VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সেউজীয়া হাইড্ৰ’জেনৰ পৰা ভৱিষ্যতৰ বিনিয়োগলৈকে, কি ক’লে গৌতম আদানীয়ে ?

ভাৰতত কেতিয়াও বিনিয়োগ মন্থৰ কৰিব খোজা নাই আদানি গ্ৰুপে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 26, 2022
in অৰ্থনীতি
সেউজীয়া হাইড্ৰ’জেনৰ পৰা ভৱিষ্যতৰ বিনিয়োগলৈকে, কি ক’লে গৌতম আদানীয়ে ?
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

আদানি গ্ৰুপৰ বাৰ্ষিক শ্বেয়াৰহোল্ডাৰ সভাত বক্তব্য ৰাখি,  ভাৰতৰ চহকী  উদ্যোগপতি গৌতম আদানীয়ে কয় যে গোটটোৱে এক নতুন শক্তি ব্যৱসায়ত ৭০ বিলিয়ন ডলাৰ বিনিয়োগ কৰিছে যি ভাৰতক তেলৰ  আমদানিকৰ্তাৰ পৰা সেউজীয়া হাইড্ৰ’জেনৰ ৰপ্তানিকৰ্তালৈ পৰিৱৰ্তন কৰিব।

তেওঁ লগতে কয় যে তেওঁলোকে ভাৰতত কেতিয়াও বিনিয়োগ  মন্থৰ কৰিব খোজা নাই বা বিনিয়োগৰ পৰা আঁতৰি যোৱা নাই ৷ আনহাতে গোটটো এতিয়া দেশৰ সৰ্ববৃহৎ বিমানবন্দৰ অপাৰেটৰ আৰু  চিমেণ্ট ব্যৱসায়ত আগবাঢ়িছে।নতুন শক্তি ব্যৱসায়ত ৭০ বিলিয়ন আমেৰিকান ডলাৰ ব্যয় কৰা আদানীয়ে কয় যে তেওঁলোকে কেতিয়াও ভাৰতত বিনিয়োগ  নকৰাকৈ থকা নাই ৷

ভাৰত  সেই কেইখন দেশৰ ভিতৰত এখন   যিয়ে ক’ভিড আৰু শক্তি সংকট স্বত্বেও এনে এটা সময়ত ইয়াৰ নৱীকৰণযোগ্য শক্তিক ত্বৰান্বিত কৰিছে যেতিয়া কেইবাখনো উন্নত ৰাষ্ট্ৰই তেওঁলোকৰ নৱীকৰণযোগ্য শক্তিৰ লক্ষ্যৰ অনুসৰণ স্থগিত ৰাখিছিল ৷  আনহাতে ভাৰতৰ চৰকাৰৰ  ‘আত্মনিৰ্ভৰ ভাৰত’ৰ  দৃষ্টিভংগীৰ সৈতে  গোটটোৱে ডাটা চেণ্টাৰ, ডিজিটেল চুপাৰ এপ আৰু ঔদ্যোগিক ক্লাউডৰ পৰা আৰম্ভ কৰি প্ৰতিৰক্ষা আৰু এৰোস্পেচ, ধাতু আৰু সামগ্ৰীলৈকে প্ৰায়বোৰ সংযোজিত খণ্ডতে প্ৰবেশ কৰিছে।

গৌতম অদানীৰ মতে এই বছৰ  সংযুক্ত গোটৰ বজাৰ মূলধন ২০০ বিলিয়ন আমেৰিকান ডলাৰৰো অধিক ৷ আনহাতে  সেউজীয়া হাইড্ৰ’জেন ইয়াৰ  ভৱিষ্যতৰ ইন্ধন   ৷

Previous Post

অসমসহ চাৰি ৰাজ্যত সমষ্টি পুনৰ নির্ধাৰণক লৈ উচ্চতম ন্যায়ালয়ত গোচৰ , কি কি বিষয় দৃষ্টিগোচৰ কৰা হ’ল সর্বোচ্চ ন্যায়ালয়ৰ !!

Next Post

দীঘলী পুখুৰীৰ পাৰৰ ৱাৰ মেম’ৰিয়েলত কাৰ্গিল বিজয় দিৱস পালন , সশ্ৰদ্ধ স্মৰণ বীৰ জোৱানক

Related Posts

দেশৰ ৮ টা বেংকক জৰিমনা আৰোপ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে
অৰ্থনীতি

দেশৰ ৮ টা বেংকক জৰিমনা আৰোপ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে

August 9, 2022
ৰাজহুৱা বিতৰ্কৰ বাবে কোনে প্ৰত্যাহ্বান জনালে টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালক ?
অৰ্থনীতি

ৰাজহুৱা বিতৰ্কৰ বাবে কোনে প্ৰত্যাহ্বান জনালে টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালক ?

August 8, 2022
একাউণ্ট হেকিং প্ৰতিহত কৰিবলৈ হোৱাটছএপৰ নতুন সুৰক্ষা ব্যৱস্থা
অৰ্থনীতি

একাউণ্ট হেকিং প্ৰতিহত কৰিবলৈ হোৱাটছএপৰ নতুন সুৰক্ষা ব্যৱস্থা

August 6, 2022
১৫ আগষ্টত ভাৰতত  উন্মোচন কৰা হ’ব ওলা ইলেক্ট্ৰিকৰ  প্ৰথমখন বৈদ্যুতিক চাৰিচকীয়া বাহন
অৰ্থনীতি

১৫ আগষ্টত ভাৰতত উন্মোচন কৰা হ’ব ওলা ইলেক্ট্ৰিকৰ প্ৰথমখন বৈদ্যুতিক চাৰিচকীয়া বাহন

August 5, 2022
পুনৰ বৃদ্ধি হ’ল ৰেপ’ৰেট , বাঢ়িব ঋণৰ ই এম আই
অৰ্থনীতি

পুনৰ বৃদ্ধি হ’ল ৰেপ’ৰেট , বাঢ়িব ঋণৰ ই এম আই

August 5, 2022
ইণ্ডিগ’ই যাত্ৰীসকলৰ দ্ৰুত অৱতৰণৰ বাবে আৰম্ভ কৰিছে নতুন প্ৰক্ৰিয়া
অৰ্থনীতি

ইণ্ডিগ’ই যাত্ৰীসকলৰ দ্ৰুত অৱতৰণৰ বাবে আৰম্ভ কৰিছে নতুন প্ৰক্ৰিয়া

August 4, 2022
Next Post
দীঘলী পুখুৰীৰ পাৰৰ ৱাৰ মেম’ৰিয়েলত  কাৰ্গিল বিজয় দিৱস পালন  , সশ্ৰদ্ধ স্মৰণ বীৰ জোৱানক

দীঘলী পুখুৰীৰ পাৰৰ ৱাৰ মেম’ৰিয়েলত কাৰ্গিল বিজয় দিৱস পালন , সশ্ৰদ্ধ স্মৰণ বীৰ জোৱানক

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
আপোনাৰ চকুযুৰিৰ কিদৰে যত্ন ল’ব জানো আহক

কম বয়সতে চকুত চানি পৰা ৰোগে দেখা দিছে নেকি ? প্ৰতিকাৰৰ আছে উপায় , জানো আহক

August 10, 2022
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7