VOICE 24x7
Sunday, October 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দেশৰ শ্ৰেষ্ঠ ৰেষ্টুৰেণ্ট আৰু বাৰ সমূহলৈ স্বীকৃতি ইটি হস্পিটেলিটিৰ

গুৱাহাটীৰ পিয়াজ্জা ৰেষ্টুৰেণ্টলৈ শ্ৰেষ্ঠ ‘ষ্টেণ্ডএলন ৰেষ্টুৰেণ্ট অব্ ২০২২-ইষ্ট’ সন্মান

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
September 22, 2022
in অৰ্থনীতি
দেশৰ শ্ৰেষ্ঠ ৰেষ্টুৰেণ্ট আৰু বাৰ সমূহলৈ স্বীকৃতি ইটি হস্পিটেলিটিৰ
0
SHARES
32
VIEWS
Share on FacebookShare on Twitter

অসম বাসীলৈ এক সুখবৰ ৷ গুৱাহাটীৰ মাল্টি কুইজিং ৰাষ্টুৰেণ্ট বাৰ পিয়াজ্জাই শেহতীয়াকৈ গুৰুগ্ৰামৰ দা লীলা এম্বিয়েনছত অনুষ্ঠিত হৈ যোৱা প্ৰথম ইটি হস্পিটেলিটি ৱৰ্ল্ড ৰেষ্টুৰেণ্টছএণ্ড নাইট লাইফ এৱাৰ্ডছ অনুষ্ঠানত শ্ৰেষ্ঠ ষ্টেণ্ড এলন ৰেষ্টুৰেণ্ট অব্ দা ইয়েৰ ২০২২-ইষ্ট  বঁটা লাভ কৰে ৷

উল্লেখনীয় যে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰি ইটি হস্পিটেলিটিয়ে সমগ্ৰ দেশৰ শ্ৰেষ্ঠ ৰেষ্টুৰেণ্ট আৰু বাৰ সমূহলৈ এক স্বীকৃতি আগবঢ়াইছে ৷ গুৱাহাটীৰ মাল্টি কুইজিং ৰেষ্টুৰেণ্ট বাৰ পিয়াজ্জাৰ প্ৰতিষ্ঠাপক তথা স্বত্বাধিকাৰী বিনয় ছামাৰিয়াই এই বঁটা অসমৰ জনসাধাৰণলৈ উৎসৰ্গা কৰি কয় যে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দেশৰ মেট্ৰ’ চহৰসমূহৰ শ্ৰেষ্ঠ ৰেষ্টুৰেণ্ট সমূহৰ সৈতে হোৱা প্ৰতিযোগিতাত বিজয়ী হ’ব বুলি তেওঁ কেতিয়াও ভবা নাছিল ৷ তেওঁলোকৰ বাবে এই স্বীকৃতি অসাধাৰণ ৷

আনহাতে ২০২৩চনত গোৱাত পিয়াজ্জাৰ দ্বিতীয়টো আউটলেট মুকলিৰ পৰিকল্পনা কৰাৰ কথাও ঘোষণা কৰে মাল্টি কুইজিং ৰেষ্টুৰেণ্ট বাৰ খনৰ প্ৰতিষ্ঠাপক তথা স্বত্বাধিকাৰী গৰাকীয়ে ৷

 

Previous Post

শিল্পী নীলপৱন বৰুৱা অসুস্থ, জিএমচিএইচত ভর্ত্তি

Next Post

ফুটবলাৰ জেৰার্ডৰ সৈতে বিচ্চেদ পপ তাৰকা ছাকিৰাৰ , সাক্ষাৎকাৰত ক’লে এয়া কঠিন সময়

Related Posts

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ
অৰ্থনীতি

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
বাজাজ অটোৱে  গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?
অৰ্থনীতি

বাজাজ অটোৱে গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?

September 27, 2023
চৰম আর্থিক সংকটত  পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!
অৰ্থনীতি

চৰম আর্থিক সংকটত পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!

September 25, 2023
গুৱাহাটীৰ ৰাজগড় পথত উত্তৰ-পূর্বাঞ্চলৰ প্ৰথমখন ফ্ৰেঞ্চাইজি বিপণী মুকলি নেৰামেকৰ
অৰ্থনীতি

গুৱাহাটীৰ ৰাজগড় পথত উত্তৰ-পূর্বাঞ্চলৰ প্ৰথমখন ফ্ৰেঞ্চাইজি বিপণী মুকলি নেৰামেকৰ

August 21, 2023
শাক-পাচলিৰ মূল্য বৃদ্ধিৰ বাবে  বাঢ়িব মুদ্ৰাস্ফীতিৰ হাৰ, পৰিৱর্তন নহ’ল ৰেপোৰেটৰ
অৰ্থনীতি

শাক-পাচলিৰ মূল্য বৃদ্ধিৰ বাবে বাঢ়িব মুদ্ৰাস্ফীতিৰ হাৰ, পৰিৱর্তন নহ’ল ৰেপোৰেটৰ

August 10, 2023
লেপটপ, কম্পিউটাৰ আমদানি কৰাত বাধা আৰোপ কেন্দ্ৰৰ
অৰ্থনীতি

লেপটপ, কম্পিউটাৰ আমদানি কৰাত বাধা আৰোপ কেন্দ্ৰৰ

August 3, 2023
Next Post
ফুটবলাৰ জেৰার্ডৰ সৈতে বিচ্চেদ পপ তাৰকা ছাকিৰাৰ , সাক্ষাৎকাৰত ক’লে এয়া কঠিন সময়

ফুটবলাৰ জেৰার্ডৰ সৈতে বিচ্চেদ পপ তাৰকা ছাকিৰাৰ , সাক্ষাৎকাৰত ক’লে এয়া কঠিন সময়

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7