VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিশ্বৰ সকলোতকৈ ধনী দেশ,য’ত সাধাৰণ কৰ্মচাৰীয়ে ও লাভ কৰে মোটা পৰিমাণৰ ধন

বিশ্বৰ সকলোতকৈ ধনী দেশ,য’ত সাধাৰণ কৰ্মচাৰীয়ে ও লাভ কৰে মোটা পৰিমাণৰ ধন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 9, 2023
in অৰ্থনীতি
বিশ্বৰ সকলোতকৈ ধনী দেশ,য’ত সাধাৰণ কৰ্মচাৰীয়ে ও লাভ কৰে মোটা পৰিমাণৰ ধন

Famous Zermatt village with the peak of the Matterhorn in the Swiss Alps

0
SHARES
25
VIEWS
Share on FacebookShare on Twitter

 

বিশ্বৰ এনে এখন দেশ য’ত উচ্চশিক্ষা আৰু কৰ্ম অভিজ্ঞতা নথকা চৰকাৰী চাকৰিয়ালেও লাভ কৰে মোটা পৰিমাণৰ ধন । সাম্প্ৰতিক সময়ত সকলোৱে সুন্দৰ জীৱন-যাপনৰ বাবে এক মোটা অংকৰ দৰমহা বিচাৰে । পিছে উচ্চ শিক্ষা আৰু অভিজ্ঞতা অবিহনে ভাল দৰমহাৰ চাকৰি লাভ কৰাটো আজিৰ যুগত প্ৰায় অসম্ভৱ হৈ পৰিছে ।

কিন্তু আপুনি শুনি আচৰিত হ’ব বিশ্বত এনে এখন দেশ আছে য’ত উচ্চ শিক্ষা আৰু কৰ্মঅভিজ্ঞতা নথকা সাধাৰণ চাকৰিয়ালেও মোটা পৰিমাণৰ দৰমহা পায়। দেশখনৰ যিকোনো কৰ্মচাৰীয়ে নূন্যতম দৰমহা হিচাপে লাভ কৰে ভাৰতীয় হিচাপত প্ৰায় ৩লাখ টকা । দেশখনৰ নাম হৈছে ছুইজাৰলেণ্ড ।

উল্লেখযোগ্য যে, ছুইজাৰলেণ্ডত সাধাৰণ কৰ্মচাৰীৰ দৰমহা আৰম্ভ হয় ২৪০০ ছুইছ ফ্ৰেঙ্ক অৰ্থাৎ ৩ লাখ ৪১ হাজাৰ টকা । সেয়ে এইখন দেশ জনমূৰি আয়ৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত আছে। এইখন দেশৰ অধিকাংশ কৰ্মচাৰীয়ে গড়ে ৬৮ লাখ ৩১ হাজাৰ টকা দৰমহাৰ বাবদ লাভ কৰে । সেয়ে হয়তো এইখন দেশৰ প্ৰতি ৩ গৰাকী ব্যক্তিৰ ভিতৰত ১ গৰাকী বিশ্বৰ ধনী ব্যক্তিৰ শাৰীত গণ্য কৰা হয় ।

Previous Post

আজি চকলেট ডে’—কঠোৰ খাদ্যাভাসৰ মাজতো বলিউডৰ কোন পাঁচ তাৰকাই চকলেট খায় ভাল পায় আপুনি জানেনে ?

Next Post

ফ্ৰান্স কাপৰ পৰা বাহিৰ হ’ল মেছি –নেইমাৰৰ ক্লাৱ , সহজ অগ্ৰগতি ৰিয়েল মাদ্ৰিদৰ

Related Posts

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই
অৰ্থনীতি

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
পেঞ্চন নাথাকিলে অৱসৰৰ পিছত ধন ক’ত বিনিয়োগ কৰি লাভৱান হ’ব ?
অৰ্থনীতি

পেঞ্চন নাথাকিলে অৱসৰৰ পিছত ধন ক’ত বিনিয়োগ কৰি লাভৱান হ’ব ?

March 17, 2023
লোকচান পুৰাবলৈ অষ্ট্ৰেলিয়াৰ কয়লা খনি বন্ধকত ৰাখি ঋণ লোৱাৰ চেষ্টা আদানীৰ
অৰ্থনীতি

লোকচান পুৰাবলৈ অষ্ট্ৰেলিয়াৰ কয়লা খনি বন্ধকত ৰাখি ঋণ লোৱাৰ চেষ্টা আদানীৰ

February 27, 2023
কর্মচাৰী চাটাইয়ে নহয়, কার্যালয়লৈ কর্মচাৰী অহাৰ নিয়মো সলনি কৰিছে গুগলে,ব্যয় সংকোচনৰ বাবে সৰু কৰিছে কার্যালয়
অৰ্থনীতি

কর্মচাৰী চাটাইয়ে নহয়, কার্যালয়লৈ কর্মচাৰী অহাৰ নিয়মো সলনি কৰিছে গুগলে,ব্যয় সংকোচনৰ বাবে সৰু কৰিছে কার্যালয়

February 24, 2023
নেটৱর্কৰ সমস্যাৰ বাবে নকৰিলে ব্যৱহাৰ , ১৬ বছৰৰ পাছত প্ৰথম প্ৰজন্মৰ আইফোন বিক্ৰী হ’ল  ৫২ লাখ টকাত
অৰ্থনীতি

নেটৱর্কৰ সমস্যাৰ বাবে নকৰিলে ব্যৱহাৰ , ১৬ বছৰৰ পাছত প্ৰথম প্ৰজন্মৰ আইফোন বিক্ৰী হ’ল ৫২ লাখ টকাত

February 21, 2023
নগদবিহীন লেনদেনত শীৰ্ষত ভাৰত, দাবী  বৈদেশিক মন্ত্ৰী জয়শংকৰৰ
অৰ্থনীতি

নগদবিহীন লেনদেনত শীৰ্ষত ভাৰত, দাবী বৈদেশিক মন্ত্ৰী জয়শংকৰৰ

February 18, 2023
Next Post
ফ্ৰান্স কাপৰ পৰা বাহিৰ হ’ল মেছি –নেইমাৰৰ ক্লাৱ , সহজ অগ্ৰগতি ৰিয়েল মাদ্ৰিদৰ

ফ্ৰান্স কাপৰ পৰা বাহিৰ হ’ল মেছি –নেইমাৰৰ ক্লাৱ , সহজ অগ্ৰগতি ৰিয়েল মাদ্ৰিদৰ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7