VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

দেওবাৰে নিশা কৰণ জোহৰৰ পাৰ্টিত আলিয়া ভট্ট, চাৰা আলী খান, ৰণবীৰ সিং আৰু অন্যান্য তাৰকা

কৰণ জোহৰৰ পৰৱৰ্তী ছবি ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী’ মুক্তি দিয়াৰ যো-জা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 25, 2022
in মনোৰঞ্জন
দেওবাৰে  নিশা কৰণ জোহৰৰ পাৰ্টিত আলিয়া ভট্ট, চাৰা আলী খান, ৰণবীৰ সিং আৰু অন্যান্য তাৰকা
0
SHARES
6
VIEWS
Share on FacebookShare on Twitter

দেওবাৰৰ নিশাটো মুম্বাই চহৰৰ বাবে যেন আছিল তৰাৰে তিৰবিৰাই থকা এক উজ্জ্বল  নিশা কিয়নো বলিউডৰ কেইবাজনো চেলিব্ৰিটিয়ে কালি নিশা চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰৰ ঘৰৰ  অনুষ্ঠিত পাৰ্টিত থাকিবলৈ চহৰখনৰ বাহিৰলৈ ওলাইছিল। দেওবাৰে, চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰে  তেওঁৰ ঘৰত এক বিশেষ পাৰ্টিৰ আয়োজন কৰিছিল, য’ত আলিয়া ভট্ট, ৰণবীৰ সিং, অনন্যা পাণ্ডে, চাৰা আলী খান, কৃতি চানন, ফাৰহান আখটাৰ পত্নী শিবানী দাণ্ডেকাৰ,  ডিজাইনাৰ মনীষ মালহোত্ৰা আৰু পৰিচালক শশাংক খৈতানৰ দৰে চেলিব্ৰেটী সকলে অংশগ্ৰহণ কৰিছিল।

অলপতে অভিনেতা ৰণবীৰ কাপুৰৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা আলিয়া ভাটে  পাৰ্টিত নীলা পোছাক পৰিধাণ কৰিছিল  আৰু ন-কইনাৰ উজ্জ্বলতাৰে তেওঁক বৰ আকৰ্ষণীয় দেখা গৈছিল।আনহাতে প্ৰিণ্টেড চাৰ্ট পৰিধান কৰি চুলি ঢিলা কৈ বন্ধা অভিনেতা ৰণবীৰ সিঙে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ৷ মুখত এটি হাঁহি লৈ পাৰ্টিত যোগদান দিয়া অনন্যা পাণ্ডেয়ে পাৰ্টিৰ বাবে বগা কৰ্ছেট পোছাক বাছনি কৰিছিল।

অভিনেত্ৰী চাৰা আলি খানে হালধীয়া পোছাক আৰু নো-মেকআপ লুক বাছনি কৰিছিল। অভিনেতা ফাৰহান আখটাৰে তেওঁৰ পত্নী শিবানী দাণ্ডেকাৰৰ সৈতে কৰণ জোহৰৰ ঘৰৰ পাৰ্টিত উপস্থিত হৈছিল। অভিনেতাজনক ক’লা হেডবেণ্ডৰ সৈতে যোৰা লগোৱা ক’লা পোছাকত সাধাৰণভাৱে পোছাক পৰিধান কৰিছিল আনহাতে শিবানীয়েও ক’লা পোছাক পিন্ধিছিল ৷

কৃতি চাননে পৰিধান কৰিছিল  ৰঙা মিনি পোছাক যি তেওঁক সকলোৰে আগত তুলি ধৰিছিল । বিদ্যা বালানৰ স্বামী সিদ্ধাৰ্থ ৰয় কাপুৰ আৰু প্ৰযোজক গিল্ড অফ ইণ্ডিয়াৰ সভাপতি,ধড়কৰ পৰিচালক শশাংক খৈতানকো  কৰণ জোহৰৰ ঘৰত দেখা গৈছিল।

ইফালে জানিবপৰা মতে পৰিচালক কৰণ জোহৰে তেওঁৰ পৰৱৰ্তী ছবি ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী’ মুক্তি দিয়াৰ যো-জা চলাইছে ৷ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰিব  ৰণবীৰ সিং আৰু আলিয়া ভাটে ।  ২০২৩ চনৰ ১০ ফেব্ৰুৱাৰীত মুক্তি পোৱাৰ কথা আছে ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী’।

 

Previous Post

কংগ্ৰেছৰ পুনৰুজ্জীৱিতকৰণে নহয়, চন্দ্ৰশেখৰ ৰাওকো ক্ষমতালৈ অনাৰ দায়িত্ব ল’লে প্ৰশান্ত কিশোৰে ?

Next Post

৩৭০ অনুচ্ছেদ বাতিলঃ প্ৰত্যাহ্বান জনাই তৰা গোচৰৰ শুনানি গ্ৰীষ্মকালীন বন্ধৰ পাছতে ল’ব উচ্চতম ন্যায়ালয়ে

Related Posts

জুবিনৰ অনুষ্ঠানত বোকাত নাচিলে ভৰিব লাগিব দণ্ড
মনোৰঞ্জন

জুবিনৰ অনুষ্ঠানত বোকাত নাচিলে ভৰিব লাগিব দণ্ড

May 25, 2022
শূন্য দৰ্শকৰ বাবে কংগনা ৰাণাৱটৰ ‘ধাকড়’ৰ সলনি চিনেমা হলত কাৰ্তিক আৰ্যনৰ ‘ভুল ভুলইয়া ২’
মনোৰঞ্জন

শূন্য দৰ্শকৰ বাবে কংগনা ৰাণাৱটৰ ‘ধাকড়’ৰ সলনি চিনেমা হলত কাৰ্তিক আৰ্যনৰ ‘ভুল ভুলইয়া ২’

May 24, 2022
‘ৰিফিউজি’ৰ প্ৰিমিয়াৰত অভিষেকে পিন্ধা প্ৰথমযোৰ  চুট তৈয়াৰ কৰিছিল আকবৰ শ্বাহপুৰৱালাই
মনোৰঞ্জন

‘ৰিফিউজি’ৰ প্ৰিমিয়াৰত অভিষেকে পিন্ধা প্ৰথমযোৰ চুট তৈয়াৰ কৰিছিল আকবৰ শ্বাহপুৰৱালাই

May 23, 2022
নিক জোনাছে কি উপহাৰ দিলে পত্নী প্ৰিয়ংকাক ?
মনোৰঞ্জন

নিক জোনাছে কি উপহাৰ দিলে পত্নী প্ৰিয়ংকাক ?

May 21, 2022
দ্বিতীয়বাৰৰ বাবে বিয়াত বহিব জনপ্ৰিয় গায়িকা কণিকা কাপুৰ
মনোৰঞ্জন

দ্বিতীয়বাৰৰ বাবে বিয়াত বহিব জনপ্ৰিয় গায়িকা কণিকা কাপুৰ

May 20, 2022
এইবাৰ হলিউড যাত্ৰা আৰম্ভ কৰিবলৈ সাজু হৈছে বলীউডৰ মোহময়ী অভিনেত্ৰী আলিয়া ভাট
মনোৰঞ্জন

এইবাৰ হলিউড যাত্ৰা আৰম্ভ কৰিবলৈ সাজু হৈছে বলীউডৰ মোহময়ী অভিনেত্ৰী আলিয়া ভাট

May 19, 2022
Next Post
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাক লৈ হেতালিঃ উচ্চতম ন্যায়ালয়ৰ তত্তাৱধানত গঠন হ’ব কমিটী

৩৭০ অনুচ্ছেদ বাতিলঃ প্ৰত্যাহ্বান জনাই তৰা গোচৰৰ শুনানি গ্ৰীষ্মকালীন বন্ধৰ পাছতে ল’ব উচ্চতম ন্যায়ালয়ে

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7