VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

কি নতুন সংযোজন হ’ল TRUE CALLERত ?

জানো আহক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 26, 2022
in অৰ্থনীতি
কি নতুন সংযোজন হ’ল TRUE CALLERত ?
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

দেশৰ ‘TRUE CALLER’ এপ্লিকেচন ব্যৱহাৰ কাৰী সকলৰ বাবে এক সুখবৰ ৷ শেহতীয়াকৈ জানিব পৰা মতে বৰ্তমান সময়ত ভাৰতত বহুল ভাৱে ব্যৱহৃত ‘TRUE CALLER’ এপ্লিকেচনত শেহতীয়াকৈ সংযোজন কৰা হৈছে কেইবাটাও নতুন বৈশিষ্ট ৷ ইয়াৰ ভিতৰত আছে আৰ্জেণ্ট মেছেজ ,শ্বেয়াৰিং অব্ স্মাৰ্ট কাৰ্ড ,নতুন ধৰণৰ স্মাৰ্ট এছ এম এছ ,প্ৰেৰণ কৰা বাৰ্তা সম্পাদন আৰু ডিফল্ট ভিউ ছেটিং ইত্যাদি ৷

এই সুবিধা সমূহ এপ্লিকেচনটোত সংযোজন কৰাৰ কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে ‘TRUE CALLER’ৰ ভাৰতৰ পৰিচালন সঞ্চালক তথা মুখ্য প্ৰডাক্ট বিষয়া ৰিশিত ঝুনঝুনৱালাই ৷

Previous Post

চতুৰ্থবাৰৰ বাবে বাঢ়িল পেট্ৰ’ল- ডিজেলৰ মূল্য, বিগত ৫দিনত মুঠ বাঢ়িল ৩.২০ টকা

Next Post

আজি অনলাইন যোগে অনুষ্ঠিত হ’ব ‘Acid attack: A new face of Gender based Violence ’ শীৰ্ষক ৱেবিনাৰ

Related Posts

কিমান  টকা হ্ৰাস পালে  সোণৰ মূল্য?
অৰ্থনীতি

কিমান টকা হ্ৰাস পালে সোণৰ মূল্য?

May 27, 2022
প্ৰদর্শনত সন্তুষ্ট, চি ই অ’ৰ বছৰি দৰমহা ৭৯ কোটিলৈ বৃদ্ধি কৰিলে এইটো প্ৰতিষ্ঠানে
অৰ্থনীতি

প্ৰদর্শনত সন্তুষ্ট, চি ই অ’ৰ বছৰি দৰমহা ৭৯ কোটিলৈ বৃদ্ধি কৰিলে এইটো প্ৰতিষ্ঠানে

May 26, 2022
জানোঁ আহক অসমত আজি  কিমান  হ’ল সোণৰ মূল্য ?
অৰ্থনীতি

জানোঁ আহক অসমত আজি  কিমান  হ’ল সোণৰ মূল্য ?

May 24, 2022
আজি দেশত পেট্ৰ’ল, ডিজেলৰ মূল্যঃ মুম্বাইত ইন্ধনৰ মূল্য  হ্ৰাস
অৰ্থনীতি

আজি দেশত পেট্ৰ’ল, ডিজেলৰ মূল্যঃ মুম্বাইত ইন্ধনৰ মূল্য হ্ৰাস

May 23, 2022
পুনৰ মূল্য বৃদ্ধি চিএনজিৰ: খাতি খোৱা ৰাইজৰ হাহাকাৰ
অৰ্থনীতি

পুনৰ মূল্য বৃদ্ধি চিএনজিৰ: খাতি খোৱা ৰাইজৰ হাহাকাৰ

May 21, 2022
টুইটাৰ বিভ্ৰান্তিৰ ওপৰত এলন মাস্কৰ উদ্বেগ:”টেছলা মোৰ মনত ২৪/৭ আছে”
অৰ্থনীতি

টুইটাৰ বিভ্ৰান্তিৰ ওপৰত এলন মাস্কৰ উদ্বেগ:”টেছলা মোৰ মনত ২৪/৭ আছে”

May 20, 2022
Next Post
আজি  অনলাইন যোগে অনুষ্ঠিত হ’ব ‘Acid attack: A new face of Gender based Violence ’ শীৰ্ষক ৱেবিনাৰ

আজি অনলাইন যোগে অনুষ্ঠিত হ’ব ‘Acid attack: A new face of Gender based Violence ’ শীৰ্ষক ৱেবিনাৰ

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7