VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নির্মাণ হ’ব হেৰাফেৰী-৩ , ৰাজুৰ চৰিত্ৰত দেখা যাব এইজন নতুন অভিনেতাক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 11, 2022
in মনোৰঞ্জন
নির্মাণ হ’ব হেৰাফেৰী-৩ , ৰাজুৰ চৰিত্ৰত দেখা যাব এইজন নতুন অভিনেতাক
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

বলিউডৰ অন্যতম জনপ্ৰিয়  হিন্দী চিনেমাসমূহৰ যদি আমি নাম ল’বলগীয়া হয় , তেনেহ’লে হেৰাফেৰী নামৰ হাস্যমধুৰ ছবিখনৰ কথা ক’বই লাগিব ৷ অক্ষয় কুমাৰ, সুনীল ছেট্টী আৰু পৰেশ ৰাৱালৰ অভিনয়েৰে এই ছবিখনক অনন্য কৰি তুলিছিল ৷ ইতিমধ্যে ইয়াৰ ফিৰ হেৰাফেৰী আৰু হেৰাফেৰী ২ নামেৰে দুখন ছিকুৱেল নির্মাণ কৰা হৈছে ৷ আটাইকেউখন ছবিয়েই দর্শকৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ দর্শকসকলৰ বাবে আছে  এটা সুখবৰ ৷ সেয়া হৈছে হেৰাফেৰীৰ আন এখন ছিকুৱেল নির্মাণ কৰা হ’ব ৷ এইবাৰ নির্মাণ হ’ব হেৰাফেৰী ৩ ৷

ফিৰোজ নাদিয়াদৱালাই পৰৱৰ্তী হেৰা ফেৰী ছবিত ৰাজুৰ বহু প্ৰিয় চৰিত্ৰত অভিনয় কৰিবলৈ কাৰ্তিক আৰিয়ানক চুক্তিবদ্ধ কৰিছে ৷ শীঘ্ৰে ইয়াৰ আনুষ্ঠানিক ঘোষণা কৰা হ’ব ৷ অক্ষয় কুমাৰে অভিনয় কৰা ৰাজুৰ আইকনিক চৰিত্ৰত অভিনয় কৰিবলৈ স্বাক্ষৰ কৰিছে কাৰ্তিক আৰ্য্যই। কাৰ্তিক আৰিয়ান আৰু ফিৰোজ নাদিয়াদৱালা দুয়োজনেই পৰিচালক হিচাপে আনীছ বাজমীক চুক্তিবদ্ধ কৰিবলৈ আগ্ৰহী ৷ পূৰ্বৰ দুখন ছবিত শ্যাম আৰু বাবুৰাওৰ চৰিত্ৰত অভিনয় কৰা সুনীল ছেট্টী আৰু পৰেশ ৰাৱালে পুনৰ নিজৰ চৰিত্ৰত অভিনয় কৰিব ৷

হেৰা ফেৰীৰ পৰিচালক হিচাপে একাধিক নাম চর্চালৈ আহিছে ৷ পূর্বৰ ধাৰা অক্ষুন্নতা ৰাখি ৰাজুৰ চৰিত্ৰক লৈ ইয়াৰ কাহিনী প্ৰস্তুত কৰাৰ সম্বাৱনা আছে ৷ অৱশ্যে আনুষ্ঠানিক ঘোষণা কৰিলেহে ইয়াৰ সৱিশেষ তথ্য পৌৰলৈ আহিব ৷

Previous Post

মুকলি আকাশৰ তললৈ নলিনী শ্ৰীহৰণকে ধৰি ৰাজীৱ গান্ধীৰ ৬ হত্যাকাৰী

Next Post

ধনৰ বিনিময়ত গেংষ্টাৰক মোবাইল –নিষিদ্ধ সামগ্ৰীৰ যোগান ধৰি ক’ত গ্ৰেপ্তাৰ হ’ল কাৰাগাৰৰ উপ অধীক্ষক

Related Posts

বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা
মনোৰঞ্জন

বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

September 30, 2023
হেৰী পটাৰৰ  নিখ্যাত চৰিত্ৰ “ডাম্বলড’ৰ” আৰু নাই, ৮২ বছৰ বয়সত  মাইকেল গাম্বনৰ মৃত্যু
মনোৰঞ্জন

হেৰী পটাৰৰ নিখ্যাত চৰিত্ৰ “ডাম্বলড’ৰ” আৰু নাই, ৮২ বছৰ বয়সত মাইকেল গাম্বনৰ মৃত্যু

September 29, 2023
‘দ্য কেৰালা ষ্ট’ৰী’ নহয়, কিন্তু কেৰালাৰ আন এক কাহিনীৰ আধাৰত নিৰ্মিত ছবিয়ে অস্কাৰৰ দৌৰত স্থান লাভ
মনোৰঞ্জন

‘দ্য কেৰালা ষ্ট’ৰী’ নহয়, কিন্তু কেৰালাৰ আন এক কাহিনীৰ আধাৰত নিৰ্মিত ছবিয়ে অস্কাৰৰ দৌৰত স্থান লাভ

September 27, 2023
কিংবদন্তী অভিনেত্ৰী ৱাহিদা ৰহমানলৈ দাদা চাহেব ফাল্কে বটাঁ ঘোষণা
মনোৰঞ্জন

কিংবদন্তী অভিনেত্ৰী ৱাহিদা ৰহমানলৈ দাদা চাহেব ফাল্কে বটাঁ ঘোষণা

September 26, 2023
ছবিগৃহত মুক্তি পালে ৰীমা দাসৰ নতুন ছবি তৰা’জ হাজবেণ্ড
মনোৰঞ্জন

ছবিগৃহত মুক্তি পালে ৰীমা দাসৰ নতুন ছবি তৰা’জ হাজবেণ্ড

September 22, 2023
দেৱবাদ্য খোলক অপমানঃ বিপদত “কাল্টিভেটৰ” অৰূপ বৰুৱা
মনোৰঞ্জন

দেৱবাদ্য খোলক অপমানঃ বিপদত “কাল্টিভেটৰ” অৰূপ বৰুৱা

September 15, 2023
Next Post
ধনৰ বিনিময়ত গেংষ্টাৰক মোবাইল –নিষিদ্ধ সামগ্ৰীৰ যোগান ধৰি ক’ত গ্ৰেপ্তাৰ হ’ল কাৰাগাৰৰ উপ অধীক্ষক

ধনৰ বিনিময়ত গেংষ্টাৰক মোবাইল –নিষিদ্ধ সামগ্ৰীৰ যোগান ধৰি ক’ত গ্ৰেপ্তাৰ হ’ল কাৰাগাৰৰ উপ অধীক্ষক

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

October 2, 2023
কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7