VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

জনপ্ৰিয় অভিনেতা অভিষেকৰ আকস্মিক বিয়োগ

টলীউডত গভীৰ শোকৰ ছাঁ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 24, 2022
in মনোৰঞ্জন
জনপ্ৰিয় অভিনেতা অভিষেকৰ আকস্মিক বিয়োগ
0
SHARES
6
VIEWS
Share on FacebookShare on Twitter

টলীউডৰ  জনপ্ৰিয় অভিনেতা অভিষেক চেটাৰ্জিৰ ৫৭বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে ৷ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে কিছুদিন পূৰ্বে শ্বাস-প্ৰশ্বাস জনিত সমস্যাই দেখা দিছিল অভিনেতাগৰাকীক ৷ সেই অৱস্থাৰেই শ্বুটিং কৰি আছিল অভিষেকে ৷ বুধবাৰে নিশা শ্বুটিং চলি থকাৰ সময়তে অসুস্থ হৈ পৰে অভিনেতা গৰাকী আৰু তাৰ পিছত প্ৰিন্স আনোৱাৰ শ্বাহ ৰোডৰ নিজ ঘৰলৈ উভতি অহাৰ পিছত বুকুৰ বিষ আৰম্ভ হয় তেওঁৰ ৷ অৱশেষত  পিছদিনা অৰ্থাৎ বৃহস্পতিবাৰে পুৱা পৰিয়ালৰ লোকে নিথৰ অৱস্থাত প্ৰতক্ষ কৰে অভিনেতা গৰাকীক ৷ হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হোৱা বুলি ইতিমধ্যে জানিব পৰা গৈছে ৷

অভিষেক চেটাৰ্জী আছিল ৯০দশকৰ বাংলা চলচিত্ৰ জগতৰ অন্যতম ব্যস্ত ও জনপ্ৰিয় অভিনেতা ৷ বহুকেইখন জনপ্ৰিয় বাংলা ছবিত  শক্তিশালী অভিনয়েৰে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰা অভিনেতাগৰাকীয়ে আজি কিছু বছৰৰ পৰা সৰু পৰ্দাতো যথেষ্ট সমাদৰ লাভ কৰিছিল ৷ বিগত কেইবাবছৰ ধৰি  দূৰদৰ্শনৰ ধাৰাবাহিকৰ যোগেদি দৰ্শকৰ মন মুহিছিল তেওঁ ৷ তেওঁৰ অকস্মিক বিয়োগত শোকস্তব্ধ হৈ পৰিছে তেওঁৰ অনুৰাগী সকলৰ লগতে সমগ্ৰ বাংলা চলচিত্ৰ জগৎ ৷

Previous Post

ছেনছ’ডাইনক দহ লাখ টকাৰ জৰিমনা চি চি পি এৰ

Next Post

৫০ বছৰ আগতে চন্দ্ৰত ভেকুৱাম চীল কৰা অন্তিম নমুনা উদ্ধাৰ

Related Posts

২০২২ বৰ্ষৰ  ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হ’ব মালাইকা আৰু অৰ্জুন
মনোৰঞ্জন

২০২২ বৰ্ষৰ ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হ’ব মালাইকা আৰু অৰ্জুন

May 18, 2022
৯০দশকৰ বঁটা প্ৰদান অনুষ্ঠানত জনপ্ৰিয় বলীউড যুটি ‘শ্বাহৰুখ-গৌৰী’
মনোৰঞ্জন

৯০দশকৰ বঁটা প্ৰদান অনুষ্ঠানত জনপ্ৰিয় বলীউড যুটি ‘শ্বাহৰুখ-গৌৰী’

May 16, 2022
মুক্তি লাভ কৰিলে ‘দ্য আৰ্চিছ’ৰ প্ৰথমখন পোষ্টাৰে
মনোৰঞ্জন

মুক্তি লাভ কৰিলে ‘দ্য আৰ্চিছ’ৰ প্ৰথমখন পোষ্টাৰে

May 14, 2022
‘ল’ৰাবোৰক মাৰপিট কৰে’ বুলি বিয়পি পৰা উৰাবাতৰিৰ বাবেই  বিয়া হোৱা নাই কংগনা ৰাণাৱটৰ
মনোৰঞ্জন

‘ল’ৰাবোৰক মাৰপিট কৰে’ বুলি বিয়পি পৰা উৰাবাতৰিৰ বাবেই বিয়া হোৱা নাই কংগনা ৰাণাৱটৰ

May 12, 2022
‘কা  চলচিত্ৰ মহোৎসৱ ২০২২’
মনোৰঞ্জন

‘কা চলচিত্ৰ মহোৎসৱ ২০২২’

May 11, 2022
সামাজিক মাধ্যমত সন্তানৰ প্ৰথম খন ফটো শ্বেয়াৰ প্ৰিয়ংকা চোপ্ৰাৰ
মনোৰঞ্জন

সামাজিক মাধ্যমত সন্তানৰ প্ৰথম খন ফটো শ্বেয়াৰ প্ৰিয়ংকা চোপ্ৰাৰ

May 9, 2022
Next Post
৫০ বছৰ আগতে চন্দ্ৰত ভেকুৱাম চীল কৰা অন্তিম নমুনা উদ্ধাৰ

৫০ বছৰ আগতে চন্দ্ৰত ভেকুৱাম চীল কৰা অন্তিম নমুনা উদ্ধাৰ

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 19, 2022
আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

May 19, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7