VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

হায়দৰাবাদত শ্বুটিঙৰ সময়তে আঘাতপ্ৰাপ্ত অমিতাভ বচ্চন আধাতে কাম সামৰি উভতিল মুম্বাইলৈ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 6, 2023
in মনোৰঞ্জন
হায়দৰাবাদত শ্বুটিঙৰ সময়তে আঘাতপ্ৰাপ্ত অমিতাভ বচ্চন আধাতে কাম সামৰি উভতিল  মুম্বাইলৈ
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

এখন নতুন ছবিৰ শ্বুটিঙৰ সময়তে  গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে মেগাষ্টাৰ  অমিতাভ বচ্চন। অভিনেতাগৰাকীয়ে নিজৰ ব্লগত প্ৰকাশ কৰা অনুসৰি  হায়দৰাবাদত ‘প্ৰজেক্ট কে’ৰ শ্বুটিঙৰ সময়ত তেওঁ আঘাতপ্ৰাপ্ত হৈছে ৷

বুকুৰ হাড়ঁৰ লগতে হাতৰ পেশীত দুখ পাইছে অভিনেতা গৰাকীয়ে ৷ অভিনেতাজনক ততাতৈয়াকৈ হায়দৰাবাদৰ এ আই জি হাস্পতাললৈ প্ৰেৰণ কৰা হয়। তাতে ডাক্তৰে তেওঁৰ চিটি স্কেন কৰে । বুকুত বেণ্ডেজ লগোৱা হৈছে। ফলত অমিতাভ ছবিখনৰ শ্বুটিং বন্ধ কৰি তেওঁ মুম্বাইলৈ উভতি আহে। অভিনেতাগৰাকীয়ে নিজৰ ব্লগত লিখিছে, ‘বুকুত বেণ্ডেজ লগোৱা হৈছে। ডাক্তৰে জিৰণি ল’বলৈ ক’লে। খোজ কাঢ়িলে বুকুৰ তীব্ৰ বিষ হয়।

আঘাতৰ বাবে অনাগত কেইসপ্তাহমান ঘৰতে থাকিব অমিতাভ। তেওঁ লিখিছে, “বিষৰ ঔষধ সেৱন কৰি ঘৰতে শুই আছোঁ। কিন্তু প্ৰয়োজন অনুসৰি খোজ কাঢ়িব পাৰো।”

১৯৮২ চনত ‘কুলি’ ছবিৰ চেটত একচন দৃশ্যৰ শ্বুটিং কৰি থকা অৱস্থাত তেওঁৰ পেটৰ তলৰ অংশত আঘাত পাইছিল। পেটৰ তলৰ অংশত ৰক্তক্ষৰণ হোৱাত সেইবাৰ অভিনেতাজনে কেইবা সপ্তাহো হস্পিতালতে থাকিব লগা হৈছিল। সোমবাৰে অমিতাভৰ অসুস্থতাৰ খবৰ বিয়পি পৰাৰ লগে লগে অনুৰাগীসকলে ছ’চিয়েল মিডিয়াত তেওঁৰ আশু আৰোগ্য কামনা কৰে।

 

 

Previous Post

নগাঁৱৰ বটদ্ৰৱাত একল বিদ্যালয়ৰ প্ৰাক ফাকুৱা উদযাপন

Next Post

জন্মৰে পৰা বধিৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰী ৰিজৱানা এতিয়া ‘বিশ্ব স্বাস্থ্য সংস্থা’ৰ ‘পোষ্টাৰ গাৰ্ল’! কেনেকৈ তেওঁ ওভতাই পালে শ্ৰৱন শক্তি!

Related Posts

বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা
মনোৰঞ্জন

বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

September 30, 2023
হেৰী পটাৰৰ  নিখ্যাত চৰিত্ৰ “ডাম্বলড’ৰ” আৰু নাই, ৮২ বছৰ বয়সত  মাইকেল গাম্বনৰ মৃত্যু
মনোৰঞ্জন

হেৰী পটাৰৰ নিখ্যাত চৰিত্ৰ “ডাম্বলড’ৰ” আৰু নাই, ৮২ বছৰ বয়সত মাইকেল গাম্বনৰ মৃত্যু

September 29, 2023
‘দ্য কেৰালা ষ্ট’ৰী’ নহয়, কিন্তু কেৰালাৰ আন এক কাহিনীৰ আধাৰত নিৰ্মিত ছবিয়ে অস্কাৰৰ দৌৰত স্থান লাভ
মনোৰঞ্জন

‘দ্য কেৰালা ষ্ট’ৰী’ নহয়, কিন্তু কেৰালাৰ আন এক কাহিনীৰ আধাৰত নিৰ্মিত ছবিয়ে অস্কাৰৰ দৌৰত স্থান লাভ

September 27, 2023
কিংবদন্তী অভিনেত্ৰী ৱাহিদা ৰহমানলৈ দাদা চাহেব ফাল্কে বটাঁ ঘোষণা
মনোৰঞ্জন

কিংবদন্তী অভিনেত্ৰী ৱাহিদা ৰহমানলৈ দাদা চাহেব ফাল্কে বটাঁ ঘোষণা

September 26, 2023
ছবিগৃহত মুক্তি পালে ৰীমা দাসৰ নতুন ছবি তৰা’জ হাজবেণ্ড
মনোৰঞ্জন

ছবিগৃহত মুক্তি পালে ৰীমা দাসৰ নতুন ছবি তৰা’জ হাজবেণ্ড

September 22, 2023
দেৱবাদ্য খোলক অপমানঃ বিপদত “কাল্টিভেটৰ” অৰূপ বৰুৱা
মনোৰঞ্জন

দেৱবাদ্য খোলক অপমানঃ বিপদত “কাল্টিভেটৰ” অৰূপ বৰুৱা

September 15, 2023
Next Post
জন্মৰে পৰা বধিৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰী ৰিজৱানা এতিয়া ‘বিশ্ব স্বাস্থ্য সংস্থা’ৰ ‘পোষ্টাৰ গাৰ্ল’! কেনেকৈ তেওঁ ওভতাই পালে শ্ৰৱন শক্তি!

জন্মৰে পৰা বধিৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰী ৰিজৱানা এতিয়া ‘বিশ্ব স্বাস্থ্য সংস্থা’ৰ ‘পোষ্টাৰ গাৰ্ল’! কেনেকৈ তেওঁ ওভতাই পালে শ্ৰৱন শক্তি!

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7