VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

১০০গৰাকী ধনী ভাৰতীয় মহিলাৰ শীৰ্ষত ৰোশনি নাদাৰ মালহোত্ৰা

বুধবাৰে প্ৰকাশিত কোটাক প্ৰাইভেট বেঙ্কিং-হুৰুণ তালিকাত ১০০ গৰাকী ধনী ভাৰতীয় মহিলাৰ নাম

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 28, 2022
in অৰ্থনীতি
১০০গৰাকী ধনী ভাৰতীয় মহিলাৰ শীৰ্ষত ৰোশনি নাদাৰ মালহোত্ৰা
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

ৰোশনি নাদাৰ আটাইতকৈ ধনী ভাৰতীয় মহিলা হিচাপে বিবেচিত হৈছে  ৷ আনহাতে নিজে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা  ধনী মহিলাসকলৰ ভিতৰত নাইকাৰ নায়াৰ বৰ্তমান  শীৰ্ষ স্থানত আছে ৷

এইচচিএল টেকন’লজীৰ অধ্যক্ষ ৰোশনি নাদাৰ মালহোত্ৰা ভাৰতৰ আটাইতকৈ ধনী মহিলা হিচাপে সকলোৰে শীৰ্ষত আছে ৷  এইচচিএল টেকন’লজীৰ অধ্যক্ষ ৰোশনি নাদাৰ মালহোত্ৰাৰ  ২০২১ চনত মুঠ সম্পত্তি  ৫৪ শতাংশ বৃদ্ধি হৈ ৮৪,৩৩০ কোটিলৈ বৃদ্ধি পাইছে।

বুধবাৰে প্ৰকাশিত কোটাক প্ৰাইভেট বেঙ্কিং-হুৰুণ তালিকা অনুসৰি প্ৰায় এক দশক আগতে সৌন্দৰ্য-কেন্দ্ৰীভূত ব্ৰেণ্ড নাইকা আৰম্ভ কৰিবলৈ বিনিয়োগ বেঙ্কিং কেৰিয়াৰ ত্যাগ কৰা ফাল্গুনী নায়াৰে ৫৭,৫২০ কোটি টকাৰ মুঠ আয়েৰে আটাইতকৈ নিজে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা মহিলা হিচাপে আত্মপ্ৰকাশ কৰিছে।

প্ৰতিবেদনঅনুসৰি, সামগ্ৰিকভাৱে দ্বিতীয় ধনী মহিলা ৫৯ বছৰীয়া নায়াৰ  এইচচিএল টেকন’লজিছৰ প্ৰতিষ্ঠাপক শিৱ নাদাৰৰ কন্যা ৪০ বছৰীয়া মালহোত্ৰাতকৈ কিছু পিছ পৰি আছে  ।

‘বায়োকণ’ৰ কিৰণ মজুমদাৰ  ২৯,০৩০ কোটি টকাৰ সম্পদৰ সৈতে দেশৰ তৃতীয় ধনী মহিলাৰ স্থানত আছে।

১০০ গৰাকী মহিলাৰ তালিকাখনত কেৱল ভাৰতত জন্ম বা ডাঙৰ-দীঘল  হোৱা ভাৰতীয় মহিলাসকলক অন্তৰ্ভূক্ত কৰা হৈছে আৰু  যিসকলে সক্ৰিয়ভাৱে তেওঁলোকৰ ব্যৱসায় পৰিচালনা কৰি আছে বা নিজে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

এই ১০০ গৰাকী মহিলাৰ সামগ্ৰিক সম্পদ এবছৰত ৫৩ শতাংশ বৃদ্ধি হৈ ২০২০ চনৰ ২.৭২ লাখ কোটি টকাৰ পৰা ২০২১ চনত ৪.১৬ লাখ কোটি টকালৈ বৃদ্ধি পাইছে আৰু তেওঁলোকে এতিয়া ভাৰতৰ নামমাত্ৰ জিডিপিৰ ২ শতাংশ অৰিহণা যোগাইছে।

উল্লেখযোগ্য যে তালিকাত নাম অন্তৰ্ভুক্ত হোৱা সৰ্বাধিক সংখ্যক মহিলা  হৈছে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী, মুম্বাই আৰু হায়দৰাবাদ অঞ্চলৰ ৷ দিল্লীৰ  ২৫ গৰাকী, মুম্বাইৰ ২১ গৰাকী আৰু হায়দৰাবাদ ৰ ১২ গৰাকী মহিলাই এই তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।

এই তালিকাখনত  স্থান লাভ কৰা ভূপালস্থিত জেটছেটগোৰ কণিকা তেক্ৰিৱাল (৩৩বছৰ) হৈছে ৪২০ কোটি টকাত ৫০ শতাংশ সম্পদ বৃদ্ধি কৰিবলৈ সক্ষম হোৱা   আটাইতকৈ কম বয়সীয়া মহিলা ।

 

Previous Post

নিলম্বনৰ প্ৰতিবাদ, সংসদ চৌহদতে মুকলি আকাশৰ তলত নিশা কটালে ৫ সাংসদে

Next Post

গাড়ী অথবা বিমানেৰে নহয়, ৮৬৪০ কিল’মিটাৰ খোজ কাঢ়ি হজলৈ যাত্ৰা কেৰেলাৰ যুৱকৰ

Related Posts

একাউণ্ট হেকিং প্ৰতিহত কৰিবলৈ হোৱাটছএপৰ নতুন সুৰক্ষা ব্যৱস্থা
অৰ্থনীতি

একাউণ্ট হেকিং প্ৰতিহত কৰিবলৈ হোৱাটছএপৰ নতুন সুৰক্ষা ব্যৱস্থা

August 6, 2022
১৫ আগষ্টত ভাৰতত  উন্মোচন কৰা হ’ব ওলা ইলেক্ট্ৰিকৰ  প্ৰথমখন বৈদ্যুতিক চাৰিচকীয়া বাহন
অৰ্থনীতি

১৫ আগষ্টত ভাৰতত উন্মোচন কৰা হ’ব ওলা ইলেক্ট্ৰিকৰ প্ৰথমখন বৈদ্যুতিক চাৰিচকীয়া বাহন

August 5, 2022
পুনৰ বৃদ্ধি হ’ল ৰেপ’ৰেট , বাঢ়িব ঋণৰ ই এম আই
অৰ্থনীতি

পুনৰ বৃদ্ধি হ’ল ৰেপ’ৰেট , বাঢ়িব ঋণৰ ই এম আই

August 5, 2022
ইণ্ডিগ’ই যাত্ৰীসকলৰ দ্ৰুত অৱতৰণৰ বাবে আৰম্ভ কৰিছে নতুন প্ৰক্ৰিয়া
অৰ্থনীতি

ইণ্ডিগ’ই যাত্ৰীসকলৰ দ্ৰুত অৱতৰণৰ বাবে আৰম্ভ কৰিছে নতুন প্ৰক্ৰিয়া

August 4, 2022
ভাৰতত আজি পুনৰ বৃদ্ধি হৈছে  সোণৰ মূল্য
অৰ্থনীতি

ভাৰতত আজি পুনৰ বৃদ্ধি হৈছে সোণৰ মূল্য

August 3, 2022
এমাহৰো অধিক সময় ধৰি অপৰিৱৰ্তিত হৈ আছে পেট্ৰ’ল, ডিজেলৰ মূল্য
অৰ্থনীতি

এমাহৰো অধিক সময় ধৰি অপৰিৱৰ্তিত হৈ আছে পেট্ৰ’ল, ডিজেলৰ মূল্য

August 2, 2022
Next Post
গাড়ী অথবা বিমানেৰে নহয়, ৮৬৪০ কিল’মিটাৰ খোজ কাঢ়ি হজলৈ যাত্ৰা কেৰেলাৰ যুৱকৰ

গাড়ী অথবা বিমানেৰে নহয়, ৮৬৪০ কিল’মিটাৰ খোজ কাঢ়ি হজলৈ যাত্ৰা কেৰেলাৰ যুৱকৰ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7