VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মৃত্যুৰ ভাবুকি, ছলমান খানক প্ৰদান কৰা হ’ল অস্ত্ৰৰ অনুজ্ঞাপত্ৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 1, 2022
in মনোৰঞ্জন
মৃত্যুৰ ভাবুকি,  ছলমান খানক প্ৰদান কৰা হ’ল অস্ত্ৰৰ অনুজ্ঞাপত্ৰ
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

অৱশেষত অস্ত্ৰৰ অনুজ্ঞাপত্ৰ লাভ কৰিলে অভিনেতা ছলমান খানে ৷ শেহতীয়াকৈ বিভিন্ন স্থানৰ পৰা  লাভ কৰা ভাবুকি পত্ৰৰ পিছত আত্মৰক্ষাৰ বাবে  অস্ত্ৰৰ অনুজ্ঞাপত্ৰ বিচাৰি আৱেদন কৰিছিল ছলমানে ৷ ইয়াৰ ভিত্তিত তেওঁক  অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছে বুলি মুম্বাই আৰক্ষীয়ে প্ৰকাশ কৰিছে।  যোৱা ২৯ মে’ত পঞ্জাৱৰ মানছাৰ সমীপত কণ্ঠশিল্পী সিধু মুছৱালাক গুলীয়াই হত্যা কৰাৰ মাত্ৰ কেইদিনমান পিছতে জুন মাহৰ আৰম্ভণিত অভিনেতাগৰাকী আৰু তেওঁৰ পিতৃয়ে মৃত্যুৰ ভাবুকি লাভ কৰিছিল। যোৱা মাহত মুম্বাই আৰক্ষী আয়ুক্তক সাক্ষাৎ কৰাৰ পিছতে অনুজ্ঞাপত্ৰ প্ৰদানকাৰী কৰ্তৃপক্ষই প্ৰয়োজনীয় তদন্ত আৰম্ভ কৰিছিল।

বিগত মাহৰ শেষৰ ফালে মুম্বাই আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ গৈ বন্দুকৰ অনুজ্ঞাপত্ৰৰ বাবে শীৰ্ষ পুলিচ বিবেক ফানছালকাৰক সাক্ষাৎ কৰিছিল অভিনেতা গৰাকীয়ে। অনুজ্ঞাপত্ৰ প্ৰদানৰ নিয়ম অনুসৰি  আৰক্ষী মুখ্য কাৰ্যালয়লত উপস্থিত হৈছিল ছলমান ৷

ভাবুকি লাভ কৰাৰ পিছৰে পৰা ছলমান খানে ভ্ৰমণৰ বাবে এখন  বুলেটপ্ৰুফ লেণ্ড ক্ৰুজাৰ ব্যৱহাৰ কৰি আহিছে ৷  গেংষ্টাৰ লৰেন্স বিষ্ণয়ে  ছলমান খানক মৃত্যুৰ ভাবুকি দিছিল ৷  ১৯৯৮ চনত কৃষ্ণ হৰিণ হত্যাৰ গোচৰত অভিযুক্ত হোৱাৰ পাছৰে পৰা বিষ্ণয়ে ছলমানক হত্যাৰ ভাবুকি প্ৰদান কৰি আহিছে ৷ শৈতীয়াকৈ লাভভ কৰা ভাবুকি পত্ৰত উল্লেখ কৰা হৈছিল যে অতি সোনকালেই চেলিম খান আৰু তেওঁৰ পুত্ৰ ছলমানক হত্যা কৰা হ’ব ৷

 

 

 

Previous Post

কিমান টকা হ্ৰাস পালে ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ?

Next Post

গৰমৰ বাবেই ‘টাই” নামৰাবিলৈ মন্ত্ৰী-বিষয়া-কর্মচাৰীক আহ্বান এইখন দেশৰ প্ৰধানমন্ত্ৰীৰ

Related Posts

“ক্ৰিকেটাৰৰ সিতে  বিয়াত বহাত মোৰ কোনো  অসুবিধা নাই “! অৱশেষত ছাৰাই শুভমনৰ লগত প্ৰেম স্বীকাৰ কৰিলে নেকি?
মনোৰঞ্জন

“ক্ৰিকেটাৰৰ সিতে বিয়াত বহাত মোৰ কোনো অসুবিধা নাই “! অৱশেষত ছাৰাই শুভমনৰ লগত প্ৰেম স্বীকাৰ কৰিলে নেকি?

June 8, 2023
আদিপুৰুষৰ পাছত এইবাৰ বলিউডত নির্মাণ হ’ব ৰামায়ণৰ কাহিনী, ৰণবীৰ কাপুৰৰ বিপৰীতে সীতাৰ ভুমিকাত অভিনয় কৰিব এইগৰাকী অভিনেত্ৰীয়ে !!
মনোৰঞ্জন

আদিপুৰুষৰ পাছত এইবাৰ বলিউডত নির্মাণ হ’ব ৰামায়ণৰ কাহিনী, ৰণবীৰ কাপুৰৰ বিপৰীতে সীতাৰ ভুমিকাত অভিনয় কৰিব এইগৰাকী অভিনেত্ৰীয়ে !!

June 8, 2023
অৱশেষত প্ৰেমত ছীল!  ছছিয়েল মিডিয়াত ভাইৰেল বিজয় বাৰ্মাই-তমন্না ভাটিয়াৰ ফটো
মনোৰঞ্জন

অৱশেষত প্ৰেমত ছীল! ছছিয়েল মিডিয়াত ভাইৰেল বিজয় বাৰ্মাই-তমন্না ভাটিয়াৰ ফটো

June 7, 2023
‘কেৰালা ষ্টৰী’ৰ পিছত এইবাৰ ‘আজমীৰ ৯২’! কিয় নিষিদ্ধ কৰিবলৈ আহ্বান  মুছলমান সংগঠনৰ ?
মনোৰঞ্জন

‘কেৰালা ষ্টৰী’ৰ পিছত এইবাৰ ‘আজমীৰ ৯২’! কিয় নিষিদ্ধ কৰিবলৈ আহ্বান মুছলমান সংগঠনৰ ?

June 6, 2023
খুল্লাম খুল্লা পেয়াৰ কৰেংগে- গোৱাত  কাৰ সৈতে ছুটী কটালে  অমিতাভৰ নাতিনী নব্যাই
মনোৰঞ্জন

খুল্লাম খুল্লা পেয়াৰ কৰেংগে- গোৱাত কাৰ সৈতে ছুটী কটালে অমিতাভৰ নাতিনী নব্যাই

June 5, 2023
১৯০ কোটিৰ নতুন ঘৰ! উৰ্বশীয়ে মনে মনে সলালে বাসস্থান
মনোৰঞ্জন

১৯০ কোটিৰ নতুন ঘৰ! উৰ্বশীয়ে মনে মনে সলালে বাসস্থান

June 2, 2023
Next Post
গৰমৰ বাবেই ‘টাই” নামৰাবিলৈ মন্ত্ৰী-বিষয়া-কর্মচাৰীক আহ্বান এইখন দেশৰ প্ৰধানমন্ত্ৰীৰ

গৰমৰ বাবেই ‘টাই” নামৰাবিলৈ মন্ত্ৰী-বিষয়া-কর্মচাৰীক আহ্বান এইখন দেশৰ প্ৰধানমন্ত্ৰীৰ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7