VOICE 24x7
Sunday, October 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

৭৫ বছৰীয়া এগৰাকী বৃদ্ধাৰ চৰিত্ৰ ৰূপায়ণ কৰি অভিনয় জগতত খলকনি তুলিছে শুভশ্ৰীয়ে

এক প্ৰবল আত্ম বিশ্বাসৰ নাম 'শুভশ্ৰী গাংগুলী'

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
September 22, 2022
in মনোৰঞ্জন
৭৫ বছৰীয়া এগৰাকী বৃদ্ধাৰ চৰিত্ৰ ৰূপায়ণ কৰি অভিনয় জগতত খলকনি তুলিছে শুভশ্ৰীয়ে
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

শুভশ্ৰী গাংগুলী এক প্ৰবল আত্ম বিশ্বাসৰ নাম ৷ জীৱনত কেতিয়াও হাৰ নামানে বুলি প্ৰতিজ্ঞাবদ্ধ হোৱা শুভশ্ৰীয়ে কম বয়সতেই ৭৫ বছৰীয়া এগৰাকী বৃদ্ধাৰ চৰিত্ৰ ৰূপায়ণ কৰি অভিনয় জগতৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে  ৷ বৰ্তমান সময়ত টলীউডৰ এগৰাকী  শক্তিশালী অভিনেত্ৰী শুভশ্ৰী গাংগুলী  ৷ যাৰ অভিনয়ক লৈ প্ৰশ্ন উঠোৱা সকলোকে এতিয়া তেওঁৰ শক্তিশালী অভিনয়েৰে প্ৰত্যুত্তৰ দিছে অভিনেত্ৰী গৰাকীয়ে ৷ এটা সময়ত মুখ্য অভিনেত্ৰীৰ চৰিত্ৰৰ পৰা বঞ্চিত হোৱা শুভশ্ৰীয়ে নিজকে গঢ়ি তুলিবলৈ বহু কষ্ট স্বীকাৰ কৰিছিল ৷ অভিনয়ৰ যোগেদি এই জগত খনত এখন বিশেষ আসন দখল কৰাৰ প্ৰতিজ্ঞাৰে নিজকে প্ৰস্তুত কৰি তুলিছিল তেওঁ ৷ পৰিনীতা নামৰ ছবি খনৰ যোগেদি পৰৱৰ্তী সময়ত তেওঁ এই কথা প্ৰতিপন্ন কৰিছিল যে তেওঁ এগৰাকী অভিনেত্ৰী হিচাপে কিমান সুদক্ষ বা কিমান প্ৰতিভাশালী ৷এইবাৰ এগৰাকী বয়োজ্যেষ্ঠ মহিলাৰ চৰিত্ৰত অভিনয় কৰি যেন নিজকেই নিজে প্ৰতিশ্ৰুতি দিলে অভিনেত্ৰী শুভশ্ৰী গাংগুলীয়ে ৷এনে ধৰণে নিজৰ সাহসিকতাৰ পৰিচয় দিবলৈ হয়তো বেছিভাগ লোকেই অপাৰগ ৷ কিন্তু শুভশ্ৰীৰ ক্ষেত্ৰত  এইয়া সম্ভৱ হৈ উঠিছে কেৱল মাত্ৰ তেওঁৰ প্ৰবল আত্মবিশ্বাসৰ বাবে ৷

চকুত এযোৰ পুৰণি চশমা,পকা চুলি ,সোতোৰা-সোতোৰ ছাল আৰু এখন উকা বগা শাৰী পৰিধান কৰা এগৰাকী আত্মবিশ্বাসী বয়োজ্যেষ্ঠ মহিলা ,যাৰ চকু মুখত প্ৰবল আত্মবিশ্বাসৰ চাঁপ ৷ এখন ৱেব চিৰিজৰ এই পোষ্টাৰ খন দেখাৰ পিছত কোনো লোকেই হয়তো আচৰিত নহৈ নোৱাৰিব  ৷ কিন্তু তেওঁলোক  তেতিয়া আৰু আচৰিত হ’ব যেতিয়া জানিব পাৰিব যে সেইগৰাকীয়েই হৈছে শুভশ্ৰী গাংগুলী ৷

দেৱালয় ভট্টাচাৰ্যৰ ‘ইন্দুবালা ভাতেৰ হোটেল’ত অভিনয়ৰ যোগেদি বাংলা ৱেব চিৰিজৰ জগতখনত পদাৰ্পণ কৰিছে এইগৰাকী শক্তিশালী অভিনেত্ৰীয়ে ৷ ৩০বছৰীয়া এইগৰাকী ষোড়শী গাভৰুৱে  ৭৫বছৰীয়া প্ৰৌঢ়াৰ অভিনয় কৰি আশ্চৰ্যচকিত কৰি তুলিছে চলচ্চিত্ৰ জগতৰ সকলোকে ৷

এয়াই প্ৰথম নহয় ৷ কেইবাবাৰু এনেকৈ নিজকে চৰিত্ৰটোৰ সৈতে একাকাৰ কৰি দিব পৰা এই অভিনেত্ৰী গৰাকীয়ে নিজকে উন্নতিৰ শিখৰলৈ লৈ যোৱাৰ সপোন দেখাৰ আগতে সপোন দেখে এটা ভাল কাম কৰাৰ ৷ যাৰ বাবে  যথেষ্ট পৰিশ্ৰম কৰে ,বহু কষ্ট স্বীকাৰ কৰে  তেওঁ ৷

কঠোৰ জীৱন সংগ্ৰামৰ মাজেৰে বৰ্ধমানৰ পৰা  কলিকতাৰ চলচ্চিত্ৰ জগতত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা এইগৰাকী অভিনেত্ৰী যি প্ৰকৃতাৰ্থত প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰী নাইবা নৱ-প্ৰজন্মৰ বাবে এক আদৰ্শ ৷

Previous Post

মছজিদলৈ গৈ ইছলামিক ধর্মীয় গুৰুক সাক্ষাৎ আৰএছএছ প্ৰধান মোহন ভাগৱতৰ

Next Post

অভূতপূর্ব বানত ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ কৰি প্ৰখ্যাত হলিউডৰ তাৰকা এঞ্জেলিনা জ’লীয়ে ক’লে –এয়া জলবায়ু পৰিৱর্তনৰ প্ৰভাৱৰ আগজাননী

Related Posts

বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা
মনোৰঞ্জন

বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

September 30, 2023
হেৰী পটাৰৰ  নিখ্যাত চৰিত্ৰ “ডাম্বলড’ৰ” আৰু নাই, ৮২ বছৰ বয়সত  মাইকেল গাম্বনৰ মৃত্যু
মনোৰঞ্জন

হেৰী পটাৰৰ নিখ্যাত চৰিত্ৰ “ডাম্বলড’ৰ” আৰু নাই, ৮২ বছৰ বয়সত মাইকেল গাম্বনৰ মৃত্যু

September 29, 2023
‘দ্য কেৰালা ষ্ট’ৰী’ নহয়, কিন্তু কেৰালাৰ আন এক কাহিনীৰ আধাৰত নিৰ্মিত ছবিয়ে অস্কাৰৰ দৌৰত স্থান লাভ
মনোৰঞ্জন

‘দ্য কেৰালা ষ্ট’ৰী’ নহয়, কিন্তু কেৰালাৰ আন এক কাহিনীৰ আধাৰত নিৰ্মিত ছবিয়ে অস্কাৰৰ দৌৰত স্থান লাভ

September 27, 2023
কিংবদন্তী অভিনেত্ৰী ৱাহিদা ৰহমানলৈ দাদা চাহেব ফাল্কে বটাঁ ঘোষণা
মনোৰঞ্জন

কিংবদন্তী অভিনেত্ৰী ৱাহিদা ৰহমানলৈ দাদা চাহেব ফাল্কে বটাঁ ঘোষণা

September 26, 2023
ছবিগৃহত মুক্তি পালে ৰীমা দাসৰ নতুন ছবি তৰা’জ হাজবেণ্ড
মনোৰঞ্জন

ছবিগৃহত মুক্তি পালে ৰীমা দাসৰ নতুন ছবি তৰা’জ হাজবেণ্ড

September 22, 2023
দেৱবাদ্য খোলক অপমানঃ বিপদত “কাল্টিভেটৰ” অৰূপ বৰুৱা
মনোৰঞ্জন

দেৱবাদ্য খোলক অপমানঃ বিপদত “কাল্টিভেটৰ” অৰূপ বৰুৱা

September 15, 2023
Next Post
অভূতপূর্ব বানত ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ কৰি প্ৰখ্যাত হলিউডৰ তাৰকা এঞ্জেলিনা জ’লীয়ে ক’লে –এয়া জলবায়ু পৰিৱর্তনৰ প্ৰভাৱৰ আগজাননী

অভূতপূর্ব বানত ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ কৰি প্ৰখ্যাত হলিউডৰ তাৰকা এঞ্জেলিনা জ’লীয়ে ক’লে –এয়া জলবায়ু পৰিৱর্তনৰ প্ৰভাৱৰ আগজাননী

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7