কথা প্ৰকাশ কৰা নাই ৷

সংবাদ সংস্থাসমূহৰ মতে, বিশ্বজুৰি মাইক্ৰ’ছফ্টৰ মুঠ কৰ্মশক্তিৰ কমেও ৫ শতাংশ চাটাই কৰা হ’ব ৷ মূলতঃ অভিযান্ত্ৰিক আৰু মানৱ সম্পদ বিভাগত কৰ্মৰত কৰ্মচাৰীসকলক চাটাই কৰাৰ সম্ভাৱনা আছে ৷ ইয়াৰ পূৰ্বে ২০২২ চনত মাইক্ৰ’ছফটে ১০০০ কর্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল। ব্ৰিটেইনৰ স্কাই নিউজে প্ৰকাশ কৰা অনুসৰি মাইক্ৰ’ছফটে ৫ শতাংশ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ লক্ষ্যৰে আগবাঢ়িছে।

প্ৰসংগক্ৰমে কিছুদিন পূৰ্বে আমাজনৰ চিইঅ’ এণ্ডি জেছিয়ে কৰ্মচাৰী হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছিল। যোৱা বছৰ আমাজনে প্ৰায় ১৮ হাজাৰ শ্ৰমিকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল। ফেচবুকৰ নিয়ন্ত্ৰক মেটাই ১১ হাজাৰ শ্ৰমিকক চাকৰিৰ পৰা বৰ্খাস্ত কৰে। আৰু টুইটাৰৰ মালিকীস্বত্ব লাভ কৰাৰ পিছত কোটিপতি ইলন মাস্কে কোম্পানীটোৰ ৫০ শতাংশ কৰ্মচাৰীক পদত্যাগ কৰিবলৈ বাধ্য কৰে। অৰ্থনৈতিক সম্প্ৰদায়ৰ এটা অংশই ভৱিষ্যদ্বাণী কৰিছে যে বিশ্বৰ ৰাজনৈতিক মন্দাৱস্থা আৰু ইউৰোপ-আমেৰিকাত মুদ্ৰাস্ফীতিৰ বাবে ২০২৩ চনত কোম্পানীসমূহে পুনৰ বৃহৎ চাটাইৰ পথত আগবাঢ়িছে ৷

 

Previous Post

গেছৰ সমস্যাত ভুগিছে নেকি !!শীতকালত কি কি খাদ্য পৰিহাৰ কৰিলে মুক্তি পাব গেছৰ সমস্যাৰ পৰা ?

Next Post

আই পি অ’ৰ বাবে খচৰা আবেদন পুনৰ দাখিল কৰিব অৰেভেল ষ্টেজ লিমিটেডে

Related Posts

স্মাৰ্টফোনত পেন-আধাৰৰ দ্ৰুত সংযোগ কৰিলে  কিমান টকা খৰচ হ’ব জানেনে ?
অৰ্থনীতি

স্মাৰ্টফোনত পেন-আধাৰৰ দ্ৰুত সংযোগ কৰিলে কিমান টকা খৰচ হ’ব জানেনে ?

March 29, 2023
প্ৰভিডেণ্ট ফাণ্ডৰ সুতৰ হাৰ সামান্য বৃদ্ধি, কেন্দ্ৰই সেউজ সংকেত দিলেই পাব নতুন নিৰিখ
অৰ্থনীতি

প্ৰভিডেণ্ট ফাণ্ডৰ সুতৰ হাৰ সামান্য বৃদ্ধি, কেন্দ্ৰই সেউজ সংকেত দিলেই পাব নতুন নিৰিখ

March 28, 2023
ৰেচন কাৰ্ড সন্দৰ্ভত চৰকাৰৰ নতুন নিয়ম
অৰ্থনীতি

ৰেচন কাৰ্ড সন্দৰ্ভত চৰকাৰৰ নতুন নিয়ম

March 24, 2023
কোন হ’ল ‘গ্ৰামাৰলি’ৰ নতুন ভাৰতীয় মূলৰ চি.ই.অ’?
অৰ্থনীতি

কোন হ’ল ‘গ্ৰামাৰলি’ৰ নতুন ভাৰতীয় মূলৰ চি.ই.অ’?

March 23, 2023
আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই
অৰ্থনীতি

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
পেঞ্চন নাথাকিলে অৱসৰৰ পিছত ধন ক’ত বিনিয়োগ কৰি লাভৱান হ’ব ?
অৰ্থনীতি

পেঞ্চন নাথাকিলে অৱসৰৰ পিছত ধন ক’ত বিনিয়োগ কৰি লাভৱান হ’ব ?

March 17, 2023
Next Post
আই পি অ’ৰ বাবে খচৰা আবেদন পুনৰ দাখিল কৰিব অৰেভেল ষ্টেজ লিমিটেডে

আই পি অ’ৰ বাবে খচৰা আবেদন পুনৰ দাখিল কৰিব অৰেভেল ষ্টেজ লিমিটেডে

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7