VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দেউলীয়া হোৱাৰ দিশে স্পাইচজেট! কেন্দ্ৰৰ জৰুৰীকালীন পুঁজিৰ ওপৰত নির্ভৰ কৰি চলিব বিমান

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 3, 2023
in অৰ্থনীতি
দেউলীয়া হোৱাৰ দিশে  স্পাইচজেট! কেন্দ্ৰৰ জৰুৰীকালীন পুঁজিৰ ওপৰত নির্ভৰ কৰি চলিব বিমান
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

ৱাডিয়া গ্ৰুপৰ কম খৰচী কেৰিয়াৰ গ’-ফাষ্টে ধনৰ অভাৱত ৫০ শতাংশ বিমানৰ উৰণ বন্ধ কৰি দিছে ৷কোম্পানীটোক বচাবলৈ তেওঁলোকে দেউলীয়া আইনত আবেদন কৰিছিল। এইবাৰ কম খৰচী কেৰিয়াৰ স্পাইচজেটে ঘোষণা কৰে যে কেন্দ্ৰৰ জৰুৰীকালীন পুঁজি ব্যৱহাৰ কৰি ২৫খন গ্ৰাউণ্ডেড বিমান ঘূৰাই আনিব।

 

স্পাইচজেটে কয় যে তেওঁলোকে ইতিমধ্যে ৪০০ কোটি টকা সংগ্ৰহ কৰিছে। পুনৰ ২৫খন বিমান উৰুৱাবলৈ অধিক ধনৰ প্ৰয়োজন। ইয়াৰ বাবে কেন্দ্ৰৰ ‘জৰুৰীকালীন ঋণ লাইন নিশ্চয়তা আঁচনি’ (ইচিএলজিএছ)ৰ পৰা ধন সংগ্ৰহ কৰা হ’ব। দৰাচলতে মহামাৰী আৰু ক’ৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ কেন্দ্ৰৰ এই জৰুৰীকালীন পুঁজি সৃষ্টি কৰা হৈছে। স্পাইচজেটে কয় যে সেই পুঁজিৰ পৰা সহায় লোৱা হৈছে। কোম্পানীটোৰ পৰিচালন সঞ্চালক অজয় ​​সিঙে এক বিবৃতিত কয় , ‘আমি অতি সোনকালে গ্ৰাউণ্ডেড বিমানৰ পুনৰ সেৱা আৰম্ভ কৰাৰ চেষ্টা কৰিছো। ইচিএলজিএছৰ পৰা পোৱা পুঁজিৰ পৰা সেই মূলধন ব্যৱহাৰ কৰিম। ইয়াৰ দ্বাৰা উপকৃত হ’ম বুলি আশাবাদী ৷ “

 

দৰাচলতে যোৱা ফেব্ৰুৱাৰী মাহত স্পাইচজেটে কৈছিল যে ত্ৰিমাসিক লোকচান আৰু নগদ ধনৰ অভাৱৰ বাবে মূলধন সংগ্ৰহৰ বিকল্পৰ বিষয়ে চিন্তা কৰি আছে। কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পাইছে।

 

কোম্পানীটোক বচাবলৈ গ’-ফাষ্টে দেউলীয়া হোৱাৰ আশংকা পুনৰ আৰম্ভ হৈছে । স্পাইচজেটৰ সন্দৰ্ভত অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য চিন্দিয়াই কয় যে কেন্দ্ৰীয় চৰকাৰে সংশ্লিষ্ট বিমান সংস্থাসমূহক যিমান পাৰি সহায় কৰিব। এই বিষয়ে সংশ্লিষ্ট সংস্থাসমূহৰ অংশীদাৰসকলৰ সৈতেও আলোচনা কৰা হৈছে।।

Previous Post

চাৰিচকীয়া বাহনৰ খুন্দাত গাড়ীৰ চাদত চিটিকি পৰিল স্কুটাৰ আৰোহী, তেনেকৈয়ে ৩ কিলোমিটাৰ চলাই লৈ গ’ল গাড়ী, দিল্লীত ভয়াৱহ ঘটনা

Next Post

দৰা ঘৰৰ পৰা দিয়া গহণা কম হোৱাত বিয়া ভাঙিলে কইনাই, এজাহাৰ দিবলৈ আৰক্ষীৰ কাষ চাপিল কইনাৰ পৰিয়াল

Related Posts

কেন্দ্ৰই বিমানৰ টিকটৰ মূল্য ৬১ শতাংশ পৰ্যন্ত হ্ৰাস কৰিছে! মন্ত্ৰী জ্যোতিৰাদিত্যৰ দাবী
অৰ্থনীতি

কেন্দ্ৰই বিমানৰ টিকটৰ মূল্য ৬১ শতাংশ পৰ্যন্ত হ্ৰাস কৰিছে! মন্ত্ৰী জ্যোতিৰাদিত্যৰ দাবী

June 9, 2023
আৰ বি আইয়ে অপৰিৱৰ্তিত ৰাখিলে ৰেপো ৰেট, মধ্যবিত্ত শ্ৰেণীলৈ সকাহ
অৰ্থনীতি

আৰ বি আইয়ে অপৰিৱৰ্তিত ৰাখিলে ৰেপো ৰেট, মধ্যবিত্ত শ্ৰেণীলৈ সকাহ

June 8, 2023
৫ দুৱাৰযুক্ত জিমনি এছ ইউ ভি মুকলি মাৰুতিৰ, প্ৰাৰম্ভিক মূল্য কিমান হ’ব ?
অৰ্থনীতি

৫ দুৱাৰযুক্ত জিমনি এছ ইউ ভি মুকলি মাৰুতিৰ, প্ৰাৰম্ভিক মূল্য কিমান হ’ব ?

June 7, 2023
কিয় হঠাতে ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট বন্ধ কৰি দিলে? কি নীতি গ্ৰহণ কৰিছে ৰিজার্ভ বেংকে ?
অৰ্থনীতি

কিয় হঠাতে ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট বন্ধ কৰি দিলে? কি নীতি গ্ৰহণ কৰিছে ৰিজার্ভ বেংকে ?

May 26, 2023
আপোনাৰ লগতো আছে নেকি দুহাজাৰ টকীয়া নোট? কেতিয়া, ক’ত, কেনেকৈ জমা কৰিব?
অৰ্থনীতি

আপোনাৰ লগতো আছে নেকি দুহাজাৰ টকীয়া নোট? কেতিয়া, ক’ত, কেনেকৈ জমা কৰিব?

May 20, 2023
এবছৰতে শ্বেয়াৰ বজাৰত এল আই চিৰ মূলধন ৪০ শতাংশ হ্ৰাস, আদানিক আকৌ টাৰ্গেট কংগ্ৰেছৰ
অৰ্থনীতি

এবছৰতে শ্বেয়াৰ বজাৰত এল আই চিৰ মূলধন ৪০ শতাংশ হ্ৰাস, আদানিক আকৌ টাৰ্গেট কংগ্ৰেছৰ

May 18, 2023
Next Post
দৰা ঘৰৰ পৰা দিয়া গহণা কম হোৱাত বিয়া ভাঙিলে কইনাই, এজাহাৰ দিবলৈ আৰক্ষীৰ কাষ চাপিল কইনাৰ পৰিয়াল

দৰা ঘৰৰ পৰা দিয়া গহণা কম হোৱাত বিয়া ভাঙিলে কইনাই, এজাহাৰ দিবলৈ আৰক্ষীৰ কাষ চাপিল কইনাৰ পৰিয়াল

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে  প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7