VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

২০২২ বৰ্ষত চলচিত্ৰ গৃহলৈ যাওঁতে ভাৰতীয় দৰ্শকে গ্ৰহণ কৰা মুঠ পপকৰ্নৰ পৰিমাণ কিমান জানেনে?

পপকৰ্ন আৰু ছিঙৰা আপোনাৰো প্ৰিয় নেকি?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 21, 2022
in অৰ্থনীতি
২০২২ বৰ্ষত চলচিত্ৰ গৃহলৈ যাওঁতে ভাৰতীয় দৰ্শকে গ্ৰহণ কৰা মুঠ পপকৰ্নৰ পৰিমাণ কিমান জানেনে?
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ ভিতৰতে খাদ্যৰ ক্ষেত্ৰত হয়তো ভাৰত এখন আগৰণুৱা দেশ ৷ ভাৰতীয় সকলৰ টেঙা ,মিঠা,তিতা,কেঁহা  বিভিন্ন স্বাদৰ বিভিন্ন  খাদ্য আছে ৷ কিন্তু শেহতীয়াকৈ ভাৰতীয় সকলৰ প্ৰিয় খাদ্যৰ তালিকাত শীৰ্ষ স্থান লাভ কৰিছে পপকৰ্ন আৰু ছিঙৰাই ৷ আইন’ক্স ফুড ৰিপ’ৰ্টৰ তথ্য অনুসৰি ২০২২ বৰ্ষত চলচিত্ৰ গৃহলৈ যাওঁতে দৰ্শক সকলে গ্ৰহণ কৰা মুঠ পপকৰ্নৰ পৰিমাণ আছিল ৮৬৩ মেট্ৰিকটন ৷ তেওঁলোকৰ এই তথ্য অনুসৰি ভাৰতীয় সকলে খোৱা সকলো পপকৰ্ন টাব যদি একেলগে ৰখা হয় তেন্তে ইয়াৰ উচ্চতাই পৃথিৱীৰ সীমা অতিক্ৰম কৰিব ৷ কিল’মিটাৰ হিচাপত ই হ’ব ১,০৩২কিল’মিটাৰ ৷ আনহাতে তথ্য অনুসৰি চলিত বৰ্ষত ভাৰতীয় সকলে ১৯.৩৮লাখটা ছিঙৰা ক্ৰয় কৰিছিল ৷ আনহাতে ভাৰতীয় লোকসকলে ক্ৰয় কৰা ক’কৰ পৰিমাণ আছিল ৩৮.১৫ লাখ লিটাৰ ৷ ইয়াৰে সৰ্বাধিক সংখ্যক ক’ক বিক্ৰী হৈছে ক’লকাতাত ৷ ইফালে খাদ্য তালিকাৰ  মিঠা খাদ্যৰ তালিকাত স্থান পাইছে আইচ-ক্ৰীম,ব্ৰাউনী,ড’নাট  ইত্যাদিয়ে ৷

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

ৰামদেৱৰ পতঞ্জলি কোম্পানীকে ধৰি ১৬টা ভাৰতীয় ঔষধ কোম্পানীক ব্লেকলিষ্ট নেপালৰ, কিয় ল’লে এই সিদ্ধান্ত ?

Related Posts

২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত ভাৰতত বহুতো ডিভাইচ মুকলি কৰিবলৈ সাজু হৈছে  ‘ওৱানপ্লাছ ‘
অৰ্থনীতি

২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত ভাৰতত বহুতো ডিভাইচ মুকলি কৰিবলৈ সাজু হৈছে ‘ওৱানপ্লাছ ‘

January 27, 2023
ভাৰতত ফৰাচী ডিজাইনাৰ পোছাক উদ্যোগ ‘গ্ৰেলং’
অৰ্থনীতি

ভাৰতত ফৰাচী ডিজাইনাৰ পোছাক উদ্যোগ ‘গ্ৰেলং’

January 27, 2023
পুনৰ জমেট’ৱে দিব ৮০০পদত নিযুক্তি
অৰ্থনীতি

পুনৰ জমেট’ৱে দিব ৮০০পদত নিযুক্তি

January 25, 2023
কিয় নেটফ্লিক্সে বন্ধ কৰিছে পাছৱৰ্ড শ্বেয়াৰিং ব্যৱসায় ?
অৰ্থনীতি

কিয় নেটফ্লিক্সে বন্ধ কৰিছে পাছৱৰ্ড শ্বেয়াৰিং ব্যৱসায় ?

January 24, 2023
আই পি অ’ৰ বাবে খচৰা আবেদন পুনৰ দাখিল কৰিব অৰেভেল ষ্টেজ লিমিটেডে
অৰ্থনীতি

আই পি অ’ৰ বাবে খচৰা আবেদন পুনৰ দাখিল কৰিব অৰেভেল ষ্টেজ লিমিটেডে

January 18, 2023
এইবাৰ ১১ হাজাৰ কর্মচাৰী চাটাই কৰিব  বিল গেটছৰ কোম্পানী মাইক্ৰ’ছফ্টে
অৰ্থনীতি

এইবাৰ ১১ হাজাৰ কর্মচাৰী চাটাই কৰিব বিল গেটছৰ কোম্পানী মাইক্ৰ’ছফ্টে

January 18, 2023
Next Post
ৰামদেৱৰ  পতঞ্জলি কোম্পানীকে ধৰি ১৬টা ভাৰতীয় ঔষধ কোম্পানীক ব্লেকলিষ্ট নেপালৰ, কিয় ল’লে এই সিদ্ধান্ত ?

ৰামদেৱৰ পতঞ্জলি কোম্পানীকে ধৰি ১৬টা ভাৰতীয় ঔষধ কোম্পানীক ব্লেকলিষ্ট নেপালৰ, কিয় ল’লে এই সিদ্ধান্ত ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 30, 2023
ভাল ফটোৰ উঠাৰ লগতে পৰ্যটনৰ উপযোগী এখন স্বাস্থ্যকৰ ঠাইলৈ যাব বিছাৰিছে নেকিঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য

শৰীৰত কেতিয়াবা ভিটামিনৰ পৰিমাণ বেছি হ’ব পাৰে। অধিক ভিটামিনৰ ফলত কি ৰোগ হ’ব পাৰে জাঁনো আহক

January 30, 2023
“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7