VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আপোনাৰ লগতো আছে নেকি দুহাজাৰ টকীয়া নোট? কেতিয়া, ক’ত, কেনেকৈ জমা কৰিব?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 20, 2023
in অৰ্থনীতি
আপোনাৰ লগতো আছে নেকি দুহাজাৰ টকীয়া নোট? কেতিয়া, ক’ত, কেনেকৈ জমা কৰিব?
0
SHARES
35
VIEWS
Share on FacebookShare on Twitter

 

ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট বজাৰৰ পৰা প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে। শুকুৰবাৰে আৰ বি আইৰ এই ঘোষণাৰ পাছত সাধাৰণ ৰাইজৰ মাজত উদ্বেগ হোৱাটো স্বাভাৱিক। ২০১৬ চনৰ বিমুদ্ৰাকৰণৰ স্মৃতি পুনৰ ঘূৰি আহিছে। ২০১৬ চনৰ ৮ নৱেম্বৰত নৰেন্দ্ৰ মোদী চৰকাৰে ৫০০ আৰু ১০০০ টকীয়া নোট বিমুদ্ৰাকৰণ কৰিছিল। গোটেই দেশখনে ইয়াক কেন্দ্ৰ কৰি হাহাকাৰ সৃষ্টি হৈছিল । ৭ বছৰৰ পাছত এইবাৰ কেন্দ্ৰ চৰকাৰে ২০০০ টকীয়া নোট প্ৰত্যাহাৰৰ সিদ্ধান্ত লয়। এই অৱস্থাত যদি আপোনাৰ হাতত ২০০০ টকীয়া নোট থাকে তেন্তে কি কৰিব?

 

২০০০ চনৰ নোট অহা ছেপ্টেম্বৰ পৰ্যন্ত বৈধ হৈ থাকিব বুলি আৰ বি আইয়ে প্ৰকাশ কৰিছে। অৱশ্যে ৩০ ছেপ্টেম্বৰৰ ভিতৰত ২০০০ টকাৰ নোট বেংকত জমা কৰিব লাগিব। অৰ্থাৎ ২০০০ টকাৰ নোট এখন থাকিলে ছেপ্টেম্বৰৰ ভিতৰত বেংকত জমা দিব লাগিব।

 

কেনেকৈ জমা কৰিব? আৰ বি আইয়ে কয় যে সাধাৰণ মানুহে নিজৰ বেংকত গৈ ২০০০ নোট জমা কৰিব পাৰে। ২৩ মে’ৰ পৰা বেংক আৰু আৰ বি আইৰ আঞ্চলিক কাৰ্যালয়ত জমা কৰিব পাৰিব ২০০০ নোট।

 

এতিয়া প্ৰশ্ন হয়, ২০০০ টকীয়া নোট কিমান বেংকত জমা কৰিব পাৰি? বেংকৰ দৈনন্দিন কাম-কাজত ব্যাঘাত জন্মাব নোৱাৰাকৈ বা ২০০০ টকাৰ নোট জমা কৰাৰ সময়ত কোনো ধৰণৰ বিশৃংখলতাৰ সৃষ্টি নকৰিবলৈ গ্ৰাহকে এদিনতে সৰ্বাধিক ২০ হাজাৰ টকা জমা কৰিব পাৰিব।

অহা ছেপ্টেম্বৰলৈকে ২০০০ টকীয়া নোটত লেনদেন কৰিব পাৰিব। কিন্তু ছেপ্টেম্বৰৰ ভিতৰত বেংকত জমা কৰিব লাগিব। ২০০০ টকীয়া নোট জমা কৰাৰ সময়ত কে ৱাই চি আৰু অন্যান্য প্ৰয়োজনীয় তথ্য বেংকত দিব লাগিব ৷

 

আৰ বি আইৰ তথ্য অনুসৰি ২০১৬ চনত বিমুদ্ৰাকৰণৰ সময়ত ৫০০ আৰু ১০০০ টকীয়া নোট বাতিল কৰা হৈছিল। সেই সময়ত নোটৰ অভাৱ পূৰণৰ বাবে বজাৰত ২০০০ টকীয়া নোটৰ প্ৰচলন কৰা হৈছিল।  ২০১৮-১৯ চনত ২০০০ টকীয়া নোটৰ ছপা বন্ধ কৰা হয় ৷

 

 

 

Previous Post

মুখ বন্ধ ৰাখক, জোনমণি ৰাভাৰ মৃত্যৰ পাছত অসম আৰক্ষীৰ বিষয়ালৈ নির্দেশ

Next Post

যিকোনো পোছাক পৰিধান কৰি বিদ্যালয়লৈ আহিব নোৱাৰিব ৰাজ্যৰ শিক্ষক, পিন্ধিব নোৱাৰিব জিনছ –টি ছার্ট ,ফর্মেল পোছাক পৰিধানৰ নির্দেশ বিদ্যালয় শিক্ষা বিভাগৰ

Related Posts

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ
অৰ্থনীতি

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
বাজাজ অটোৱে  গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?
অৰ্থনীতি

বাজাজ অটোৱে গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?

September 27, 2023
চৰম আর্থিক সংকটত  পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!
অৰ্থনীতি

চৰম আর্থিক সংকটত পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!

September 25, 2023
গুৱাহাটীৰ ৰাজগড় পথত উত্তৰ-পূর্বাঞ্চলৰ প্ৰথমখন ফ্ৰেঞ্চাইজি বিপণী মুকলি নেৰামেকৰ
অৰ্থনীতি

গুৱাহাটীৰ ৰাজগড় পথত উত্তৰ-পূর্বাঞ্চলৰ প্ৰথমখন ফ্ৰেঞ্চাইজি বিপণী মুকলি নেৰামেকৰ

August 21, 2023
শাক-পাচলিৰ মূল্য বৃদ্ধিৰ বাবে  বাঢ়িব মুদ্ৰাস্ফীতিৰ হাৰ, পৰিৱর্তন নহ’ল ৰেপোৰেটৰ
অৰ্থনীতি

শাক-পাচলিৰ মূল্য বৃদ্ধিৰ বাবে বাঢ়িব মুদ্ৰাস্ফীতিৰ হাৰ, পৰিৱর্তন নহ’ল ৰেপোৰেটৰ

August 10, 2023
লেপটপ, কম্পিউটাৰ আমদানি কৰাত বাধা আৰোপ কেন্দ্ৰৰ
অৰ্থনীতি

লেপটপ, কম্পিউটাৰ আমদানি কৰাত বাধা আৰোপ কেন্দ্ৰৰ

August 3, 2023
Next Post
যিকোনো পোছাক পৰিধান কৰি বিদ্যালয়লৈ আহিব নোৱাৰিব ৰাজ্যৰ শিক্ষক, পিন্ধিব নোৱাৰিব জিনছ –টি ছার্ট ,ফর্মেল পোছাক পৰিধানৰ নির্দেশ বিদ্যালয় শিক্ষা বিভাগৰ

যিকোনো পোছাক পৰিধান কৰি বিদ্যালয়লৈ আহিব নোৱাৰিব ৰাজ্যৰ শিক্ষক, পিন্ধিব নোৱাৰিব জিনছ –টি ছার্ট ,ফর্মেল পোছাক পৰিধানৰ নির্দেশ বিদ্যালয় শিক্ষা বিভাগৰ

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7