VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এয়াৰ ইণ্ডিয়াই শীঘ্ৰে নিযুক্তি দিব ১০০০ পাইলটে , ক্ৰয় কৰিব ৪৭০ খন নতুন বিমান

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 28, 2023
in অৰ্থনীতি
এয়াৰ ইণ্ডিয়াই শীঘ্ৰে নিযুক্তি দিব ১০০০ পাইলটে , ক্ৰয় কৰিব  ৪৭০ খন নতুন বিমান
0
SHARES
33
VIEWS
Share on FacebookShare on Twitter

টাটা গ্ৰুপৰ এয়াৰ ইণ্ডিয়াই শীঘ্ৰে  ১০০০ৰো অধিক পাইলট নিযুক্তি দিব । এই সন্দৰ্ভত এক বিজ্ঞাপন অনুসৰি অধিনায়ক আৰু প্ৰশিক্ষকৰো নতুন নিযুক্তি দিয়া হ’ব ৷এয়াৰ ইণ্ডিয়াই বয়িং আৰু এয়াৰবাছৰ পৰা আৰু ৪৭০খন বিমান ক্ৰয় কৰিবলৈ ওলাইছে বুলিও জনা গৈছে।

 

বৰ্তমান দেশৰ সৰ্ববৃহৎ বিমান সংস্থাটোত ১৮০০ পাইলট কৰ্মৰত। তাৰ ওপৰত এয়াৰবাছ আৰু বয়িঙে আৰু ৪৭০খন নতুন বিমান ক্ৰয় কৰাৰ উদ্ধৃতি দিয়া হৈছে। মন কৰিবলগীয়া যে বিশ্বত যাত্ৰীবাহী বিমান নিৰ্মাণৰ ক্ষেত্ৰত এই কোম্পানী দুটাৰ একচেটিয়া অধিকাৰ আছে।

বিগত বৰ্ষৰ জানুৱাৰী মাহত এয়াৰ ইণ্ডিয়া টাটা গ্ৰুপে পুনৰ ক্ৰয় কৰিছে ৷ তেতিয়াৰ পৰাই বিমান সংস্থাটোৱে সকলোক্ষেত্ৰতে নতুন ৰূপ দিবলৈ চেষ্টা কৰিছে। ইয়াৰ এটা অংশ হৈছে  পাইলট নিযুক্তি দিয়াৰ সিদ্ধান্ত। বিজ্ঞাপন অনুসৰি এয়াৰ ইণ্ডিয়াই এ-৩২০, বি-৭৭৭, বি-৭৩৭ উৰণৰ বাবে কেপ্তেইন, ফাৰ্ষ্ট অফিচাৰ আৰু ইনষ্ট্ৰাক্টৰ নিয়োগ কৰিব।

নিযুক্তিৰ সমান্তৰালকৈ শেহতীয়াকৈ এয়াৰ ইণ্ডিয়াই কৰ্মচাৰীসকলৰ বিশেষকৈ পাইলট আৰু কেবিন ক্ৰুৰ দৰমহাৰ গাঁথনি সলনি কৰিবলৈ সিদ্ধান্ত লৈছে ৷ কর্তব্য সম্পাদনৰ ক্ষেত্ৰতো  বহু পৰিৱৰ্তনৰ কথাও বিবেচনা কৰা হৈছে। ইণ্ডিয়ান কমাৰ্চিয়েল পাইলট এছ’চিয়েচন (আইচিপিএ) আৰু ইণ্ডিয়ান পাইলটছ গিল্ড (আইপিজি) নামৰ দুটা পাইলট ইউনিয়নে প্ৰত্যক্ষভাৱে ইয়াৰ আপত্তি কৰিছে। দুয়োটা ইউনিয়নে দাবী কৰে যে নতুন দৰমহা স্কেল আৰু কর্তব্যৰ সালসলনি শ্ৰম আইন বিৰোধী আৰু ইয়াক চূড়ান্ত কৰাৰ প্ৰক্ৰিয়াত পাইলট আৰু আন অংশীদাৰীৰ সৈতে আলোচনা কৰা হোৱা নাছিল।

Previous Post

কর্মহে আচল পৰিচয়, কি প্ৰসংগত ক’লে কংগনাই?

Next Post

গুৱাহাটীত অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন

Related Posts

কেন্দ্ৰই বিমানৰ টিকটৰ মূল্য ৬১ শতাংশ পৰ্যন্ত হ্ৰাস কৰিছে! মন্ত্ৰী জ্যোতিৰাদিত্যৰ দাবী
অৰ্থনীতি

কেন্দ্ৰই বিমানৰ টিকটৰ মূল্য ৬১ শতাংশ পৰ্যন্ত হ্ৰাস কৰিছে! মন্ত্ৰী জ্যোতিৰাদিত্যৰ দাবী

June 9, 2023
আৰ বি আইয়ে অপৰিৱৰ্তিত ৰাখিলে ৰেপো ৰেট, মধ্যবিত্ত শ্ৰেণীলৈ সকাহ
অৰ্থনীতি

আৰ বি আইয়ে অপৰিৱৰ্তিত ৰাখিলে ৰেপো ৰেট, মধ্যবিত্ত শ্ৰেণীলৈ সকাহ

June 8, 2023
৫ দুৱাৰযুক্ত জিমনি এছ ইউ ভি মুকলি মাৰুতিৰ, প্ৰাৰম্ভিক মূল্য কিমান হ’ব ?
অৰ্থনীতি

৫ দুৱাৰযুক্ত জিমনি এছ ইউ ভি মুকলি মাৰুতিৰ, প্ৰাৰম্ভিক মূল্য কিমান হ’ব ?

June 7, 2023
কিয় হঠাতে ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট বন্ধ কৰি দিলে? কি নীতি গ্ৰহণ কৰিছে ৰিজার্ভ বেংকে ?
অৰ্থনীতি

কিয় হঠাতে ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট বন্ধ কৰি দিলে? কি নীতি গ্ৰহণ কৰিছে ৰিজার্ভ বেংকে ?

May 26, 2023
আপোনাৰ লগতো আছে নেকি দুহাজাৰ টকীয়া নোট? কেতিয়া, ক’ত, কেনেকৈ জমা কৰিব?
অৰ্থনীতি

আপোনাৰ লগতো আছে নেকি দুহাজাৰ টকীয়া নোট? কেতিয়া, ক’ত, কেনেকৈ জমা কৰিব?

May 20, 2023
এবছৰতে শ্বেয়াৰ বজাৰত এল আই চিৰ মূলধন ৪০ শতাংশ হ্ৰাস, আদানিক আকৌ টাৰ্গেট কংগ্ৰেছৰ
অৰ্থনীতি

এবছৰতে শ্বেয়াৰ বজাৰত এল আই চিৰ মূলধন ৪০ শতাংশ হ্ৰাস, আদানিক আকৌ টাৰ্গেট কংগ্ৰেছৰ

May 18, 2023
Next Post
গুৱাহাটীত অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন

গুৱাহাটীত অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে  প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7