VOICE 24x7
Saturday, June 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

হলিউডৰ প্ৰকল্প কিয় প্ৰতাখ্যান কৰিলে জনপ্ৰিয় বলীউড অভিনেতা অনিল কাপুৰে

বৰ্তমান কিহত ব্যস্ত হৈ আছে জনপ্ৰিয় অভিনেতা অনিল কাপুৰ ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 22, 2022
in মনোৰঞ্জন
হলিউডৰ  প্ৰকল্প কিয় প্ৰতাখ্যান কৰিলে জনপ্ৰিয় বলীউড অভিনেতা অনিল কাপুৰে
0
SHARES
5
VIEWS
Share on FacebookShare on Twitter

বলীউডৰ জনপ্ৰিয় অভিনেতা অনিল কাপুৰ যি বৰ্তমান তেওঁৰ আহিবলগীয়া ছবি ‘যুগ যুগ জিয়ো’ৰ প্ৰচাৰত ব্যস্ত হৈ আছে। অনিল কাপুৰৰ ‘যুগ যুগ জিয়ো’ ছবিখন এই সপ্তাহতে ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে। অভিনেতা অনিল কাপুৰৰ  কামবোৰ সদায় পৰীক্ষামূলক। অভিনেতা গৰাকীয়ে  শেহতীয়াকৈ প্ৰকাশ কৰিছিল যে তেওঁ এখন গ্লোবেল ফ্ৰেঞ্চাইজি চলচ্চিত্ৰক  না কৈছিল। অনিল কাপুৰে এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁক এটা চৰিত্ৰৰ প্ৰস্তাৱ দিয়া হৈছিল কিন্তু ইয়াৰ বাবে তেওঁ অস্বীকাৰ কৰিছিল।

এক সাক্ষাৎকাৰত অনিল কাপুৰে কৈছিল যে, পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফ্ৰেঞ্চাইজিটোৰ পৰা মোক এক সুবিধা প্ৰদান কৰা হৈছিল  যাৰ মই নাম উল্লেখ কৰিব নোৱাৰোঁ । মই দৃশ্যটোৰ বিষয়ে অধ্যয়ন  কৰিছিলো। কিন্তু মই সেই দৃশ্যটো কি বুজি পোৱা নাছিলো ৷   ফ্ৰেঞ্চাইজিটোৰ পৰিচালকে মোক ফোন কৰিছিল আৰু কৈছিল যে, ‘মই আপুনি এইটো কৰাটো বিচাৰো’। আনহাতে মোৰ সকলো বন্ধুৱে মোক কৈছিল যে, যদি আপুনি এই চিনেমাখন কৰে ই তোমাৰ অভিনয় জীৱনৰ বাবে যথেষ্ট হ’ব ৷

অৱশ্যে অনিল কাপুৰে ছবিখন নকৰাৰ কাৰণ বৰ্ণনা কৰি তেওঁৰ  বন্ধুক কৈছিল যে  তেওঁ  দৃশ্যটো বুজি পোৱা নাছিল আৰু  তেওঁ  কিবা ভুল কৰিলে তেওঁ সকলোৰে সন্মুখত উন্মোচিত হোৱাৰ ভয়তে তেওঁ এই কাম প্ৰতাখ্যান কৰে।

অনিল কাপুৰৰ ‘যুগ যুগ জিয়ো’ত  বৰুণ ধাৱান, কিয়াৰা আদৱানী, নীতু কাপুৰ, মনীষ পল আৰু প্ৰাজকতা কলিক তেওঁৰ সৈতে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা যাব। ছবিখন পৰিচালনা কৰিছে ৰাজ মেহতাই । আনহাতে ছবিখন ছবিগৃহত মুক্তি পাব অহা ২৪ জুন তাৰিখে   ।

 

Previous Post

বিশ্ববজাৰত এক মিশ্ৰিত প্ৰৱণতাৰ মাজত অপৰিৱৰ্তিত হৈ আছে তেলৰ মূল্য

Next Post

ধর্ষণৰ গোচৰ বৃদ্ধি হোৱাৰ বাবেই পাকিস্তানৰ এইখন ৰাজ্যত ঘোষণা জৰুৰীকালীন অৱস্থা

Related Posts

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন
মনোৰঞ্জন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
কিয় ভীষ্ম পিতামাহ নামেৰে জনাজাত মুকেশ খান্না ?
মনোৰঞ্জন

কিয় ভীষ্ম পিতামাহ নামেৰে জনাজাত মুকেশ খান্না ?

June 23, 2022
কইনাৰ ৰূপত ৰেম্পত খোজ কাঢ়িলে শ্বেহনাজ গিলে
মনোৰঞ্জন

কইনাৰ ৰূপত ৰেম্পত খোজ কাঢ়িলে শ্বেহনাজ গিলে

June 20, 2022
‘মুভি কৰে ত’ আগ, ৰেষ্টুৰেণ্ট কৰে ত’ পাপ?’
মনোৰঞ্জন

‘মুভি কৰে ত’ আগ, ৰেষ্টুৰেণ্ট কৰে ত’ পাপ?’

June 18, 2022
মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৫ লাখ টকা আগবঢ়ালে অৰ্জুন কাপুৰ আৰু ৰোহিত চেট্টিয়ে
মনোৰঞ্জন

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৫ লাখ টকা আগবঢ়ালে অৰ্জুন কাপুৰ আৰু ৰোহিত চেট্টিয়ে

June 17, 2022
হাঁহিৰ খোৰাক
মনোৰঞ্জন

হাঁহিৰ খোৰাক

June 15, 2022
Next Post
ধর্ষণৰ গোচৰ বৃদ্ধি হোৱাৰ বাবেই পাকিস্তানৰ এইখন ৰাজ্যত ঘোষণা জৰুৰীকালীন  অৱস্থা

ধর্ষণৰ গোচৰ বৃদ্ধি হোৱাৰ বাবেই পাকিস্তানৰ এইখন ৰাজ্যত ঘোষণা জৰুৰীকালীন অৱস্থা

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7