VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এজন অভিনেতাৰ অভিনয়ৰ বাবে নিৰ্দিষ্ট বয়স থাকে নেকি?

‘লাল সিং চাড্ডা’ত মনা সিঙে তেওঁৰ মাকৰ চৰিত্ৰত অভিনয় কৰাৰ বিৰুদ্ধে হোৱা সমালোচনাৰ 'যুক্তি' বিচাৰিলে আমিৰ খানে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 2, 2022
in মনোৰঞ্জন
এজন অভিনেতাৰ অভিনয়ৰ বাবে নিৰ্দিষ্ট বয়স থাকে নেকি?
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

তেওঁতকৈ কম বয়সৰ অভিনেত্ৰী মনা সিঙে  তেওঁলোকৰ আহিবলগীয়া ছবি ‘লাল সিং চাড্ডা’ত তেওঁৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে শেহতীয়াকৈ হোৱা সমালোচনাৰ  বাবে শেহতীয়াক৷ এটা প্ৰশ্নৰ  প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনপ্ৰিয় অভিনেতা আমিৰ খানে। ৪০ বছৰীয়া মনাক ৫৭ বছৰীয়া আমিৰৰ মাতৃ হিচাপে দেখা যাব ছবিখনত । তেওঁ মনাক প্ৰশংসা কৰি কৈছে যে তেওঁ  চিনেমাখনত  সুন্দৰ কাম কৰিছে আৰু বয়সৰ ভিত্তিত তেওঁক প্ৰশ্ন কৰাটো অনুচিত।

চলচ্চিত্ৰখনত, আমিৰক লাল সিং চাড্ডাৰ চৰিত্ৰত দেখা যাব আৰু মনাই তেওঁৰ মাতৃ শ্ৰীমতী চাড্ডাৰ চৰিত্ৰত অভিনয় কৰিব। চলচ্চিত্ৰখন ১৯৯৪ চনৰ একাডেমী বঁটা বিজয়ী ছবি ‘ফৰেষ্ট গাম্প’ৰ পুনৰনিৰ্মাণ য’ত টম হেংকছে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।

সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি আমিৰে কয় যে তেওঁ  এটা প্ৰশ্ন সুধিবলৈ বিচাৰে যে এজন অভিনেতা হিচাপে এজন সৃষ্টিশীল ব্যক্তি হিচাপে যদি তেওঁ ১০৩ বছৰীয়া চৰিত্ৰ এটা কৰিবলগীয়া হয় তেওঁ কৰিবই লাগিব ৷সমলোচনাৰ বিপৰীতে  তেওঁ প্ৰশ্ন কৰিছে যে তেওঁৰ  বয়সৰ  অভিনেতা এজনে  চৰিত্ৰটোত অভিনয় কৰাটো কিয় অনুচিত? কেৱল তেওঁৰ বয়স ৫৭ বছৰ হোৱাৰ বাবেই নে।ইয়াৰ  যুক্তি ক’ত? তেওঁ  পুনৰ সুধিছিল  এজন অভিনেতাৰ অভিনয়ৰ বাবে নিৰ্দিষ্ট বয়স থাকে নেকি? প্ৰকৃত বয়স থকা স্বত্বেও পৰ্দাত যিকোনো বয়স দেখাটো অভিনেতাজনৰ সৌন্দৰ্য।

অহা ১১ আগষ্টত ছবিগৃহত মুক্তি পাব অদ্বৈত চন্দনৰ দ্বাৰা পৰিচালিত ‘লাল সিং চাড্ডা’ নামৰ ছবিখনে। আমিৰ আৰু মনাৰ উপৰিও  কৰীণা কাপুৰ আৰু নাগা চৈতন্যয়ো ছবিখনত অভিনয় কৰিছে। চৈতন্যই ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিব। ছবিখনৰ প্ৰযোজনা আমিৰ খান প্ৰডাকচন আৰু ভায়াকম ১৮ ষ্টুডিঅ’ৰ  ।

 

Previous Post

কিয় ধৰ্ষণৰ বলী হৈ মৃত্যুক সাৱটিবলগীয়া হ’ল আকৌ এগৰাকী কিশোৰীয়ে ?

Next Post

অসমৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী সকলৰ বাবে নতুন সুবিধা

Related Posts

শুভ জন্মদিন ‘প্ৰিন্স অৱ টলিউড’আৰু  ‘গ্ৰীক গড অৱ টলিউড’
মনোৰঞ্জন

শুভ জন্মদিন ‘প্ৰিন্স অৱ টলিউড’আৰু ‘গ্ৰীক গড অৱ টলিউড’

August 9, 2022
মুক্তি পালে ‘দিল্লী ক্ৰাইম চিজন ২’ ৰ ট্ৰেইলাৰ:
মনোৰঞ্জন

মুক্তি পালে ‘দিল্লী ক্ৰাইম চিজন ২’ ৰ ট্ৰেইলাৰ:

August 8, 2022
গাড়ী  দুৰ্ঘটনাত পতিত  অভিনেত্ৰী এনি হেচেক  চিকিৎসালয়ত ভৰ্তি
মনোৰঞ্জন

গাড়ী দুৰ্ঘটনাত পতিত অভিনেত্ৰী এনি হেচেক চিকিৎসালয়ত ভৰ্তি

August 6, 2022
“যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে”
মনোৰঞ্জন

“যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে”

August 5, 2022
‘টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ৰ  বিশ্ব প্ৰিমিয়াৰত  অসম সন্তান  ৰীমা দাসৰ ছবি ‘তৰাজ হাজবেণ্ড’
মনোৰঞ্জন

‘টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ৰ বিশ্ব প্ৰিমিয়াৰত অসম সন্তান ৰীমা দাসৰ ছবি ‘তৰাজ হাজবেণ্ড’

August 4, 2022
এইবাৰ ‘সীতা ৰামাম’ ক্ৰয় কৰিলে আৰ.আৰ.আৰ.ৰ হিন্দী সংস্কৰণৰ প্ৰযোজক পি.ই.এন. ষ্টুডিঅ’ই
মনোৰঞ্জন

এইবাৰ ‘সীতা ৰামাম’ ক্ৰয় কৰিলে আৰ.আৰ.আৰ.ৰ হিন্দী সংস্কৰণৰ প্ৰযোজক পি.ই.এন. ষ্টুডিঅ’ই

August 3, 2022
Next Post
অসমৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী সকলৰ বাবে নতুন সুবিধা

অসমৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী সকলৰ বাবে নতুন সুবিধা

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
আপোনাৰ চকুযুৰিৰ কিদৰে যত্ন ল’ব জানো আহক

কম বয়সতে চকুত চানি পৰা ৰোগে দেখা দিছে নেকি ? প্ৰতিকাৰৰ আছে উপায় , জানো আহক

August 10, 2022
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7